ঘোচ লৈ দুর্নীতি নিবাৰকৰ জালত ৰেঞ্জাৰ। হাতে-লোটে ধৰা পৰিল ৰেঞ্জাৰ লক্ষেশ্বৰ দাস। ৬০ হাজাৰ টকা লৈছিল লক্ষেশ্বৰ দাসে। পশ্চিম কামৰূপ বন সংমণ্ডলত এই ঘটনা।