• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ষ্টক মাৰ্কেটত Zomatoৰ উত্থান, নিশাৰ ভিতৰতে কোটিপতি কোম্পানীৰ CEO দীপিন্দৰ

ষ্টক মাৰ্কেটত Zomatoৰ উত্থান, নিশাৰ ভিতৰতে কোটিপতি কোম্পানীৰ CEO দীপিন্দৰ

2 years ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

6 seconds ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

21 minutes ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

55 minutes ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

1 hour ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

2 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

3 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

3 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

4 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

5 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

14 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

15 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ষ্টক মাৰ্কেটত Zomatoৰ উত্থান, নিশাৰ ভিতৰতে কোটিপতি কোম্পানীৰ CEO দীপিন্দৰ

ষ্টক মাৰ্কেটত Zomatoৰ উত্থান, নিশাৰ ভিতৰতে কোটিপতি কোম্পানীৰ CEO দীপিন্দৰ

editor by editor
July 15, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, বিশ্ব, লেখা
0
ষ্টক মাৰ্কেটত Zomatoৰ উত্থান, নিশাৰ ভিতৰতে কোটিপতি কোম্পানীৰ CEO দীপিন্দৰ
0
SHARES
7.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ সংবাদ শিৰোনামত অনলাইন ফুড ডেলিভাৰি সংস্থা জমেট’৷ এইবাৰ কোটিপতি ক্লাবৰ সদস্য হ’ল জমেট’ কোম্পানীৰ প্ৰতিষ্ঠাতা তথা চিইঅ’ দীপেন্দৰ গোৱেল৷ সোমবাৰে অৰ্থাৎ ১৫ জুলাইত ফুড ডেলিভাৰি সংস্থাটোৰ ষ্টকৰ দাম বাঢ়ি হয়গৈ এক বিলিয়ন মাৰ্কিন ডলাৰ৷ যাৰ ফলত এতিয়া বিলিয়নাৰীৰ ক্লাবত সোমাই পৰিল দীপিন্দৰ৷

চলিত মাহৰ দুৰ্দশাৰ পৰা এইবাৰ শ্বেয়াৰ বজাৰত আকৌ দীঘলীয়া জাপ দীপিন্দৰৰ৷ বিশেষজ্ঞৰ দাবী যে ইয়াৰ প্ৰভাৱ এতিয়া জমেট’ ষ্টকতো পৰিছে৷ বিগত কেইবাদিন ধৰি জাপ দিছে গ্ৰাফ৷ এদিনতে ৩শতাংশতকৈ বেছি বাঢ়িছে অনলাইন ফুড ডেলিভাৰি এপৰ শ্বেয়াৰ৷

আনহাতে জমেট’ ষ্টকৰ মূল্যবৃদ্ধি সংক্ৰান্তিয় প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী কৰিছে যে মাৰ্কিন সংবাদ সংস্থা ফোৰ্বছে৷ তাত কোৱামতে শ্বেয়াৰৰ দাম বাঢ়ি যোৱাৰ বাবেই বৃদ্ধি পাইছে কোম্পানীৰ চিইঅ’ৰ নেট সম্পত্তিও৷ বৰ্তমান সেয়া হৈছেগৈ ১.৪ বিলিয়ন মাৰ্কিন ডলাৰ হৈছেগৈ তেওঁৰ সম্পত্তিৰ পৰিমাণ বুলি সেই প্ৰতিবেদনত দাবী কৰা হৈছে৷

উল্লেখ্য যে এই প্লেটফৰ্মত ফিজো এটকা বৃদ্ধি কৰিছে জমেট’ই৷ কেৱল মাত্ৰ দিল্লী আৰু বাংগালুৰুৰ গ্ৰাহকৰ বাবেহে এয়া প্ৰযোজ্য হ’ব বুলিও জনাইছে অনলাইন ফুড ডেলিভাৰি সংস্থাটোৱে৷ ইয়াৰ পূৰ্বে প্লেটফৰ্ম ফিৰ বাবদ দিবলগীয়া হৈছে ৫টকা৷ এইবাৰ সেই ফি ২০ শতাংশলৈ বঢ়াইছে সংশ্লিষ্ট কোম্পানীটোৱে৷ জমেট’ৰ তৰফৰ পৰা জনোৱা অনুসৰি এই সিদ্ধান্তই সংস্থাৰ লাভৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব৷ অৱশ্যে চলিত অৰ্থবৰ্ষত মুনাফাৰ পৰিমাণ কিমান বাঢ়িব পাৰে সেই সম্পৰ্কে কোনো ইংগিত এতিয়াও দিয়া হোৱা নাই৷ বিলিয়নাৰী ক্লাবৰ সদস্য হোৱাৰ পাছতেই দীপিন্দৰৰ পৰাও এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া অহা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ
জীৱনশৈলী

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

March 18, 2026
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ
জীৱনশৈলী

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

March 18, 2026
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?
জীৱনশৈলী

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

March 18, 2026
Next Post
কাজিয়া কৰিলে প্ৰেম বাঢ়ে, গৱেষণাত প্ৰকাশ পাইছে তথ্য, মান অভিমানৰ আৰু কি কি সুফল আছে?

কাজিয়া কৰিলে প্ৰেম বাঢ়ে, গৱেষণাত প্ৰকাশ পাইছে তথ্য, মান অভিমানৰ আৰু কি কি সুফল আছে?

কালিৰে পৰা অসমীয়া শাওন মাহ, ৰাশি অনুযায়ী জানি থওক কোন কোন ৰাশিৰ শুভ, কোন ৰাশিৰ অশুভ

কালিৰে পৰা অসমীয়া শাওন মাহ, ৰাশি অনুযায়ী জানি থওক কোন কোন ৰাশিৰ শুভ, কোন ৰাশিৰ অশুভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.