• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ চাঞ্চল্যকৰ মন্তব্য, ৪ হাজাৰৰো অধিক ভাৰতীয় নাৰ্চে এৰিব লাগিব দেশ

ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ চাঞ্চল্যকৰ মন্তব্য, ৪ হাজাৰৰো অধিক ভাৰতীয় নাৰ্চে এৰিব লাগিব দেশ

2 years ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

36 minutes ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

1 hour ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

2 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

3 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

3 hours ago
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

4 hours ago
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

4 hours ago
Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

5 hours ago
মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

5 hours ago
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

6 hours ago
কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

7 hours ago
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ চাঞ্চল্যকৰ মন্তব্য, ৪ হাজাৰৰো অধিক ভাৰতীয় নাৰ্চে এৰিব লাগিব দেশ

editor by editor
May 17, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ চাঞ্চল্যকৰ মন্তব্য, ৪ হাজাৰৰো অধিক ভাৰতীয় নাৰ্চে এৰিব লাগিব দেশ
0
SHARES
521
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ চাঞ্চল্যকৰ মন্তব্য, ৪ হাজাৰৰো অধিক ভাৰতীয় নাৰ্চে এৰিব লাগিব দেশ

ইংলেণ্ডত বাস কৰা বহু নাৰ্চৰ ওপৰত সৰগ ভাঙি পৰিছে। এতিয়া ইংলেণ্ড এৰিব লাগিব সকলো ভাৰতীয় নাৰ্চে। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা। প্ৰধানমন্ত্ৰী ঋষি ছুনাকে সদৰি কৰিছে এই নিৰ্দেশনা।

বৃহৎ পৰিমাণৰ ভিছাৰ পৃষ্ঠপোষকতা কৰা বহু কোম্পানী ভুৱা বুলি ধৰা পৰিছে পাছতে পোহৰলৈ আহিছে এই খবৰ। যাৰ বাবে ব্ৰিটেইনৰ হাজাৰ হাজাৰ ভাৰতীয় নাৰ্ছ বিপদত পৰিছে। কাৰণ এই কোম্পানীসমূহৰ অভিযোগত অভিযুক্ত কৰা সেই ভাৰতীয় নাৰ্ছসকলৰ বিৰুদ্ধে ঋষি ছুনক চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে।

চৰকাৰৰ এই সিদ্ধান্তই ৭ হাজাৰৰো অধিক নাৰ্ছক প্ৰভাৱিত কৰিব। ইয়াৰ ভিতৰত সৰ্বাধিক ৪ হাজাৰ নাৰ্ছ কেৱল ভাৰতৰ। কোম্পানীসমূহৰ পঞ্জীয়ন বাতিলৰ বাবে এই নাৰ্ছৰ ৯৪% গোচৰ পোহৰলৈ আহিছে। এক প্ৰতিবেদন অনুসৰি ইয়াৰ বাবে চৰকাৰকো দায়ী কৰা হৈছে, কাৰণ ভুৱা কোম্পানীৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে।

যিবোৰক ছুনক চৰকাৰে কোনো তদন্ত নকৰাকৈ বহিঃৰাজ্যৰ পৰা নাৰ্ছ নিয়োগ কৰিবলৈ অনুমতি দিছিল। আচলতে ব্ৰিটেইনত বিদেশীক নিযুক্তি দিবলৈ পৃষ্ঠপোষক অনুজ্ঞাপত্ৰৰ প্ৰয়োজন। তদন্ত অবিহনে শ শ কোম্পানীক অনুজ্ঞাপত্ৰ দিয়াৰ অভিযোগ সুনক চৰকাৰৰ। চৰকাৰে ২৬৮টা কোম্পানীক অনুজ্ঞাপত্ৰ দিছিল, যিবোৰ কোম্পানীয়ে কেতিয়াও আয়কৰ ৰিটাৰ্ণও দাখিল কৰা নাছিল। অনুজ্ঞাপত্ৰ লাভ কৰা বহু কোম্পানীও ভুৱা আছিল।

কোনো দোষ নোহোৱাকৈ ভাৰতীয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি এতিয়া একপ্ৰকাৰ অভিযোগ তুলিছে বহু নাৰ্চে। ।নিয়ম-নীতি পালন কৰি অযথা শাস্তি প্ৰদান কৰা এইসকল লোকক।

দেশৰ কেইবাহাজাৰ নাৰ্চে বহু লাখ টকাৰ বিনিময়ত ব্ৰিটেইনৰ কোম্পানীৰ পৰা ভিছা লাভ কৰিছিল। ভিছা পাই ইংলেণ্ডেলৈ গৈকাম কৰাৰ পাছত এতিয়া এই সংকটে দেখা গিছে। চলিত বৰ্ষৰে এপ্ৰিল মাহত ভুৱা কোম্পানীবোৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছিল ঋষি ছুনাক চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো
বিশ্ব

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

July 29, 2026
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে
বিনোদন

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

July 28, 2026
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…
জীৱনশৈলী

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

July 28, 2026
Next Post
দেশ-অভিনয় সকলো এৰি পত্নীৰ ইংলেণ্ডেই হ’ব স্থায়ী ঠিকনা, কোহলীয়ে নিজেই কৰিলে সদৰি

দেশ-অভিনয় সকলো এৰি পত্নীৰ ইংলেণ্ডেই হ'ব স্থায়ী ঠিকনা, কোহলীয়ে নিজেই কৰিলে সদৰি

মালব্য ৰাজযোগ তৈয়াৰ কৰিব শুক্ৰই, ধন বৃদ্ধি, নতুন চাকৰিৰ যোগ ৫ ৰাশিৰ ভাগ্যত

মালব্য ৰাজযোগ তৈয়াৰ কৰিব শুক্ৰই, ধন বৃদ্ধি, নতুন চাকৰিৰ যোগ ৫ ৰাশিৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.