• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ

অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ

4 years ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

10 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

10 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

10 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

11 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

11 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

12 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

13 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

13 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

14 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

15 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

16 hours ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ

editor by editor
May 18, 2022
in অপৰাধ, ভাৰত
0
অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ
0
SHARES
110
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্য যুৱকৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক থকাৰ অভিযোগত নিজৰ প্ৰেমিকাক হত্যা কৰিছে এগৰাকী যুৱকে৷ এই চাঞ্চল্যকৰ ঘটনাটো ৰাজধানী দিল্লীৰ উত্তম নগৰত সংঘটিত হৈছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে অন্য যুৱকেৰে বন্ধুত্ব গঢ়ি তোলাৰ অভিযোগত ২৬ বছৰীয়া বিকাশ নামৰ প্ৰেমিকজনে প্ৰেমিকা ২৩ বছৰীয়া শিলাক ব্লেডেৰে কাটি হত্যা কৰে৷

একেটা অঞ্চলৰে প্ৰেমিকা শিলাই অন্য যুৱকৰ সৈতে কথা-বাৰ্তা আৰম্ভ কৰাৰ বুলি বিকাশে অভিযোগ তুলি এবাৰ সাক্ষাৎ কৰিবলৈ অনুৰোধ জনায়৷

লগতে পঢ়ক পঞ্চাশোৰ্ধৰ মহিলাৰ যৌনতা হ্ৰাস পাই নেকি? অধ্যয়নে কি কয়?

শিলাই বিকাশক সাক্ষাৎ কৰাৰ সয়মতে এই কথাটোকে লৈ দুয়োৰ মাজ বাক বিতণ্ডা আৰু কাজিয়াৰ সূত্ৰপাত হয়৷ এই কাজিয়াৰ মাজতে বিকাশে এখন ব্লেডেৰে প্ৰেমিকা শিলাক আক্ৰমণ কৰে৷ বিকাশৰ আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষাৰ বাবে পলায়ন কৰিবলৈ চেষ্টা কৰিলেও বিকাশে শিলাক মাটিত পেলাই লৈ আক্ৰমণ কৰে৷

পিছত আঘাতপ্ৰাপ্ত শিলাক দিল্লীৰ দীনদয়াল উপাধ্যায় হাস্পতালত ভৰ্তি কৰোৱা হয়। বিকাশৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা শিলাৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত শিলাৰ মাতৃয়ে অভিযুক্ত বিকাশৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

লগতে পঢ়ক ভাৰতৰ কাষত থিয় দিলে চিৰবৈৰী চীনে! কিন্তু কিয় ভাৰতক সমৰ্থন চীনৰ?

আৰক্ষীয়ে জনোৱা মতে বিকাশৰ বিৰুদ্ধে পূৰ্বেও একাধিক অপৰাধ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। গাড়ী চুৰিকে ধৰি কেইবাটাও অপৰাধমূলক কাৰ্যতো বিকাশ জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আনকি বিকাশে কাৰাবাসো খাটি আহিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে যোৱা ১২ মে’ত গাজিয়াবাদৰ দাসনা কাৰাগাৰৰ পৰা জামিনত মুকলি কৰি ঘৰলৈ উভতি আহিছিল বিকাশ। ঘৰ পোৱাৰ লগে লগে বিকাশে শিলাৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে। আৰক্ষীৰ মতে, শিলাই বিকাশৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assammurder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে
জীৱনশৈলী

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

August 22, 2026
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ
জীৱনশৈলী

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

August 22, 2026
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?
বিনোদন

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

August 22, 2026
Next Post
বিবাহৰ উপহাৰ বিস্ফোৰণ, আহত ভতিজাসহ নৱবিবাহিত দৰা

বিবাহৰ উপহাৰ বিস্ফোৰণ, আহত ভতিজাসহ নৱবিবাহিত দৰা

শ্ৰীলংকাৰ পিছতে পাল পাকিস্তানৰ! ইয়াৰ পিছত পাল কোন কোন ৰাষ্ট্ৰৰ?

শ্ৰীলংকাৰ পিছতে পাল পাকিস্তানৰ! ইয়াৰ পিছত পাল কোন কোন ৰাষ্ট্ৰৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.