পুনৰ ফে’চবুকত সৰৱ বিপ্লৱজ্যোতি মহন। জিতেন দত্তৰ বিৰুদ্ধে আকৌ নাৰী কেলেংকাৰিৰ অভিযোগ। ‘অসম সাৰথি’ৰ সদস্যকো দিলে সকীয়নি।