৬ অক্টোবৰলৈকে সময় দিয়া হৈছে সিদ্ধাৰ্থ, শ্যামকানু আৰু ছিংগাপুৰৰ য়াটত থকা আটাইকেইগৰাকীক৷
সিদ্ধাৰ্থ আৰু শ্যামকানুৰ বিৰুদ্ধে লুকআউট নটিছো জাৰি কৰা হৈছে৷
কোনো বিদেশী ৰাষ্ট্ৰলৈ পলাই যাব নোৱাৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত৷
ছিংগাপুৰত থকা ৰাষ্ট্ৰদূতৰ হাতেৰে ছিংগাপুৰৰ য়াটত থকা প্ৰৱাসী অসমীয়াকেইজনক নটিছ পঠিওৱা হৈছে৷
৬ অক্টোবৰৰ ভিতৰত আটাইকেইজনেই হাজিৰ হ’ব লাগিব CIDৰ অফিচত৷
তীব্ৰগতিত আগুৱাইছে জুবিন গাৰ্গৰ মৃত্যু তদন্ত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















