• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আসন্ন তৃতীয় বিশ্বযুদ্ধ! ৰাছিয়াক সকীয়ালে মাৰ্কিন ৰাষ্ট্ৰপতি জু বিডেনে

আসন্ন তৃতীয় বিশ্বযুদ্ধ! ৰাছিয়াক সকীয়ালে মাৰ্কিন ৰাষ্ট্ৰপতি জু বিডেনে

4 years ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

18 minutes ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

1 hour ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

2 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

2 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

3 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

3 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

4 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

4 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

5 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

17 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

19 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

আসন্ন তৃতীয় বিশ্বযুদ্ধ! ৰাছিয়াক সকীয়ালে মাৰ্কিন ৰাষ্ট্ৰপতি জু বিডেনে

editor by editor
March 12, 2022
in বিশ্ব, ৰাজনীতি
0
আসন্ন তৃতীয় বিশ্বযুদ্ধ! ৰাছিয়াক সকীয়ালে মাৰ্কিন ৰাষ্ট্ৰপতি জু বিডেনে
0
SHARES
234
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে ১৮ টা দিনত ভৰি দিলে৷ এটা পষেক অতিক্ৰম কৰাৰ পিছতো ৰাছিয়াই আক্ৰমণ অব্যাহত ৰাখিছে৷ ৰাছিয়াই এইদৰে আক্ৰমণ অব্যাহত ৰাখিলে তৃতীয় বিশ্বযুদ্ধ হোৱাৰ আশংকাই দেখা দিছে৷

আমেৰিকাৰ ৰাষ্ট্ৰপতি জু বিডেনে এই সম্ভাৱনাকে যেন প্ৰকট কৰিছে৷ শুকুৰবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি জু বিডেনে তৃতীয় বিশ্বযুদ্ধৰ বাবে উত্তেজিত কৰি থকাৰ পৰা বিৰত থাকিবলৈ ৰাছিয়াক সকীয়নি দিছে৷

মাৰ্কিন ৰাষ্ট্ৰপতি বিডেনে কয় যে আমেৰিকাই ইউক্ৰকেইনত ৰাছিয়াৰ বিৰুদ্ধে পোনপতীয়াকৈ যুদ্ধ নকৰে, যদি NATO আৰু ৰাছিয়াৰ মাজত যুদ্ধ হয়, তেতিয়া এই যুদ্ধ তৃতীয় বিশ্বযুদ্ধলৈ ৰূপান্তৰ হ’ব৷

লগতে পঢ়ক ৩৭ বছৰৰ অন্তত উত্তৰ প্ৰদেশত ইতিহাস ৰচিব যোগীয়ে! কি ইতিহাস ৰচিব যোগী আদিত্যনাথে?

‘‘ৰাছিয়াই ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিলে মস্কোৱে ইয়াৰ পৰিণাম ভুগিব লাগিব৷’’ ৰাছিয়াক সকীয়নি প্ৰদান কৰি এইদৰে কয় মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে৷

ইফালে ৰাছিয়াই ইউক্ৰেইন আৰু আমেৰিকাৰ বিৰুদ্ধে জৈৱিক অস্ত্ৰ তৈয়াৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ইয়াৰ প্ৰত্যুত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি জু বিডেনে ৰাছিয়াক সতৰ্ক কৰি দি কয় যে ৰাছিয়াই পশ্চিমীয়া দেশসমূহৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰি মস্কোৱেই নিজেই এই কাম কৰি আহিছে৷

ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইউক্ৰেইনৰ সপক্ষে গ্ৰহণ কৰা স্থিতিকো তীব্ৰ বিৰোধিতা কৰিছে৷ ইফালে, ৰাছিয়াই কৈছে যে কীয়েভে জৈৱ-অস্ত্ৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছে।

লগতে পঢ়ক পঞ্জাৱৰ মুখ্যমন্ত্ৰী নহয় আপ নেতা ভগৱন্ত সিং মান; হ’ব পঞ্জাৱৰ ‘কমন মেন’, কিন্তু কিয়?

আনহাতে, মাৰ্কিন ৰাষ্ট্ৰপতি বিডেনে ইউক্ৰেইন আক্ৰমণ কৰা ৰাছিয়াৰ ওপৰত ক্ৰমাগতভাৱে চাপ বৃদ্ধি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাছিয়াৰ সৈতে সকলোবোৰ বাণিজ্যিক সম্পৰ্ক প্ৰায় ছিন্ন কৰিছে। বাণিজ্যিক আৰু অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ সন্মুখীন হোৱাৰ পিছতে ইউক্ৰেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ৰাছিয়াই ইটোৰ পিছত সিটো অভিযোগ উত্থাপন কৰা দেখা গৈছে৷

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে আজি ১৮ দিনত ভৰি দিয়াৰ দিলেও এই আক্ৰমণ বন্ধ কৰাৰ কোনো নাম লোৱা নাই ৰাছিয়াই৷ ইতিমধ্যে ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইন প্ৰায় বিধ্বস্ত হৈ পৰিছে। কিন্তু পুটিনে আকৌ এবাৰ স্পষ্ট কৰি দিছে যে তেওঁ এতিয়াই যুদ্ধ সমাপ্ত কৰিবলৈ সাজু নহয়।

শুকুৰবাৰে ক্ৰেমলিনে কয় যে ছিৰিয়া আৰু মধ্য প্ৰাচ্যৰ (ছিৰিয়া, মিডেল ইষ্ট) যুঁজাৰুসকলক ইউক্ৰেইনত ৰাছিয়াৰ হৈ যুঁজিবলৈ অনুমতি দিয়া হ’ব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitaljoe bidenRussia PresidentRussia Ukraine invasionthird world warUNUS PresidentVladimir PutinWW3
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?
জীৱনশৈলী

৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?

April 2, 2026
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?
জীৱনশৈলী

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

April 1, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?
স্বাস্থ্য

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

March 31, 2026
Next Post
ছাত্ৰীৰ বন্ধা চুলি আৰু উন্মুক্ত ডিঙিয়ে ছাত্ৰৰ যৌন কামনা বৃদ্ধি কৰে, ছাত্ৰীৰ বন্ধা চুলি নিষিদ্ধ বিদ্যালয়ত

ছাত্ৰীৰ বন্ধা চুলি আৰু উন্মুক্ত ডিঙিয়ে ছাত্ৰৰ যৌন কামনা বৃদ্ধি কৰে, ছাত্ৰীৰ বন্ধা চুলি নিষিদ্ধ বিদ্যালয়ত

মহানগৰীৰ OYO হোটেলত কিশোৰীক উপৰ্যুপৰি দলৱদ্ধ ধৰ্ষণ পাঁচ যুৱকৰ

মহানগৰীৰ OYO হোটেলত কিশোৰীক উপৰ্যুপৰি দলৱদ্ধ ধৰ্ষণ পাঁচ যুৱকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.