• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সিংহ ৰাশিত ১৮ বছৰৰ পাছত সূৰ্য-কেতু মুখামুখি, বেংক বেলেন্স বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

সিংহ ৰাশিত ১৮ বছৰৰ পাছত সূৰ্য-কেতু মুখামুখি, বেংক বেলেন্স বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

9 months ago
ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

41 minutes ago
আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

1 hour ago
ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

2 hours ago
বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

2 hours ago
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

4 hours ago
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

5 hours ago
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

5 hours ago
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

6 hours ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

8 hours ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

10 hours ago
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

10 hours ago
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সিংহ ৰাশিত ১৮ বছৰৰ পাছত সূৰ্য-কেতু মুখামুখি, বেংক বেলেন্স বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

সিংহ ৰাশিত ১৮ বছৰৰ পাছত সূৰ্য-কেতু মুখামুখি, বেংক বেলেন্স বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

editor by editor
August 7, 2025
in জীৱনশৈলী
0
সিংহ ৰাশিত ১৮ বছৰৰ পাছত সূৰ্য-কেতু মুখামুখি, বেংক বেলেন্স বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান কেতুৱে অৱস্থান কৰিছে সিংহ ৰাশিত৷ ১৭ আগষ্টত সূৰ্যই কৰ্কট ৰাশি এৰি সিংহ ৰাশিত গোচৰ কৰিব৷ ১৮ বছৰ পাছত সিংহ ৰাশিত একেলগে থাকিব সূৰ্য আৰু কেতু৷ সূৰ্য আৰু কেতুৱে কাষলৈ আহিলে গ্ৰহণ যোগ গঠিত হয়৷ কিন্তু এই যোগ মুঠেও শুভ নহয়৷ সিংহ হৈছে সূৰ্যৰ নিজৰ ৰাশি৷ সিংহলৈ আহি জোৰ বাঢ়িব সূৰ্যৰ৷ ফলত কেতুৰ অশুভ প্ৰভাৱ খৰ্ব হ’ব৷ এই পৰিস্থিতিত সূৰ্য আৰু কেতুৰ যুঁটিত লাভৱান হব পাঁচ ৰাশিৰ জাতক৷ নানান দিশৰ পৰা অৰ্থলাভ কৰাৰ সুযোগ আহিব এওঁলোকৰ৷ জানি থওক এই তালিকাত কোন কোন ৰাশি আছে?

মেষ ৰাশি

মেষ ৰাশিৰ পঞ্চম ঘৰত যুঁটি গঠন কৰিব সিংহই৷ এই পৰিস্থিতিত প্ৰেম জীৱন খুবেই ভাল হব মেষ ৰাশিৰ জাতকৰ৷ যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বিবাহৰ যোগ আছে৷ প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ সমৰ্থন পাব৷ উচ্চশিক্ষাতো সাফল্য লাভৰ সম্ভাৱনা আছে৷ কেৰিয়াৰত উন্নতি কৰিব৷

সিংহ ৰাশি

সিংহ ৰাশিতেই কাষলৈ আহিব সূৰ্য আৰু কেতু৷ সেই কাৰণেই এই যুঁটি বেছ লাভজনক হব সিংহ ৰাশিৰ বাবে৷ সিংহ ৰাশিত সূৰ্য অত্যন্ত শক্তিশালী স্থানত থাকিব৷ ইয়াৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত কামৰ বাবে স্বীকৃতি পাব৷ কেতুৰ প্ৰভাৱত আধ্যাত্মিক চেতনা জাগ্ৰত হব৷ আৰ্থিকভাৱে লাভ কৰিব৷ আত্মীয়ৰ সৈতে বিবাদ দূৰ হব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ অৰ্থনৈতিক পৰিস্থিতি লাভজনক হব৷ বিশেষকৈ যিসকলে ব্যৱসায় কৰিছে তেওঁলোকৰ দীৰ্ঘদিনৰ কোনো সমস্যা দূৰ হব৷ কামৰ পথৰ সকলো বাধা দূৰ হব৷ সাফল্যৰ পথত আগুৱাই যাব৷ নতুন উপাৰ্জনৰ ৰাস্তা আপোনাৰ সন্মুখত খুলি যাব৷ প্ৰভাৱশালী ব্যক্তিৰ সমৰ্থন পাব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ দশম ঘৰত যুঁটি গঠন কৰিব সূৰ্য আৰু কেতুৱে৷ ইয়াৰ ফলত কেৰিয়াৰত বৃহৎ সাফল্যই অপেক্ষা কৰিছে আপোনাৰ বাবে৷ অফিচত নিজৰ পৰিশ্ৰমৰ সুফল পাব৷ সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ জুনিয়ৰসকলৰ সন্মুখত আপোনাৰ কামক উদাহৰণ হিচাপে তুলি ধৰা হব৷ সমাজত প্ৰতিপত্তি বাঢ়িব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷

মকৰ ৰাশি

সূৰ্য আৰু কেতুৰ যুঁটিৰ প্ৰভাৱত কেৰিয়াৰ, শিক্ষা আৰু ব্যৱসায়ত বৃহৎ উন্নতি কৰিব পাৰিব মকৰ ৰাশিৰ জাতকে৷ এই সময়ত আপুনি অফিচত ডাঙৰ কামৰ দায়িত্ব পাব পাৰে৷ আপোনাৰ প্ৰমোছন হব পাৰে৷ এই সময়ত উপাৰ্জন বহু পৰিমাণে বৃদ্ধি পাব৷ আইনী সমস্যা থাকিলে দূৰ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!
জীৱনশৈলী

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

May 8, 2026
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

May 8, 2026
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?
জীৱনশৈলী

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

May 8, 2026
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা
জীৱনশৈলী

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

May 8, 2026
Next Post
আয়ুষ্মান যোগত শুক্লা চতুৰ্দশী, কাইলৈ লক্ষ্মী আহিব এই ৫ৰাশিৰ ঘৰলৈ

আয়ুষ্মান যোগত শুক্লা চতুৰ্দশী, কাইলৈ লক্ষ্মী আহিব এই ৫ৰাশিৰ ঘৰলৈ

১৫ নে ১৬ আগষ্ট, জন্মাষ্টমী কেতিয়া? পূজাৰ শুভ সময় থাকিব মাত্ৰ ৪৩ মিনিট

১৫ নে ১৬ আগষ্ট, জন্মাষ্টমী কেতিয়া? পূজাৰ শুভ সময় থাকিব মাত্ৰ ৪৩ মিনিট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.