• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ পুৱা পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ, জুবিনক শেষবাৰৰ বাবে শ্ৰদ্ধা জনাবলৈ কি কি নিয়ম মানিব লাগিব অনুৰাগীয়ে?

6 months ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

10 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

12 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

13 hours ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

14 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

15 hours ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

16 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ পুৱা পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ, জুবিনক শেষবাৰৰ বাবে শ্ৰদ্ধা জনাবলৈ কি কি নিয়ম মানিব লাগিব অনুৰাগীয়ে?

কাইলৈ পুৱা পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ, জুবিনক শেষবাৰৰ বাবে শ্ৰদ্ধা জনাবলৈ কি কি নিয়ম মানিব লাগিব অনুৰাগীয়ে?

editor by editor
September 20, 2025
in জীৱনশৈলী
0
কাইলৈ পুৱা পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ, জুবিনক শেষবাৰৰ বাবে শ্ৰদ্ধা জনাবলৈ কি কি নিয়ম মানিব লাগিব অনুৰাগীয়ে?
0
SHARES
783
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ পুৱা অসম পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ৷

অনুৰাগীসকলে নিজৰ প্ৰিয় শিল্পীগৰাকীক কাইলৈ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব৷

দেওবাৰে সৰুসজাই ষ্টেডিয়ামত ৰখা হ’ব হাৰ্টথ্ৰৱৰ নশ্বৰ দেহ৷

গুৱাহাটীত প্ৰথম জুবিন গাৰ্গৰ নিজৰ বাসগৃহলৈ অনা হ’ব শৰীৰ৷

জুবিনৰ দেহ ঘৰত ৰখাৰ সময়খিনিত একান্তভাৱে পৰিয়ালটোক নিজৰ মাজত জুবিনক কিছু সময় ৰখাৰ সুযোগ দিয়া হব৷

সেই সময়ত যাতে কোনেও পৰিয়ালটোক আমনি নিদিয়ে তাৰ বাবে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীয়ে৷

মুখ্যমন্ত্ৰীয়ে ইয়াৰোপৰি কয়,

জুবিনৰ ৮৫ বছৰীয়া পিতৃক পুত্ৰৰ সৈতে কিছু নিবিড় সময় কটাবলৈ দিয়ক৷

আমি প্ৰায় এঘণ্টা সময় তেওঁক নিজৰ ঘৰত ৰাখিম৷

সেইখিনি সময়ত কোনেও যাতে প্ৰশাসনক বেয়া নাপায়, তাত আৰক্ষী থাকিব৷

সৰুসজাইৰ ইনডৰ ষ্টেডিয়ামৰ সন্মুখত ৰখা হ’ব জুবিনৰ পাৰ্থিৱ শৰীৰ৷

বৰষুণ হলে ভিতৰত ৰখা হ’ব পাৰ্থিৱ শৰীৰটো৷

হেলিপেডৰ কাষত ৰাইজ ৰ’ব পাৰিব৷

গুৱাহাটীৰ সকলো ভিজুৱেল প্লেটফৰ্মত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দেখুৱাই থকা হ’ব৷

টয়লেট আৰু খোৱাপানীৰ ব্যৱস্থাও সম্পূৰ্ণকৈ দিয়াৰ ব্যৱস্থা কৰা হ’ব৷

সৰুসজাইৰ সন্মুখেৰে গধুৰ যান বাহন চলাচল বন্ধ কৰা হ’ব৷

জুবিনৰ অন্তেষ্টিক্ৰিয়াৰ দিনা সকলো বিদ্যালয় মহাবিদ্যালয় বন্ধ ৰখা হ’ব৷

আজি সন্ধিয়া ৬ বজাত এয়াৰ ইণ্ডিয়াৰ ফ্লাইটেৰে ছিংগাপুৰৰ পৰা অনা হ’ব জুবিনৰ পাৰ্থিৱ শৰীৰ৷

দিল্লীত নিশা পাবহি জুবিনৰ শৰীৰ৷

দিল্লীলৈ পোৱাৰ এঘণ্টাৰ ভিতৰতেই আমি দিল্লীৰ পৰা জুবিনৰ দেহ অসমলৈ আনিম৷

অসমত পুৱতি নিশাও পাবহি পাৰে জুবিনৰ শৰীৰ৷

পুৱতি নিশা পালেও আমি পৰিয়ালৰ লগত থকাৰ ব্যৱস্থা কৰিম জুবিনক৷

আনহাতে তদন্তৰ আওতাত আহিব শ্যাম কানু মহন্ত আৰু সিদ্বাৰ্থ শৰ্মা।

জুবিনৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে৷

জুবিনৰ সৈতে য়টত থকা ১৫ জন অসমীয়াক আটক৷

ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ বাবে আটক কৰাৰ খবৰ৷

অসমতো হ’ব জুবিনৰ মৃত্যুৰ তদন্ত৷

জুবিনৰ মৃত্যুৰ অপৰাধমূলক তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ
জীৱনশৈলী

March 10, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

March 10, 2026
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক
জীৱনশৈলী

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

March 10, 2026
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?
জীৱনশৈলী

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

March 10, 2026
Next Post
আবেলিৰ ভাগত দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী, ৰাষ্ট্ৰীয় মৰ্যাদাৰে জুবিনক শেষ বিদায় দিয়াৰ বাবে কেন্দ্ৰৰ সৈতে বিশেষ আলোচনাত বহিব মুখ্যমন্ত্ৰী

গণেশগুৰিত থকা গৰিমাৰ মাতৃ অসুস্থ, গণেশগুৰিত থকা মাতৃৰ কাষলৈ আহিছে গৰিমা শইকীয়া গাৰ্গ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন