• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পঞ্চাশোৰ্ধৰ মহিলাৰ যৌনতা হ্ৰাস পাই নেকি? অধ্যয়নে কি কয়?

পঞ্চাশোৰ্ধৰ মহিলাৰ যৌনতা হ্ৰাস পাই নেকি? অধ্যয়নে কি কয়?

4 years ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

9 minutes ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

1 hour ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

2 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

2 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

3 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

3 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

13 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

14 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

14 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

15 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

16 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পঞ্চাশোৰ্ধৰ মহিলাৰ যৌনতা হ্ৰাস পাই নেকি? অধ্যয়নে কি কয়?

editor by editor
May 18, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
পঞ্চাশোৰ্ধৰ মহিলাৰ যৌনতা হ্ৰাস পাই নেকি? অধ্যয়নে কি কয়?
0
SHARES
707
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণতে ধাৰণা কৰা হয় যে পঞ্চাছ বছৰ বয়স অতিক্ৰম কৰাৰ পিছতে মহিলাৰ যৌন ক্ষমতা আৰু হাবিয়াস দুয়োটাই হ্ৰাস পায়৷ কিন্তু এই ধাৰণা কিমান সত্য?

এই বিষয়টো সন্দৰ্ভত এক অধ্যয়নৰ ফলাফল প্ৰকাশ পাইছে৷ মিৰ’ৰ নামৰ এক প্ৰত্ৰিকাত প্ৰকাশ পোৱা উক্ত অধ্যয়নৰ ফলাফলত কোৱা হৈছে যে মানুহৰ মাজত থকা এই ধাৰণা সম্পূৰ্ণ শুদ্ধ নহয়৷ বৰং মানুহৰ ধাৰণাৰ বিপৰীতে অধ্যয়নটোৱে অন্য এক চিত্তাকাৰ্ষক তথ্যহে প্ৰকাশ কৰিছে৷

অধ্যনয়টোত কোৱা হৈছে যে ৫০ উৰ্ধৰ অৰ্ধেক অৰ্থাৎ ৫০% মহিলাই বয়স বৃদ্ধিৰ লগে লগে যৌন ক্ষমতা আৰু হাবিয়াস দুয়োটাই বৃদ্ধি পায়৷ অধ্যয়নটোৰ মতে ৫৩ বছৰৰ বয়সটোৱেই হৈছে মহিলাৰ সৰ্বোত্তম যৌনতাৰ বয়স৷

লগতে পঢ়ক সাৱধান! জলপ্ৰপাতত ফটো তুলি থাকোতে ৫০ ফুট তললৈ পৰি মৃত্যু সুন্দৰী যুৱতী পৰ্যটকৰ

অধ্যয়নটোৰ মতে ৫০ বছৰৰ ওপৰৰ অৰ্ধেক মহিলাই দাবী কৰিছে যে বয়স বৃদ্ধিৰ লগে লগে তেওঁলোকৰ যৌনতাৰ ক্ষমতা আৰু হাবিয়াস বৃদ্ধিহে পাইছে৷

আন এটা অধ্যয়নত কোৱা হৈছে যে তেওঁলোকে যৌন জীৱনৰ টিপছ নৱ প্ৰজন্মলৈ প্ৰেৰণ কৰি ৫৩ বছৰ বয়সতহে সৰ্বোত্তম যৌনতা লাভ কৰিব পাৰি বুলি দাবী কৰিছে৷

লিভাৰপুল উইমেন’ছ এন এইচ এছ ফাউণ্ডেশ্যন ট্ৰাষ্টৰ পৰামৰ্শদাতা স্ত্ৰীৰোগ বিশেষজ্ঞ তথা ব্ৰিটিছ মেন’প’জ ছ’চাইটিৰ অধ্যক্ষ ডাঃ প’লা ব্রিগছে এই তথ্যত আনন্দিত হোৱা বুলি প্ৰকাশ কৰিছে।

লগতে পঢ়ক যৌন সংগমৰ সময়ত মাত্ৰাধিক চিঞৰ বাখৰ এহাল দম্পতীৰ, প্ৰতিবেশীয়ে তৰিলে গোচৰ!

তেওঁ কয়, “মনোপজ মহিলাৰ বাবে ইতিবাচক কথা হ’ব পাৰে। অৱশ্যে বহুতৰে বাবে ই এনেকুৱা এটা কথা যিটো তেওঁলোকে ভয়ৰ সন্মুখীন হয়, ভৱিষ্যতে কি হ’ব নাজানে।”

ইয়াৰ বাবেই চাগৈ মহিলা স্বাস্থ্য কোম্পানী অৰ্গেননৰ সমীক্ষাত ৫০ বছৰৰ ওপৰৰ মহিলাসকলৰ এক তৃতীয়াংশই প্ৰেমৰ বাবে বিয়া কৰাবলৈ পৰামৰ্শ দিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ
জীৱনশৈলী

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

March 18, 2026
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?
জীৱনশৈলী

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

March 18, 2026
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ
জীৱনশৈলী

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

March 18, 2026
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

March 18, 2026
Next Post
বুকুৰ ওপৰৰ অংশ উন্মুক্ত! লণ্ডনৰ ৰাজপথত এয়া কি কৰিলে অভিনেত্ৰী হিনাই?

বুকুৰ ওপৰৰ অংশ উন্মুক্ত! লণ্ডনৰ ৰাজপথত এয়া কি কৰিলে অভিনেত্ৰী হিনাই?

অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ

অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.