• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যমজ সন্তান জন্ম ১৯ বৰ্ষীয় যুৱতীৰ! যমজ সন্তানৰ পিতৃ দুজন যুৱক! ই কেনেকৈ সম্ভৱ?

যমজ সন্তান জন্ম ১৯ বৰ্ষীয় যুৱতীৰ! যমজ সন্তানৰ পিতৃ দুজন যুৱক! ই কেনেকৈ সম্ভৱ?

4 years ago
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

12 minutes ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

16 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

17 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

18 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

18 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

19 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

20 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

20 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

21 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

21 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

22 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

যমজ সন্তান জন্ম ১৯ বৰ্ষীয় যুৱতীৰ! যমজ সন্তানৰ পিতৃ দুজন যুৱক! ই কেনেকৈ সম্ভৱ?

editor by editor
September 8, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
যমজ সন্তান জন্ম ১৯ বৰ্ষীয় যুৱতীৰ! যমজ সন্তানৰ পিতৃ দুজন যুৱক! ই কেনেকৈ সম্ভৱ?
0
SHARES
594
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লেটিন আমেৰিকান দেশ ব্ৰাজিলত এগৰাকী ১৯ বছৰীয়া যুৱতীয়ে এহাল যমজ সন্তান জন্ম দিছে। যুৱতীগৰাকীয়ে এহাল যমজ সন্তান জন্ম দিয়াটো নিশ্চয়কৈ একো বিশেষ তাৎপৰ্যপূৰ্ণ ঘটনা নহয়৷ কিন্তু এই ঘটনাৰ অতি আশ্চৰ্যজনক কথাটো হ’ল দুয়োটা সন্তানৰে পিতৃ হৈছে দুজন পৃথক পুৰুষ৷

যুৱতীগৰাকীৰ যমজ সন্তানৰ পিতৃ দুজন পৃথক পুৰুষ বুলি প্ৰকাশ পোৱাৰ পাছতেই চিকিৎসা বিজ্ঞানত এনে ঘটনাক যথেষ্ট বিৰল বুলি গণ্য হৈছে৷

যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে পূৰ্বেই জানিছিল যে যমজ সন্তানহালৰ পিতৃ একেজন ব্যক্তিহে। কিন্তু, দুই শিশুৰ বয়স ৮ মাহ অতিক্ৰম কৰাৰ পাছতে কৰা শিশু দুটিৰ ডিএনএ পৰীক্ষাই প্ৰকৃত সত্য উন্মোচন কৰিলে।

লগতে পঢ়ক OMG! তিহাৰ জে’লৰ কয়দীয়ে পেটৰ ভিতৰত নিছিল দুটাকৈ মোবাইল৷ তাৰ পিছত ঘটিল এই ঘটনা…

পৰীক্ষাত দেখা গ’ল যে ইয়াৰে এটি শিশুৰ ডিএনএ তেওঁৰ পিতৃৰ ডিএনএৰ সাদৃশ্য আছে যদিও অন্য এটি শিশুৰ ডিএনএ পিতৃৰ ডিএনএৰ সৈতে সাদৃশ্য নাই৷ অৱশ্যে দেখাত দুয়োটা সন্তানৰ মাজত বহু সাদৃশ্য আছে।

ডিএনএৰ পৰীক্ষাৰ ফলাফল ৰাজহুৱা হোৱাৰ পিছতে যমজ সন্তানহালৰ মাতৃয়ে প্ৰকাশ কৰিছে যে দুয়োটা সন্তানৰ পিতৃ একেজন পুৰুষ নহয়৷ ব্ৰাজিলৰ স্থানীয় সংবাদ মাধ্যমত নাম তথা পৰিচয় গোপনে ৰখা দুই যমজ সন্তানৰ মাতৃগৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁ একেদিনাই দুজন পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল৷

ব্ৰাজিলৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই ঘটনাটো গ’য়াছ প্ৰভিন্সৰ সৰু চহৰ মিনেইৰ’ছৰ। যমজ সন্তানৰ মাতৃয়ে প্ৰকাশ কৰা মতে কেইঘণ্টামানৰ ব্যৱধানত তেওঁ দুজন পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। আৰু সেয়ে তেওঁ যমজ সন্তান হালৰ ডিএনএ টেষ্ট কৰাৰ সিদ্ধান্ত লয়।

লগতে পঢ়ক এক ফুল দু প্ৰেমী! একেগৰাকী মহিলা আৰক্ষীৰে প্ৰেমত পৰি দুই আৰক্ষীৰ তয়াময়া ৰণ!

এটা সন্তানৰ ডিএনএ তেওঁৰ প্ৰেমিকৰ ডিএনএৰ সৈতে সাদৃশ্য থকাত তেওঁ আচৰতি হৈ পৰিছে৷ তেওঁ প্ৰকাশ কৰা মতে দেখাত প্ৰায় অবিকল যমজ সন্তানহালৰ ডিএনএ যে পৃথক হ’ব সেয়া তেওঁৰ বাবে অবিশ্বাস্য আছিল৷

‘‘দুয়োটা সন্তান দেখাত ইমান সাদৃশ্য থকাৰ পিছতো দুয়োৰে ডিএনএ পৃথক হ’ব বুলি মই ভাবিবই পৰা নাছিলো৷ দুয়োটা সন্তানৰ পিতৃৰ নাম এতিয়াও এজন লোকৰ নামতে পঞ্জীভুক্ত হৈ আছে৷ এতিয়া  ডিএনএ পৰীক্ষাৰ ভিত্তিত তেওঁলোকৰ প্ৰকৃত পিতৃৰ নাম লিপিৱদ্ধ কৰাৰ প্ৰয়াস কৰা হ’ব৷’’ ব্ৰাজিলৰ স্থানীয় সংবাদ মাধ্যমত এইদৰে কয় যমজ সন্তানহালৰ মাতৃয়ে৷

ইফালে মাতৃগৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁৰ যমজ সন্তানহালৰ দায়িত্ব তেওঁৰ প্ৰেমিকে লৈ আহিছে৷ আনকি যুৱতীগৰাকীৰ প্ৰেমিকে এটি সন্তানৰ পিতৃ নহয় বুলি জনাৰ পিছতো দুয়োটা সন্তানৰে দায়িত্ব সঠিকভাৱে পালন কৰি আছে৷ তেওঁ কোনো অসন্তুষ্টি প্ৰকাশ কৰা নাই বুলিও সদৰী কৰিছে মাতৃগৰাকীয়ে৷

লগতে পঢ়ক শাহুৱেকে কৰিলে টিভি বন্ধ, বোৱাৰীয়েকে কামুৰিলে শাহুৱেকৰ আঙুলি, স্বামীৰ গালতো প্ৰচণ্ড চৰ

‘‘এতিয়াও দুয়োটা সন্তানকে সি চোৱা-চিতা কৰে। তেওঁ মোক বহুত সহায় কৰে। মোক যি লাগে, তেওঁ সেই সকলোবোৰ পূৰণ কৰে।’’ মাতৃগৰাকীয়ে দ্বিতীয় সন্তানৰ পিতৃৰ বিষয়ে কোনো তথ্য প্ৰকাশ নকৰি প্ৰেমিকৰ বিষয়ে এইদৰে কয়৷

এই ঘটনা পোহৰলৈ  অহাৰ পাছতে অস্বাভাৱিক গৰ্ভাৱস্থাৰ আৰ্হি অধ্যয়ন কৰা চিকিৎসক ডাঃ টুলিঅ’ জৰ্জ ফ্ৰাংকোৱে কয় যে এনে এটা পৰিঘটনাক চিকিৎসা বিজ্ঞানৰ ভাষাত হেটেৰ’পেৰেণ্টেল ছুপাৰফেকণ্ডেচন বুলি কোৱা হয়। তেওঁ লগতে কয় যে সমগ্ৰ বিশ্বতে এতিয়ালৈকে মাত্ৰ ২০ টা হেটেৰ’পেৰেণ্টেল ছুপাৰফেকাণ্ডেচনৰ বিষয়ে জনা গৈছে।

যমজ সন্তান হালৰ বিষয়ে তেওঁ আৰু কয় যে কোনো ধৰণৰ জটিলতা নোহোৱাকৈ অতি স্বাভাৱিকভাৱে গৰ্ভধাৰণ হৈছিল। দুয়োটি শিশুৱে জন্মতে সুস্থই আছিল আৰু জন্মৰ পিছতো কেতিয়াও কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হোৱা নাছিল। ই অত্যন্ত বিৰল ঘটনা।

‘‘মই কেতিয়াও ভবা নাছিলো যে মই মোৰ জীৱনত এনেকুৱা এটা কেচ দেখিম’’ বুলি কৈ চিকিৎসকগৰাকীয়ে লগতে কয় যে এনে ঘটনা লাখত মাত্ৰ এটাহে ঘটে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamheteroparental superfecundationpaternity testtwins
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ
বিশ্ব

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

April 4, 2026
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
Next Post
বীৰ ছহিদক অপমান! ছহিদলৈ কুৰিয়াৰে ‘শৌৰ্য চক্ৰ’ প্ৰেৰণ, ছহিদৰ পৰিয়ালে দিলে ওভতাই

বীৰ ছহিদক অপমান! ছহিদলৈ কুৰিয়াৰে ‘শৌৰ্য চক্ৰ’ প্ৰেৰণ, ছহিদৰ পৰিয়ালে দিলে ওভতাই

শিক্ষক-শিক্ষয়িত্ৰীসকল সাৱাধান হওক! ছাত্ৰ-ছাত্ৰীক বেত্ৰাঘাত কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষক

শিক্ষক-শিক্ষয়িত্ৰীসকল সাৱাধান হওক! ছাত্ৰ-ছাত্ৰীক বেত্ৰাঘাত কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.