• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওস্তাদ জাকিৰ হুছেইনৰ কি এনে বিৰল ৰোগ হৈছিল, যি ৰোগৰ চিকিৎসাই কৰিব নাপালে

1 year ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

9 minutes ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

42 minutes ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

1 hour ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

2 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

3 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

4 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

5 hours ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

24 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ওস্তাদ জাকিৰ হুছেইনৰ কি এনে বিৰল ৰোগ হৈছিল, যি ৰোগৰ চিকিৎসাই কৰিব নাপালে

editor by editor
December 16, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, সংগীত
0
ওস্তাদ জাকিৰ হুছেইনৰ কি এনে বিৰল ৰোগ হৈছিল, যি ৰোগৰ চিকিৎসাই কৰিব নাপালে
0
SHARES
607
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ওস্তাদ জাকিৰ হুছেইনৰ কি এনে বিৰল ৰোগ হৈছিল, যি ৰোগৰ চিকিৎসাই কৰিব নাপালে

তবলাৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাতওস্তাদ জাকিৰ হুছেইনে ৭৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। আমেৰিকাৰ হাস্পতালত আই চি ইউত ভৰ্তি হোৱাৰ পিছত ১৫ ডিচেম্বৰত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

খবৰ অনুসৰি জাকিৰ হুছেইন ইডিয়পেথিক পালমোনাৰী ফাইব্ৰ’ছিছ (IPF) নামৰ হাওঁফাওঁৰ দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত আছিল, যিটো ৰোগে হাৰ্ট এটেক, ষ্ট্ৰোক, কেন্সাৰ আদিৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰ উপৰি এই ৰোগৰ কোনো চিকিৎসা নাই। কিছুদিন পূৰ্বে তেখেতৰ হাৰ্ট ব্লক হোৱাৰ বাবে ষ্টেণ্টো লগোৱা হৈছিল।

পাছে এই ইডিয়পেথিক পালমোনাৰী ফাইব্ৰ’ছিছ ৰোগ কি?-
ইডিয়পেথিক পালমোনাৰী ফাইব্ৰ’ছিছ (IPF) হৈছে হাওঁফাওঁৰ এক গুৰুতৰ দুৰাৰোগ্য ৰোগ যিয়ে হাওঁফাওঁত ক্ৰমান্বয়ে ফাইব্ৰ’ছিছৰ সৃষ্টি কৰে। এই ৰোগৰ ফলত হাওঁফাওঁ ডাঠ কৰি তোলাৰ লগতে, ঘাঁৰে ভৰি পৰে।

ইডিয়পেথিক পালমোনাৰী ফাইব্ৰ’ছিছৰ লক্ষণ-
– দীৰ্ঘদিন ধৰি থকা স্থায়ী কাহ
– উশাহ-নিশাহ লোৱাত কষ্ট
– ভাগৰুৱা আৰু দুৰ্বলতা
– বমি হোৱা
– ওজন কমি যোৱা
– বুকুৰ বিষ

চিকিৎসাৰ বিকল্পসমূহ-
এই ৰোগৰ কোনো সঠিক চিকিৎসা নাই যদিও ইয়াৰ লক্ষণ নিয়ন্ত্ৰণ কৰিবলৈ ঔষধ, অক্সিজেন থেৰাপী আৰু গুৰুতৰ ক্ষেত্ৰত হাওঁফাওঁ সংৰোপণৰ বিকল্প আছে।

এই ৰোগ সাধাৰণতে ৫০ বছৰৰ ওপৰৰ লোকৰ ক্ষেত্ৰত বেছিকৈ দেখা দিয়ে। প্ৰদূষণ আৰু ধূমপান অধিক সেৱন কৰা লোকৰ ক্ষেত্ৰত এই আই পি এফৰ আশংকা অধিক। ইয়াৰ লগতে কিছুমান জিনৰ পৰিৱৰ্তনেও এই ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

এন আই এইচৰ প্ৰতিবেদন অনুসৰি এই ৰোগ সময়ৰ লগে লগে বাঢ়ি যায়, গতিকে বেছিভাগ মানুহেই ৩-৫ বছৰৰ ভিতৰত গুৰুতৰ লক্ষণৰ সন্মুখীন হয়, যাৰ ফলত মৃত্যু পৰ্যন্ত হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Lung DiseaseTabalaTabala UstadUstadUstad Zakir Hussain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই
জীৱনশৈলী

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

March 11, 2026
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?
জীৱনশৈলী

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

March 11, 2026
Next Post
অবিশ্বাস্য হ’লেও সত্য, এক বিশেষ মুৰ্গি মাংসৰ দাম প্ৰতি কেজিত ৪ লাখ টকা

অবিশ্বাস্য হ'লেও সত্য, এক বিশেষ মুৰ্গি মাংসৰ দাম প্ৰতি কেজিত ৪ লাখ টকা

৩ ৰানত আউট হ’লেও বিৰাটে গঢ়ি গ’ল এক অভিলেখ

৩ ৰানত আউট হ'লেও বিৰাটে গঢ়ি গ'ল এক অভিলেখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন