• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোটেলৰ বন্ধ কোঠাত ৪পুৰুষৰ সৈতে বোৱাৰীয়েকৰ পাৰ্টী, আৰক্ষীৰ খবৰ দিলে শহুৰেকে, তাৰপিছত…

হোটেলৰ বন্ধ কোঠাত ৪পুৰুষৰ সৈতে বোৱাৰীয়েকৰ পাৰ্টী, আৰক্ষীৰ খবৰ দিলে শহুৰেকে, তাৰপিছত…

7 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হোটেলৰ বন্ধ কোঠাত ৪পুৰুষৰ সৈতে বোৱাৰীয়েকৰ পাৰ্টী, আৰক্ষীৰ খবৰ দিলে শহুৰেকে, তাৰপিছত…

হোটেলৰ বন্ধ কোঠাত ৪পুৰুষৰ সৈতে বোৱাৰীয়েকৰ পাৰ্টী, আৰক্ষীৰ খবৰ দিলে শহুৰেকে, তাৰপিছত...

editor by editor
August 7, 2025
in জীৱনশৈলী, ভাৰত
0
হোটেলৰ বন্ধ কোঠাত ৪পুৰুষৰ সৈতে বোৱাৰীয়েকৰ পাৰ্টী, আৰক্ষীৰ খবৰ দিলে শহুৰেকে, তাৰপিছত…
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
হোটেলৰ বন্ধ কোঠাত ৪ পুৰুষ বন্ধুৰ সৈতে ফ্ৰেইণ্ডশ্বিপ ডে উদযাপন কৰিছিল বোৱাৰীয়েকে৷ আৰক্ষীক সেই খবৰ জনাইছে শহুৰেকে৷ সেই খবৰ লাভ কৰিয়েই হোটেলত উপস্থিত হয় আৰক্ষীৰ লোক৷ আৰক্ষীয়ে বোৱাৰীসহিতে ৪ পুৰুষক লগে লগেই গ্ৰেপ্তাৰো কৰিছে৷ বোৱাৰীয়েকৰ ওপৰিও অইন দুগৰাকী যুৱতীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ কিন্তু হোটেলৰ বন্ধ কোঠাত ঘটিছিল কি?
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি হোটেলৰ বন্ধ কোঠাত উদ্ধাৰ হৈছে সুৰাৰ বটল, গ্লাছকে ধৰি নিচাযুক্ত দ্ৰৱ৷ আটাইকেইগৰাকীকে অসংযত অৱস্থাত পোৱা বুলিও জনাইছে আৰক্ষীয়ে৷ জনা গৈছে যে ধৃত দুই তৰুণীৰ বয়স ২৩ৰ পৰা ২৫ বছৰৰ ভিতৰত৷ অন্যহাতে তেওঁলোকৰ সৈতে থকা চাৰি পুৰুষেই পেছাত ব্যৱসায়ী৷ ঘটনাটো ঘটিছে গুজৰাটৰ চুৰাটত৷ গুজৰাটত যিহেতু মদ্যপান কঠোৰভাৱে নিষিদ্ধ তেনেস্থলত হোটেলৰ কোঠাত কৰ পৰা কেনেকৈ সুৰাৰ আগমন ঘটিল৷ মদ্যপান কৰাৰ অপৰাধতেই লগে লগে গ্ৰেপ্তাৰ হৈছে ৬গৰাকীয়েই৷
দ্যা টাইমছ অফ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ধৃত এগৰাকী যুৱতীৰ শহুৰেকে চুৰাট আৰক্ষীৰ কণ্ট্ৰল ৰুমলৈ ফোন কৰিছিল৷ তেওঁ আৰক্ষীক জনাইছিল যে উইকেণ্ড ডেষ্টিনেশ্ব্যন হোটেলৰ ৪৪৩ নম্বৰ কোঠাত তেওঁৰ পুত্ৰবধূৱে বন্ধুক লৈ সুৰাৰ পাৰ্টী কৰিছে৷ এই খবৰ লাভ কৰি হোটেলৰ নিৰ্দিষ্ট ৰুমত উপস্থিত হয় আৰক্ষী৷ লগে লগেই ৬গৰাকীক আটক কৰে৷ আটক কৰাৰ পাছতেই সুৰাৰ বটল ৰুমত লাভ কৰাৰ ওপৰিও আটাইকেইগৰাকী সুৰাৰ নিচাত থকাৰ বাবে গ্ৰেপ্তাৰো কৰে আৰক্ষীয়ে৷ আটাইকেইগৰাকীকে মেডিকেল পৰীক্ষাৰ বাবে পোনে পোনে হাস্পতাললৈ লৈ যায় আৰক্ষীয়ে৷ সেই পৰীক্ষাত তেওঁলোকৰ আটাইকেইগৰাকীয়ে তেজত সুৰাৰ উপস্থিতি ধৰা পৰিছে৷
আৰক্ষী সূত্ৰই জনাইছে যে যিগৰাকী শহুৰেকে ফোন কৰিছিল তেওঁৰ পুত্ৰবধুৰ কিছুদিন ধৰি দাম্পত্যত কলহ চলিছিল৷ সেয়ে পুত্ৰবধুক শিক্ষা দিবৰ বাবে আৰক্ষীলৈ ফোন কৰিছিল শহুৰেকে৷ আৰক্ষীয়ে জনাইছে যে নিজৰ পুত্ৰবধূক তেওঁ গোপনে নিৰীক্ষণ কৰি আছিল৷ কত কেনেকৈ পাৰ্টি কৰে সেই খবৰো ৰাখিছিল শহুৰেকে৷ অৱশেষত তেওঁ আৰক্ষীক খবৰ দি বোৱাৰীয়েকৰ সকলো তথ্য সন্মুখলৈ আনিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
গ্ৰাস কৰিব বন্ধ্যাত্বই, হেৰুৱাব পুৰুষত্বও, ভয়ংকৰ সংক্ৰামক যৌ* ৰোগ গণৰিয়াৰ উপসৰ্গ কি কি? জানক সবিশেষ

গ্ৰাস কৰিব বন্ধ্যাত্বই, হেৰুৱাব পুৰুষত্বও, ভয়ংকৰ সংক্ৰামক যৌ* ৰোগ গণৰিয়াৰ উপসৰ্গ কি কি? জানক সবিশেষ

সিংহ ৰাশিত ১৮ বছৰৰ পাছত সূৰ্য-কেতু মুখামুখি, বেংক বেলেন্স বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

সিংহ ৰাশিত ১৮ বছৰৰ পাছত সূৰ্য-কেতু মুখামুখি, বেংক বেলেন্স বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.