• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্ৰীলংকাৰ পিছতে পাল পাকিস্তানৰ! ইয়াৰ পিছত পাল কোন কোন ৰাষ্ট্ৰৰ?

শ্ৰীলংকাৰ পিছতে পাল পাকিস্তানৰ! ইয়াৰ পিছত পাল কোন কোন ৰাষ্ট্ৰৰ?

4 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

7 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

8 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

9 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

10 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

11 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

11 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

12 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

13 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

14 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

14 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

15 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শ্ৰীলংকাৰ পিছতে পাল পাকিস্তানৰ! ইয়াৰ পিছত পাল কোন কোন ৰাষ্ট্ৰৰ?

editor by editor
May 18, 2022
in বিশ্ব, ভাৰত
0
শ্ৰীলংকাৰ পিছতে পাল পাকিস্তানৰ! ইয়াৰ পিছত পাল কোন কোন ৰাষ্ট্ৰৰ?
0
SHARES
287
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যদি পকেটত ধন নাথাকে, তেন্তে এই পাৰ্থিৱ পৃথিৱীত সকলো মিছা৷ ৰাতি বিচনাত গাত কাপোৰখন লৈ শোৱাৰ পৰা পুৱা বিচনাৰ পৰা উঠি আকৌ ৰাতি গাত কাপোৰখন টানি বিছনাত শোৱালৈকে সকলোতে ধনৰে মহাত্ম্য৷ ব্যক্তিৰপৰা ৰাষ্ট্ৰলৈকে সকলোতে এই কথাটো খাটে৷

এখন দেশ উন্নত নে অনুন্নত, তাৰ মাপকাঠি জোখা টকাই যদি ভাৰসাম্য হেৰুৱাই পেলাই তেন্তে সেই দেশৰ কি অৱস্থা হ’ব পাৰে তাৰ জলন্ত উদাহৰণ হৈছে জ্বলি ভষ্ম হৈ সাগৰতে ডুব যোৱাৰ উপক্ৰম হোৱা শ্ৰীলংকা৷ পিছে এই পৰিস্থিতি কেৱল শ্ৰীলংকাতে আৱদ্ধ হৈ থাকিব এনে নহয়৷ তেনে অনুৰূপ পৰিস্থিতিৰ দিশে আগবাঢ়িছে দক্ষিণ-পূব এছিয়াৰ কেইবাখনো ৰাষ্ট্ৰৰ লগতে ভাৰতৰ বহুকেইখন ৰাজ্য৷

এখন দেশৰ এটা বিত্তীয় বৰ্ষৰ মুঠ আয়ক ফাইনেন্সিয়াল লেংগুৱেজত কোৱা হোৱা GDP৷ অৰ্থাৎ GROSS DOMESTIC PRODUCT৷ আৰু এখন দেশে আয় কৰা ধন বা GDPএ যদি সেই দেশ চলিব নোৱাৰে তেতিয়া অন্য দেশ বা আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সংস্থাৰ পৰা ঋণ ল’বলৈ বাধ্য হয়৷ শ্ৰীলংকাই এনেদেৰ ঋণ লৈ ঋণৰ বোজা কঢ়িয়াব নোৱাৰি দুৰ্ভিক্ষত পতিত হৈছে৷

লগতে পঢ়ক অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ

এতিয়া শ্ৰীলংকাৰ দৰে অনুৰূপ পৰিস্থিতিৰ দিশে আগবাঢ়িছে ভাৰতৰ চুবুৰূীয়া দেশ পাকিস্তান৷ প্ৰকাশিত খবৰ মতে পাকিস্তানৰ বৰ্তমান DEBT TO GDP RATIOৰ পৰিসংখ্যা হৈছে ৭৪ শতাংশ৷

অৰ্থাৎ মুঠ জিডিপিতকৈ পাকিস্তানৰ ঋণৰ পৰিমাণ ৭৪ শতাংশ অধিক৷ যাৰ ফলত বৰ্তমান আৰ্থিক সমস্যাত জৰ্জৰিত হৈছে পাকিস্তান৷ আৰ্থিক সমস্যাত জৰ্জৰ পাকিস্তানে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ দুৱাৰে দুৱাৰে ঋণ বিচাৰি হাত পাতি ফুৰিছে৷ কিন্তু DEBT TO GDP RATIOৰ বিপদসীমা পাৰ হোৱা বাবে বিশ্বৰ কোনো ৰাষ্ট্ৰই মুকলি মনেৰে পাকিস্তানক ঋণ দিয়াৰ সন্মতি প্ৰদান কৰা নাই৷

আনহাতে পাকিস্তানক অনুসৰণ কৰি DEBT TO GDP RATIOত নেপালৰ পৰিসংখ্যা ৫৩ শতাংশ৷ অৰ্থাৎ কিছুদিনৰ পিছতে বিপদসীমা অতিক্ৰম কৰি আৰ্থিক সমস্যাৰে ভাৰাক্ৰান্ত  হ’ব নেপালো৷ ইফালে ঋণৰ ক্ষেত্ৰত ভাৰতো পিছ পৰি ৰোৱা নাই৷ আজিৰ তাৰিখত ভাৰতৰ বহুকেইখন ৰাজ্য DEBT TO GDP RATIOৰ বিপদসীমাৰ অতিক্ৰমৰ দিশে আগবাঢ়িছে৷

লগতে পঢ়ক বুকুৰ ওপৰৰ অংশ উন্মুক্ত! লণ্ডনৰ ৰাজপথত এয়া কি কৰিলে অভিনেত্ৰী হিনাই?

ইয়াৰ ভিতৰত প্ৰথম স্থানত আছে পঞ্জাৱ আজিৰ তাৰিখত পঞ্জাৱৰ DEBT TO GDP RATIOৰ পৰিসংখ্যা ৫৩ শতাংশ, ৰাজস্থানৰ ৩৯.৮ শতাংশ, পশ্চিমবংগৰ ৩৮.৮ শতাংশ, কেৰালাৰ ৩৮.৩ শতাংশ, উত্তৰ প্ৰদেশৰ ৩৪ শতাংশ, অন্ধ্ৰপ্ৰদেশৰ ৩২.৪ শতাংশ৷

আনহাতে এই ক্ষেত্ৰত অন্য ৰাষ্ট্ৰতকৈ অসমৰ স্থান সকাহজনক৷ বৰ্তমান অসমৰ ইয়াৰ পৰিসংখ্যা হৈছে ২২ শতাংশ৷ সময় থাকোতেই ঋণৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে যদি ভাৰতে ঋণৰ বোজা হ্ৰাস কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আগন্তুক মাত্ৰ কেইটামান বৰ্ষতে নেপাল পাকিস্তানক অতিক্ৰম কৰি শ্ৰীলংকাৰ দৰে ভাৰতৰো অনুৰূপ দশা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamindianepalpakistansri lanka
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি
ৰাজনীতি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

June 26, 2026
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 
বিনোদন

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

June 26, 2026
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ
বিশ্ব

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

June 26, 2026
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ
বিশ্ব

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

June 26, 2026
Next Post
ৰক্ষকেই ভক্ষক! কিশোৰীক দলৱদ্ধ ধৰ্ষণ বন্ধুসহ আৰক্ষী কনিষ্টবলৰ

ৰক্ষকেই ভক্ষক! কিশোৰীক দলৱদ্ধ ধৰ্ষণ বন্ধুসহ আৰক্ষী কনিষ্টবলৰ

আৰক্ষীয়ে FIR পঞ্জীয়ন কৰা নাই নেকি? তেনে ক্ষেত্ৰত কি কৰিব আপুনি?   

আৰক্ষীয়ে FIR পঞ্জীয়ন কৰা নাই নেকি? তেনে ক্ষেত্ৰত কি কৰিব আপুনি?  

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.