• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

3 months ago
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

13 minutes ago
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

51 minutes ago
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

1 hour ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

14 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

14 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

15 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

15 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

16 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

17 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

18 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

18 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

নতুনকৈ প্ৰায় ৭৯ হাজাৰ লোক আক্ৰান্ত কৰ’নাত

editor by editor
July 28, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, স্বাস্থ্য
0
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
0
SHARES
207
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চীনত পুনৰ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত জুনত দেশখনত নতুনকৈ ৭৯ হাজাৰ লোক ক’ভিডত আক্ৰান্ত হৈছে। বিগত কেইটামান সপ্তাহত কৰ’না ভাইৰাছে ২০২৬ত প্ৰথমবাৰৰ বাবে সৰ্বাধিক এনেদৰে দ্ৰুতগতিত বিয়পি পৰিছে কৰ’না ভাইৰাছ। কিন্তু চীনৰ বিষয়াসকলে কয় যে অধিকাংশ আক্ৰান্ত ৰোগীৰ লক্ষণ সামান্য আৰু বৰ্তমানৰ সংক্ৰমণৰ ঢৌ বিগত বছৰৰ তুলনাত যথেষ্ট কম।

চীনৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (CDC)ৰ তথ্য অনুসৰি ১৩ জুলাইৰ পৰা ১৯ জুলাইৰ ভিতৰত ক’ভিড-১৯ পৰীক্ষাৰ পজিটিভিটিৰ হাৰ আছিল ১৬.৩%। যি পৰিমান পূৰ্বৰ সপ্তাহতকৈ ৪.৩ শতাংশ বেছি। ইফালে, একে সময়ছোৱাত ইয়াৰ পজিটিভিটিৰ হাৰ ১২.৬%, যিটো পূৰ্বৰ সপ্তাহৰ তুলনাত হ্ৰাস পাইছে। ২০২৬ চনৰ জুন মাহত চীনত নতুনকৈ প্ৰায় ৭৯ হাজাৰ ক’ভিডৰ ৰোগী ধৰা পৰে, ইয়াৰে ১৩০ গৰাকী ৰোগীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

চীনা চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ মতে, বৰ্তমান চীনত সংক্ৰমণ হৈ আছে অমাইক্ৰন এনবি.১.৮.১ ভেৰিয়েণ্ট নামৰ ভাইৰাছটো। ইয়াৰ সংক্ৰমণ ক্ষমতা মধ্যমীয়া। বৰ্তমান জনস্বাস্থ্যৰ বাবে অধিক বিপদৰ সৃষ্টি কৰা আন কোনো ভিন্নতা চিনাক্ত কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। চীনত কভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিশেষজ্ঞসকলে কয় যে আতংকিত হোৱাৰ প্ৰয়োজন নাই। বেছিভাগ ৰোগীৰে জ্বৰ আৰু ডিঙিৰ বিষ আদি মৃদু লক্ষণ দেখা দিয়ে। আক্ৰান্ত ৰোগী ৫ৰ পৰা ৭ দিনৰ ভিতৰত সুস্থ হৈ উঠিছে। গুৰুতৰ ৰোগী আৰু মৃ*ত্যুৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা নাই। ২০২৫ চনৰ ঢৌতকৈ বৰ্তমানৰ সংক্ৰমণৰ হাৰ দুৰ্বল।

অৱশ্যে চীনৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনে বৃদ্ধ, গৰ্ভৱতী মহিলা, সৰু ল’ৰা-ছোৱালী, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল আৰু গুৰুতৰ ৰোগত আক্ৰান্তসকলক ক’ভিড সংক্ৰমণৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছে। ৰাজহুৱা স্থান আৰু চিকিৎসালয়ত মাস্ক ব্যৱহাৰ কৰাটো বাঞ্ছনীয়। প্ৰয়োজন হ’লে ভেকচিনৰ বুষ্টাৰ ড’জ গ্ৰহণ কৰিবলৈও আহ্বান জনাইছে।

চীনত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে ভাৰতৰ পৰিস্থিতি সুস্থিৰ হৈ আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা অতি কম হৈয়ে আছে। যদিও যোৱা কিছুদিনত অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ আৰু কিছুমান ৰাজ্যত ক’ৰোনা আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে, তথাপিও আক্ৰান্তসকলৰ অধিকাংশৰ লক্ষণ সামান্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24coronacovidhealth
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা
জীৱনশৈলী

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

October 24, 2026
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি
জীৱনশৈলী

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

October 24, 2026
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
Next Post
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.