• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আয়ুষ্মান যোগত শুক্লা চতুৰ্দশী, কাইলৈ লক্ষ্মী আহিব এই ৫ৰাশিৰ ঘৰলৈ

আয়ুষ্মান যোগত শুক্লা চতুৰ্দশী, কাইলৈ লক্ষ্মী আহিব এই ৫ৰাশিৰ ঘৰলৈ

10 months ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

15 minutes ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

44 minutes ago
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

59 minutes ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

2 hours ago
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

2 hours ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

3 hours ago
সাজঘৰ

সাজঘৰ

3 hours ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

14 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

15 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

15 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

15 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আয়ুষ্মান যোগত শুক্লা চতুৰ্দশী, কাইলৈ লক্ষ্মী আহিব এই ৫ৰাশিৰ ঘৰলৈ

আয়ুষ্মান যোগত শুক্লা চতুৰ্দশী, কাইলৈ লক্ষ্মী আহিব এই ৫ৰাশিৰ ঘৰলৈ

editor by editor
August 7, 2025
in জীৱনশৈলী
0
আয়ুষ্মান যোগত শুক্লা চতুৰ্দশী, কাইলৈ লক্ষ্মী আহিব এই ৫ৰাশিৰ ঘৰলৈ
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ৮ আগষ্ট ২০২৫ শুকুৰবাৰে চন্দ্ৰই দিনজুৰি মকৰ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ শাওনৰ শুক্লা চতুৰ্দশী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব প্ৰীতি যোগ আৰু আয়ুষ্মান যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব উত্তৰ আহাৰ নক্ষত্ৰ আৰু শ্ৰৱণা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত শুক্ৰবাৰ হৈছে লক্ষ্মীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

কাইলৈ ৮ আগষ্টত জীৱনৰ সকলো সুখ সৌভাগ্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ সাহস আৰু ধৈৰ্য্য দুইটাই বৃদ্ধি পাব৷ লক্ষ্মীৰ কৃপাত শত্ৰু আপোনাৰ সন্মুখত পৰাজিত হব৷ সামাজিক জনসেৱামূলক কামত বেছিকৈ যোগ দিব৷ যিসকলে চাকৰিৰ চেষ্টা কৰিছে তেওঁলোকে ডাঙৰ কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ পৰিয়ালত সুখ থাকিব৷

কৰ্কট ৰাশি

কাইলৈ দিনটো প্ৰীতি যোগৰ শুভ প্ৰভাৱত সৌভাগ্যময় হব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ সকলো কাম সাফল্যৰ সৈতে সম্পন্ন কৰিব পাৰিব৷ শত্ৰুৱে আপোনাৰ কামত বাধা সৃষ্টি কৰিবলৈ চেষ্টা কৰিলেও ব্যৰ্থ হব৷ বুদ্ধি আৰু দক্ষতাৰে কৰ্মক্ষেত্ৰৰ কঠিন পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰিব৷ আইনী জটিলতাতো জয়ী হব৷

কন্যা ৰাশি

কাইলৈ দিনটো বিশেষভাৱে সৌভাগ্যপূৰ্ণ হব কন্যা ৰাশিৰ জাতকৰ বাবে৷ কোনো সূত্ৰৰ পৰা হঠাৎ অতিৰিক্ত অৰ্থ লাভ কৰিব পাৰে৷ চৰকাৰী প্ৰকল্পৰ পৰাও লাভৱান হব৷ যি বিষয়ত আপুনি বহুদিন ধৰি বাধা লাভ কৰি আহিছিল সেই সকলো বাধা দূৰ হব৷ ছাত্ৰ ছাত্ৰীয়ে লেখাপঢ়াত সাফল্য পাব৷

মকৰ ৰাশি

কাইলৈ শাওনৰ নক্ষত্ৰৰ প্ৰভাৱত বৃহৎ কোনো সাফল্যই অপেক্ষা কৰিছে মকৰ ৰাশিৰ বাবে৷ কাইলৈ নিজৰ জ্ঞান আৰু বুদ্ধিৰ জোৰত সকলো বিপদ দূৰ হব৷ কেৰিয়াৰত বৃহৎ সাফল্য লাভৰ যোগ আছে৷ বেছ কিছু অতিৰিক্ত অৰ্থ প্ৰাপ্তি হব৷ আপোনাৰ ওপৰত মানসিক চাপ থাকিলে সেয়া দূৰ হব৷

মীন ৰাশি

কাইলৈ দিনজুৰি মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ সমাজত কোনো উচ্চস্থান লাভ কৰিব পাৰিব৷ সকলো বিষয়ত পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন পাব৷ কাইলৈ আপুনি যি কামতেই হাত দিব তাতেই সাফল্য পাব৷ কাইলৈ কৰোবাত বিনিয়োগ কৰিলে লাভ হব৷ ব্যৱসায়তো লাভ বাঢ়িব মীন ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ
জীৱনশৈলী

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

June 7, 2026
সাজঘৰ
অসম

সাজঘৰ

June 7, 2026
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ
জীৱনশৈলী

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

June 6, 2026
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক
জীৱনশৈলী

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

June 6, 2026
Next Post
১৫ নে ১৬ আগষ্ট, জন্মাষ্টমী কেতিয়া? পূজাৰ শুভ সময় থাকিব মাত্ৰ ৪৩ মিনিট

১৫ নে ১৬ আগষ্ট, জন্মাষ্টমী কেতিয়া? পূজাৰ শুভ সময় থাকিব মাত্ৰ ৪৩ মিনিট

প্ৰায়েই শৰীৰৰ এইসমূহ অংগত বিষ অনুভৱ হয়? কলষ্টেৰল বঢ়াৰ লক্ষণ নহয়তো? নীৰৱ ঘাতক কলষ্টেৰলে আক্ৰমণ কৰিলে কি কি লক্ষণে দেখা দিয়ে?

প্ৰায়েই শৰীৰৰ এইসমূহ অংগত বিষ অনুভৱ হয়? কলষ্টেৰল বঢ়াৰ লক্ষণ নহয়তো? নীৰৱ ঘাতক কলষ্টেৰলে আক্ৰমণ কৰিলে কি কি লক্ষণে দেখা দিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.