• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়া

বিয়াত বাধা বা বিলম্ব হৈছে নেকি? তেন্তে এইকেইটা কাম কৰক…

2 years ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

14 minutes ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

37 minutes ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

1 hour ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

2 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

3 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

4 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

4 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

5 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

6 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

6 hours ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

7 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিয়াত বাধা বা বিলম্ব হৈছে নেকি? তেন্তে এইকেইটা কাম কৰক…

editor by editor
February 29, 2024
in বিবিধ
0
বিয়া
0
SHARES
91
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়া পাতিম বুলি ভাবিছে! বাধা আহিছে নতুবা আপোনাৰ বিয়া পতাত বিলম্ব হৈছে নেকি? এই সকলো বাধা অতিক্ৰম কৰিবলৈ আপোনালৈ আহিছে সুযোগ৷ শিৱ মহাৰাত্ৰিত ইয়াৰ প্ৰতিকাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব৷

৮ মাৰ্চ শুকুৰবাৰে হ’ব মহাশিৱৰাত্ৰি৷ ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্থী তিথিত সনাতনীসকলে মহাশিৱৰাত্ৰি পালন কৰিব৷ যিসকলে বিয়া পতাৰ ইচ্ছা কৰা সত্ত্বেও বিভিন্ন বাধাৰ সন্মুখীন হৈছে বা পাতিম পাতিম বুলি ভাবি থাকোতে সময় গুছি গৈছে, সেইসকলে এই মহাৰাত্ৰিতেই বিবাহৰ বাধা আৰু বিলম্ব প্ৰতিকাৰ কৰিব পাৰে৷ মহাশিৱৰাত্ৰিৰ দিনা হালধীয়া ৰঙৰ পোছাক পৰিধান কৰাৰ চেষ্টা কৰক৷ ইয়াৰ বিশেষ তাৎপৰ্য আছে৷

ইয়াৰ উপৰি মহাশিৱৰাত্ৰিত শিৱবাবা আৰু মা পাৰ্বতীক ফুলৰ মালা অৰ্পণ কৰক৷ কিয়নো, এই দিনটোতে ভোলানাথ আৰু মা পাৰ্বতীৰ যুগ্মজীৱন আৰম্ভ হয়৷ সেইবাবে এই দিনটোক বিশেষ দিন বুলি ভাৰতীয়সকলে পালন কৰি আহিছে৷ এই দিনটোত শিৱ আৰু মা পাৰ্বতীক ভক্তিমনে আৰাধনা কৰিলে বিয়াৰ ক্ষেত্ৰত অহা বাধা বা বিলম্ব শীঘ্ৰে আঁতৰি যায়৷ পূজাৰ সময়ত আপুনি এই মন্ত্ৰফাকি ১০৮ বাৰ জপ কৰক – ‘ওম গৌৰী শঙ্কৰায় নমঃ’৷

শিৱৰাত্ৰিৰ দিনা শিৱ মন্দিৰলৈ গৈ গৰুৰ বিশুদ্ধ গাখীৰ ভগৱান শিৱৰ ৰুদ্ৰ অভিষেক কৰক৷ ইয়াতে দেৱাদিদেৱ মহাদেৱ সুখী হয়৷ মহাশিৱৰাত্ৰিৰ দিনা শ্ৰীৰামচৰিত মানসত বৰ্ণিত শিৱ-পাৰ্বতীৰ বিবাহ পাঠ কৰা উচিত৷ পূজাৰ পদ্ধতি অনুযায়ী ৰাতি চাৰি প্ৰহৰত চাৰিবাৰ শিৱলিংগত পূজা কৰিব লাগে৷ এনে কৰিলে মহাদেৱৰ সমগ্ৰ পৰিয়াল সুখী আৰু শুভবিবাহৰ দিনা শুভ কাৰ্যৰ বাবে আপোনাক আশীৰ্বাদ প্ৰদান কৰিব৷ পূজা দিওঁতে কেৱল মনত ৰাখিব লাগিব হালধী, সেন্দুৰ আদিৰে কেতিয়াও শিৱপূজন কৰা নহয়৷ আপোনাৰ বাবে শুভ দিন আহি আছে ৮ মাৰ্চত৷ মহাশিৱৰাত্ৰিত ওপৰত উল্লেখ কৰা নিয়মকেইটা পালন কৰিলেই আপুনি ফল নিশ্চিত পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: mahadevMahashivratrimarriageshivratri
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ
বাণিজ্য

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

April 11, 2026
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত
জীৱনশৈলী

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

April 11, 2026
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়
জীৱনশৈলী

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

April 11, 2026
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ
জীৱনশৈলী

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

April 11, 2026
Next Post
অনন্ত আম্বানি

আঢ়ৈ হাজাৰ অতিথি, ২৭৫ বিধ ব্যঞ্জন... অনন্ত আম্বানিৰ বিয়াত আৰু কি

বিজেপি

লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সম্পূৰ্ণ সম্ভাব্য প্ৰাৰ্থী তালিকা, চূড়ান্ত হ'ল বৰপেটাৰ অগপ প্ৰাৰ্থীও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.