• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি ৰিঙত নামিব লাভলীনা… পেৰিছ অলিম্পিকত আত্মবিশ্বাসী লাভলীনা, ‘সোণ আনিবলৈকে এই দীৰ্ঘদিনীয়া প্ৰস্তুতি!’

আজি ৰিঙত নামিব লাভলীনা… পেৰিছ অলিম্পিকত আত্মবিশ্বাসী লাভলীনা, ‘সোণ আনিবলৈকে এই দীৰ্ঘদিনীয়া প্ৰস্তুতি!’

2 years ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

20 minutes ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

55 minutes ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

2 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

3 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

4 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

5 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

6 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

6 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

18 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

18 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

19 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজি ৰিঙত নামিব লাভলীনা… পেৰিছ অলিম্পিকত আত্মবিশ্বাসী লাভলীনা, ‘সোণ আনিবলৈকে এই দীৰ্ঘদিনীয়া প্ৰস্তুতি!’

আজি ৰিঙত নামিব লাভলীনা... পেৰিছ অলিম্পিকত আত্মবিশ্বাসী লাভলীনা, ‘সোণ আনিবলৈকে এই দীৰ্ঘদিনীয়া প্ৰস্তুতি!’

editor by editor
July 31, 2024
in ক্ৰীড়া, ভাৰত
0
আজি ৰিঙত নামিব লাভলীনা… পেৰিছ অলিম্পিকত আত্মবিশ্বাসী লাভলীনা, ‘সোণ আনিবলৈকে এই দীৰ্ঘদিনীয়া প্ৰস্তুতি!’
0
SHARES
325
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টকিঅ’ অলিম্পিকত ব্ৰঞ্জ লাভ কৰিছিল৷ তাৰপাছতেই বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান চেম্পিয়নশ্বিপতো সাফল্য লাভ কৰিছে৷ এইবাৰ পেৰিছ অলিম্পিকত সোণ জয়ৰ লক্ষ্য ভাৰতৰ অন্যতম তথা অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাইৰ৷ অলিম্পিকৰ প্ৰস্তুতি সম্পৰ্কে পূৰ্বেই জনাইছে লাভলীনাই৷

প্ৰস্তুতি সন্দৰ্ভত লাভলীনাই এক সাক্ষাৎকাৰত কৈছিল, ‘অলিম্পিক আগুৱাই আহিছে৷ এতিয়া প্ৰতিদিনেই অনুশীলন চলিছে৷ অনুশীলনেই প্রধান কথা৷ লক্ষ্য স্থিৰ কৰা আৰু সেই লক্ষ্যপূৰণৰ বাবে চেষ্টা কৰি যোৱাটোৱেই মোৰ কাম৷ এক নিৰ্দিষ্ট পৰিকল্পনা আগত ৰাখি অনুশীলন চলাই গৈছো৷ প্ৰতিদিনৰ অনুশীলনত মোৰ লক্ষ্য এটাই৷ সেয়া হৈছে সোণ৷ সোণৰ পদক যাতে আনিব পাৰো তাৰ বাবেই যিমান পাৰো নিজৰ সকলোখিনি দি চেষ্টা কৰিছো৷’ ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ আশা, লাভলীনাৰ লক্ষ্য পূৰণ হ’ব৷

লাভলীনাই উঠি অহা প্ৰজন্মক পৰামৰ্শ দি কৈছিল, সাফল্য পাবলৈ হ’লে শৃংখলা, নিৰ্দিষ্ট লক্ষ্য স্থিৰ থকা আৰু আত্মত্যাগ জৰুৰী৷ এই যাত্ৰাপথত বহু চেলেঞ্জ আছে৷ কেতিয়াবা আঘাতো বাধা হৈ পৰে৷ বাধা বিপত্তি থকা সত্ত্বেও নিৰ্দিষ্ট লক্ষ্যৰ দিশে আগুৱাই যোৱাটোৱেই এজন খেলুৱৈৰ প্ৰধান কথা৷ সকলো বাধা অতিক্ৰম কৰিলেহে চেম্পিয়ন হ’ব পাৰিব৷ বিভাগ সলনি কৰি পেৰিছত যুঁজত নামিবলৈ সাঁজু হৈছে লাভলীনা৷ ৩১ জুলাইত অৰ্থাৎ আজি আবেলি খেলত নামিব লাভলীনা৷ পূৰ্বে লাভলীনাই ৬৯ কেজি শাখাত খেলিছিল৷ এইবাৰ তেওঁ ৭৫ কেজি শাখাত খেলিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়
ভাৰত

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

August 31, 2026
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!
ভাৰত

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

August 31, 2026
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?
বিনোদন

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

August 30, 2026
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
Next Post
আগষ্ট মাহৰ পৰা সলনি হ’ব ক্ৰেডিট কাৰ্ডৰ নিয়ম, ভৰিব লাগিব অতিৰিক্ত চাৰ্জ, আগষ্টত কেইদিন বন্ধ থাকিব বেংক?

আগষ্ট মাহৰ পৰা সলনি হ’ব ক্ৰেডিট কাৰ্ডৰ নিয়ম, ভৰিব লাগিব অতিৰিক্ত চাৰ্জ, আগষ্টত কেইদিন বন্ধ থাকিব বেংক?

৬মহীয়া অন্তঃসত্ত্বা, আৰ্চাৰীত প্ৰতিদ্বন্দীক হৰুৱাই আগুৱাইছে সাহসী ৰামাজানোভা, কোন দেশক প্ৰতিনিধিত্ব কৰিছে এই সাহসী নাৰীয়ে?

৬মহীয়া অন্তঃসত্ত্বা, আৰ্চাৰীত প্ৰতিদ্বন্দীক হৰুৱাই আগুৱাইছে সাহসী ৰামাজানোভা, কোন দেশক প্ৰতিনিধিত্ব কৰিছে এই সাহসী নাৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.