• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজ্ঞানীসকলে কপাহতকৈ পাতল এটা গ্ৰহ বিচাৰি পাইছে, বিপৰীতে ইয়াৰ আকাৰ বৃহস্পতিতকৈও ডাঙৰ

2 years ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

2 minutes ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

57 minutes ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

1 hour ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

2 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

3 hours ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

4 hours ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

5 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

6 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিজ্ঞানীসকলে কপাহতকৈ পাতল এটা গ্ৰহ বিচাৰি পাইছে, বিপৰীতে ইয়াৰ আকাৰ বৃহস্পতিতকৈও ডাঙৰ

editor by editor
May 17, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব
0
বিজ্ঞানীসকলে কপাহতকৈ পাতল এটা গ্ৰহ বিচাৰি পাইছে, বিপৰীতে ইয়াৰ আকাৰ বৃহস্পতিতকৈও ডাঙৰ
0
SHARES
264
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিজ্ঞানীসকলে কপাহতকৈ পাতল এটা গ্ৰহ বিচাৰি পাইছে, বিপৰীতে ইয়াৰ আকাৰ বৃহস্পতিতকৈও ডাঙৰ

বিশ্বব্ৰহ্মাণ্ডত এনে বহু গোপনীয়তা লুকাই আছে, যাৰ বিষয়ে বৰ্তমানেও মানুহ অজ্ঞাত। এই নতুন গ্ৰহটো তুলাতকৈয়ো পাতল , বিপৰীতে আকাৰত ই বৃহস্পতি গ্ৰহতকৈয়ো ডাঘৰ। সদ্যহতে এদল বিজ্ঞানীয়ে এটা গ্ৰহটো আৱিষ্কাৰ কৰে।

বৈজ্ঞানিকসকলে আৱিষ্কাৰ কৰা গ্ৰহটোৰ নাম WASP-193-b ৰখা হৈছে। বৈজ্ঞানিকৰ দলে জনোৱা মতে,এই গ্ৰহটো গেছীয় গ্ৰহ, অৱশ্যে ইয়াৰ ঘনত্ব অধিক নহয়। এই কাৰণে ইয়াক আটাইতকৈ লঘু গ্ৰহ বুলি কোৱা হৈছে।

মাছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিৰ এই বৈজ্ঞানিক দলটোৰ মুৰব্বী হৈছে খালিদ বৰকুই। তেওঁ ক’লে যে মূলতঃ ই এটা কোমল গ্ৰহ (কপাহৰ দৰে), কাৰণ ই কঠিন পদাৰ্থৰ পৰিৱৰ্তে লঘু গেছৰ দ্বাৰা নিৰ্মিত।

বৈজ্ঞানিক দলটোৱে কয় যে এই গ্ৰহটো মূলতঃ হাইড্ৰজেন আৰু হিলিয়ামৰ দ্বাৰা গঠিত। এই গ্ৰহটো যোৱা বছৰ নিশ্চিত হৈছিল। পৃথিৱীৰ পৰা ১২০০ আলোকবৰ্ষ দূৰত্বত অৱস্থিত আৰু আকাৰৰ ফালৰ পৰা ই দ্বিতীয় বৃহত্তম গ্ৰহ।

Wasp-193-b নামৰ এই গ্ৰহটোৰ আকাৰ বৃহস্পতিতকৈ ডাঙৰ খালিদ বৰকুইয়ে কৈছে, “প্ৰতিষ্ঠিত মানদণ্ডৰ ভিত্তিত ইমান কম ঘনত্বৰ গ্ৰহৰ অস্তিত্ব সম্ভৱ নহয়।”

এই গ্ৰহটোৱে ৬.২ দিনত নিজৰ কক্ষপথৰ চাৰিওফালে ঘূৰি থাকে আৰু এই গ্ৰহত বিভিন্ন ধৰণৰ গেছৰ বাবে পোহৰ অতি কম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: worldWorld Science
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক
জীৱনশৈলী

April 13, 2026
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

April 13, 2026
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?
জীৱনশৈলী

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

April 13, 2026
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?
জীৱনশৈলী

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

April 13, 2026
Next Post
সঞ্জীৱনীতকৈ কম নহয় এই উদ্ভিদ, ফুল-পাতৰ পৰা আৰম্ভ কৰি ফললৈকে সকলো বহু উপকাৰী

ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ চাঞ্চল্যকৰ মন্তব্য, ৪ হাজাৰৰো অধিক ভাৰতীয় নাৰ্চে এৰিব লাগিব দেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন