• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ বছৰ ধৰি যুৱতীক ধৰ্ষণ সাহিত্য অকাডেমি বঁটা বিজয়ী যুৱ সাহিত্যিকৰ!

১০ বছৰ ধৰি যুৱতীক ধৰ্ষণ সাহিত্য অকাডেমি বঁটা বিজয়ী যুৱ সাহিত্যিকৰ!

4 years ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

19 minutes ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

44 minutes ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

2 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

2 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

3 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

4 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

5 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

6 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

7 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

8 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

8 hours ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১০ বছৰ ধৰি যুৱতীক ধৰ্ষণ সাহিত্য অকাডেমি বঁটা বিজয়ী যুৱ সাহিত্যিকৰ!

editor by editor
May 9, 2022
in অপৰাধ, ভাৰত
0
১০ বছৰ ধৰি যুৱতীক ধৰ্ষণ সাহিত্য অকাডেমি বঁটা বিজয়ী যুৱ সাহিত্যিকৰ!
0
SHARES
236
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় সাহিত্য অকাডেমী বঁটা বিজয়ী লেখক নীলোৎপল মৃণালৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগত গোচৰ ৰুজু কৰিছে। নীলোৎপলৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে বিবাহৰ প্ৰতিশ্ৰুতিৰে তেওঁক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

৩২ বছৰীয়া মহিলাগৰাকীয়ে অভিযোগ কৰি কয় যে ৰাষ্ট্ৰীয় বঁটা বিজয়ী লেখিকগৰাকীয়ে বিবাহৰ প্ৰতিশ্ৰুতিৰে তেওঁক যোৱা ১০ বছৰে ধৰি ধৰ্ষণ কৰি আহিছে।

মহিলাগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ২০১৩ চনত নীলোৎপালৰ সৈতে সামাজিক মাধ্যমৰ যোগেদি তেওঁৰ পৰিচয় ঘটি বাৰ্তালাপ আৰম্ভ কৰিছিল। ইয়াৰ পিছতে কেইবাৰমান সাক্ষাৎ পোৱাৰ পিছত তেওঁলোকৰ মাজত এক গভীৰ বন্ধুত্ব গঢ়ি উঠে।

লগতে পঢ়ক পিঠিৰ শালমইনাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? চাওক দুটামান ঘৰুৱা উপায়…

তেতিয়াৰ পৰাই অভিযুক্ত লেখক নীলোৎপলে মহিলাগৰাকীক ধৰ্ষণৰ লগতে শাৰীৰিক অত্যাচাৰ কৰি অহা বুলি আৰক্ষীৰ ওচৰত অভিযোগ কৰিছে৷ অভিযোগ মতে লেখক নীলোৎপলে বিবাহৰ প্ৰলোভনেৰে ৩৪ বছৰীয়া যুৱতীগৰাকীক দীৰ্ঘদিন ধৰি ধৰ্ষণ কৰি আহিছিল আৰু নীলোৎপলৰ বহু যুৱতীৰে সম্পৰ্ক আছে৷

মহিলাগৰাকীৰ অভিযোগ অনুসৰি লেখক নীলোৎপল মৃণালে নিজৰ খ্যাতিৰ বলত মধ্য প্ৰদেশৰ কেইজনমান আৰক্ষী বিষয়াৰে মিলি তেওঁক বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰি আহিছে।

লগতে পঢ়ক বিৰোধীক প্ৰচণ্ড আঘাত অৰবিন্দ কেজৰিৱালৰ; ২০২৪ত মহাজোঁটত নাথাকে আপ-এ

সূত্ৰ অনুসৰি, অভিযোগ দাখিল কৰা মহিলাগৰাকী উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বাসিন্দা। তেওঁ প্ৰায় ১০ বছৰ ধৰি দিল্লীত ভাৰাঘৰত বাস কৰি আহিছে।

সংবাদ সংস্থা এএনআইৰ প্ৰতিবেদন অনুসৰি ভুক্তভোগী মহিলাগৰাকীয়ে তিমাৰপুৰ আৰক্ষী থানা অভিযোগ দাখিল কৰিছে।

মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নীলোৎপলৰ বিৰুদ্ধে বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে। অৱশ্যে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিলেও এতিয়ালৈকে অভিযুক্ত লেখক নীলোৎপল মৃণালক গ্ৰেপ্তাৰ কৰা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamNilotpal Mrinalrape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ
ভাৰত

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

March 20, 2026
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

কে’বা নিযুত পূৰ্বৰ বৃহদাকাৰ ছাৰ্কৰ দাঁত আৱিষ্কাৰ এটি ৬ বছৰীয়া শিশুৰ

কে’বা নিযুত পূৰ্বৰ বৃহদাকাৰ ছাৰ্কৰ দাঁত আৱিষ্কাৰ এটি ৬ বছৰীয়া শিশুৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.