• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃয়ে কিয় কাঢ়িলে টেনিছ খেলুৱৈ কন্যা ৰাধিকাৰ প্ৰাণ, তদন্তত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

5 months ago
কি ভিটামিন বেছি খালে কিডনি নষ্ট হ’ব পাৰে? কিডনি ফেইলাৰৰ পৰা ৰক্ষা পাবলৈ কি কৰিব?

2 hours ago
বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

3 hours ago
এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

কাইলৈৰ ৰাশিফলঃ ৰবি যোগৰ সৈতে বৈধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সুখৰ দিন ৫ৰাশিৰ

4 hours ago
চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

5 hours ago
গণেশৰ প্ৰিয় এই ৩ৰাশি, টকাৰ গাদীত শুব পৰাকৈ সুখ দিয়ে গণেশে, য’তেই হাত দিয়ে সেয়াই সোণ হৈ পৰে

মঙ্গলৰ গোচৰত বেয়া সময় এই ৫ৰাশিৰ, যিকোনো কামতেই ভাৱিচিন্তি আগবাঢ়ক, অন্যথা বিপদ আপোনাৰেই

6 hours ago
পুৱাই গৰম চাহ নাখালে টোপনি নাভাঙে? খালী পেটত চাহ খোৱাটো স্বাস্থ্যকৰ নে? কি কি সমস্যা বাঢ়িব পাৰে?

8 hours ago
ধনু ৰাশিলৈ আহিব সূৰ্য, ডিচেম্বৰৰ ভিতৰত মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

9 hours ago
কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, হনুমানৰ আশীৰ্বাদত উপকৃত হ’ব এই ৫ৰাশি

1 day ago
২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, December 9, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পিতৃয়ে কিয় কাঢ়িলে টেনিছ খেলুৱৈ কন্যা ৰাধিকাৰ প্ৰাণ, তদন্তত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

editor by editor
July 11, 2025
in বিবিধ, ভাৰত
0
পিতৃয়ে কিয় কাঢ়িলে টেনিছ খেলুৱৈ কন্যা ৰাধিকাৰ প্ৰাণ, তদন্তত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পিতৃয়ে কিয় কাঢ়িলে টেনিছ খেলুৱৈ কন্যা ৰাধিকাৰ প্ৰাণ, তদন্তত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকা যাদৱৰ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে। নিজৰ পিতৃয়েই তিনি জাঁই গুলি কৰি হত্যা কৰে কন্যাৰ। এই ঘটনাত প্ৰথমে প্ৰকাশ পাইছিল যে, কন্যাৰ ৰিল বনোৱা কাৰ্যত ক্ৰোধান্বিত হৈ এই কাণ্ড সংঘটিত কৰে পিতৃয়ে। পাছে আৰক্ষীৰ তদন্তৰ পোহৰলৈ আহিছে এন্য কাৰণ।

গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰত ৰাজ্যিক পৰ্যায়ৰ মহিলা টেনিছ খেলুৱৈ ৰাধিকা যাদৱৰ হত্যাকাণ্ডৰ ঘটনাত প্ৰকাশ পাইছে এক নতুন তথ্য। টেনিছ খেলুৱৈ কন্যাই একাডেমী খোলাৰ বাবে পিতৃৰ খং উঠি আছিল। কাৰণ কোনোদিনে কন্যাক কোনো ক্ষেত্ৰতে পিছত নৰখা পিতৃয়ে যেতিয়াই ঘৰৰ পৰা বাহিৰ হৈছিল , তেতিয়াই মানুহে কৈছিল- নিলাজ পিতৃ কন্যাৰ উপাৰ্জন খায়।

এই কথাতেই পিতৃ দীপক যাদৱ বৰ বিচলিত হৈছিল। বাৰে বাৰে কন্যাক সেই একাডেমি চলোৱাৰ বাবে মানা কৰি আহিছিল। বিগত ১৫ দিন ধৰি টেনিছ একাডেমী সন্দৰ্ভত পিতৃ-কন্যাৰ মাজত বিবাদো চলিছিল। কিন্তু কন্যাই পিতৃৰ কথাত সৈমান নহয় নিজৰ একাডেমি চৱোলাত ব্যস্ত হৈ পৰে।

সেয়ে ১০ জুলাই বৃহস্পতিবাৰে পুৱা কোনো এটা বিষয়ত দুয়োৰে মাজত অধিক কাজিয়াৰ সূত্ৰপাত হয়, শেষত ক্ৰোধত একো নাই হৈ পিতৃ দীপকে অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰেৰে কন্যা ৰাধিকাৰ পিঠিত তিনিটা জাঁই গুলী কৰে।

ঘটনাৰ পাছতে ৰাধিকাৰ খুড়াক আৰু সম্পৰ্কীয় ককায়েকে ততাতৈয়াকৈ হাস্পতাললৈ নিয়ে যদিও হাস্পতালত মৃত ঘোষণা কৰে। আৰক্ষীয়ে বৰ্তমানে আটক কৰিছে ৰাধিকাৰ পিতৃক, পিতৃয়েও সৈ কাঢ়িছে কন্যাক হত্যা কৰাৰ কথা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Radhika YadavTennis Player
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি ভিটামিন বেছি খালে কিডনি নষ্ট হ’ব পাৰে? কিডনি ফেইলাৰৰ পৰা ৰক্ষা পাবলৈ কি কৰিব?
জীৱনশৈলী

December 9, 2025
বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ
জীৱনশৈলী

বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

December 9, 2025
এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?
জীৱনশৈলী

এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

December 9, 2025
কাইলৈৰ ৰাশিফলঃ ৰবি যোগৰ সৈতে বৈধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সুখৰ দিন ৫ৰাশিৰ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰবি যোগৰ সৈতে বৈধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সুখৰ দিন ৫ৰাশিৰ

December 9, 2025
Next Post
লৰ্ডছৰ খেলপথাৰত ১ ৰান কৰিলেই ভংগ হ’ব ষ্টিভ স্মিথৰ অনন্য ৰেকৰ্ড

লৰ্ডছৰ খেলপথাৰত ১ ৰান কৰিলেই ভংগ হ'ব ষ্টিভ স্মিথৰ অনন্য ৰেকৰ্ড

৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন