• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুখ‍্যাত অপৰাধী বিকাশ ডুবে

কুখ‍্যাত অপৰাধী বিকাশ ডুবে

6 years ago
সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

8 minutes ago
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

1 hour ago
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

2 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

2 hours ago
‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

3 hours ago
চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

4 hours ago
জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

4 hours ago
LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতকৰণত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতকৰণত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

5 hours ago
মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

5 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

ভাগ্যই ল’ব নতুন গতি, শনি জয়ন্তীত কৰক এই কাম!

14 hours ago
NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

14 hours ago
অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কুখ‍্যাত অপৰাধী বিকাশ ডুবে

থানাৰ ভিতৰত হত‍্যাকাণ্ড সংঘটিত কৰা কোন এই বিকাশ ডুবে?

editor by editor
July 8, 2020
in অপৰাধ, ভাৰত
0
কুখ‍্যাত অপৰাধী বিকাশ ডুবে
21
SHARES
201
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ উত্তৰ প্ৰদেশৰ কানপুৰত ৮ গৰাকী আৰক্ষী জোৱানক গুলীয়াই হত‍্যা কৰা গেংষ্টাৰ বিকাশ ডুবে আজিও পলাতক। কিন্তু শেহতীয়াকৈ কুখ‍্যাত বিকাশ ডুবেৰ ক্লু লাভ কৰিছে আৰক্ষীয়ে। CCTV কেমেৰাত বন্দী হৈছে বিকাশ ডুবেৰ চাল-চলনৰ দৃশ‍্য। ফৰিদাবাদত বিকাশ ডুবেৰ উপস্থিতি ধৰা পৰিছে। এখন হোটেলত কোঠা বিচাৰি যোৱাৰ সময়ত CCTV কেমেৰাত বন্দী হয় বিকাশ ডুবে নামৰ কুখ‍্যাত অপৰাধীটো। কিন্তু এতিয়াও আৰক্ষীৰ জালত পৰা নাই বিকাশ ডুবে।

কোন এই বিকাশ ডুবে?

বিকাশ ডুবেৰ ৫৫ বছৰীয়া জীৱন কালত আছে ৬০টাৰো অধিক গোচৰ। আৰক্ষীৰ মূৰৰ কামোৰণি হৈ উঠা বিকাশ ডুবে আঞ্চলিক পর্যায়ৰ ৰাজনীতিকো। শিৱৰাজপুৰৰ পৰা নগৰ পঞ্চায়ত নির্বাচনত জয়ী হৈছিল বিকাশ ডুবে। কাৰাগাৰত থাকি নির্বাচনী যুঁজত অৱতীর্ণ হৈ বিজয় সাব‍্যস্ত কৰিছিল বিকাশ ডুবে। তদুপৰি তেওঁৰ পত্নী ৰিচা ডুবে জিলা পৰিষদৰ সদস‍্য।এগৰাকী সাধাৰণ কৃষকৰ পুত্ৰ কুখ‍্যাত বিকাশ ডুবে। ডুবেৰ ঘৰ উত্তৰ প্ৰদেশৰ কানপুৰ দেহাত জিলাত।পৰিয়ালটোৰ চাৰিজন ককাই-ভাইৰ আটাইকেইজনে কুখ‍্যাত অপৰাধী। বিকাশ ডুবেৰ ভাতৃ অতুল, দীপু আৰু সঞ্জয়ৰ বিৰুদ্ধেও আছে বহু গোচৰ। বিকাশ ডুবেৰ দুই পুত্ৰ বিদেশত অধ‍্যয়নৰত। এজন পুত্ৰ MBBSৰ ছাত্ৰ।

অপৰাধী বিকাশ ডুবে

৬০ টাৰো অধিক গোচৰত অভিযুক্ত বিকাশ ডুবে। জেলত থাকিয়ে নিজৰ সম্পর্কীয় ভাতৃ অনুৰাগক হত‍্যাৰ ষড়যন্ত্ৰ ৰচিব পৰা বিকাশ ডুবেয়ে ২০০১ চনত শিৱালী থানাৰ ভিতৰতে হত‍্যা কৰিছিল বিজেপিৰ ৰাজ‍্যিক মন্ত্ৰী সন্তোষ শুক্লাক। অথচ এই সন্দর্ভত মুখ খুলিবলৈ ভয় কৰে স্বয়ং আৰক্ষীয়ে। ইয়াৰ পাছত যোৱা বৃহস্পতিবাৰে মাজনিশা ৮ গৰাকী পুলিচ কর্মীক হত‍্যা কৰে বিকাশ ডুবেয়ে। কুখ‍্যাত অপৰাধীটোক ধৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত জঁপিয়াই পৰে বিকাশ ডুবে বাহিনী।

আৰক্ষীয়ে কি কৰিছে?

কুখ‍্যাত অপৰাধী বিকাশ ডুবেক ধৰিবলৈ এই পর্যন্ত সক্ষম হোৱা নাই আৰক্ষী। বৃহস্পতিবাৰৰ ঘটনাৰ পাছত আৰক্ষীয়ে অভিযান চলাই ভাঙি পেলায় কানপুৰৰ বিকাৰু গাঁৱত থকা বিকাশ ডুবেৰ ঘৰ তথা বিলাসী বাহন। জব্দ কৰে অপৰাধীটোৱে ব‍্যৱহাৰ কৰা বাহন। তদুপৰি যিখন জেচিবিৰে ৰাস্তা ভেটি আৰক্ষীৰ দলৰ ওপৰত বিকাশ ডুবে বাহিনীয়ে আক্ৰমণ সংঘটিত কৰিছিল, সেই জেচিবিখন ভাঙি পেলাইছে আৰক্ষীয়ে। ইয়াৰ উপৰি গেংষ্টাৰটোৰ সৈতে সম্পর্ক থকা কেবাজনকো আটক কৰিছে আৰক্ষীয়ে। শেহতীয়াকৈ বিকাশ ডুবেৰ সোঁহাতস্বৰূপ অমৰ ডুবেক মঙলবাৰে গুলীয়াই হত‍্যা কৰে আৰক্ষীয়ে। আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’র্চৰ অভিযানত নিহত হয় অমৰ ডুবে। আৰক্ষীয়ে ২৫ হাজাৰ টকা অমৰ ডুবেৰ মূৰৰ দাম ঘোষণা কৰিছিল। আনহাতে বিকাশ ডুবেৰ মূৰৰ দাম আৰক্ষীয়ে ২.৫ লাখ টকা ঘোষণা কৰিছে। তদুপৰি বিকাশ ডুবেক কৰায়ত্ত কৰাৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ২৫ টা বিশেষ গোট গঠন কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bikash dubeyindiaUP govt
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?
জীৱনশৈলী

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

May 16, 2026
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?
জীৱনশৈলী

বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

May 16, 2026
‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে
জীৱনশৈলী

‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

May 16, 2026
মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক
অপৰাধ

মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

May 16, 2026
Next Post

ধুবুৰীত অবৈধ কাঠ জব্দ বন বিভাগৰ

এটা দুৰ্ভগীয়া পৰিয়ালৰ দুৰ্দশা। পিতৃ-পুত্ৰ শয্যাশায়ী। অসহায় মাতৃৰ কাতৰ আহ্বান।

এটা দুৰ্ভগীয়া পৰিয়ালৰ দুৰ্দশা। পিতৃ-পুত্ৰ শয্যাশায়ী। অসহায় মাতৃৰ কাতৰ আহ্বান।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.