• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মলৰ পৰা তৈয়াৰ বিশ্বৰ আটাইতকৈ দামী কফি

মলৰ পৰা তৈয়াৰ বিশ্বৰ আটাইতকৈ দামী কফি

5 years ago
নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

6 hours ago
কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

8 hours ago
৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

8 hours ago
শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

9 hours ago
১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিলেই ৩০০ কোটি জৰিমনা, কোন দেশত এই নিয়ম?

১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিলেই ৩০০ কোটি জৰিমনা, কোন দেশত এই নিয়ম?

10 hours ago
কমিব প্ৰতিপত্তি, হ’ব পাৰে ব্ৰেকআপো, সূৰ্যৰ গোচৰে এই ৪ৰাশিৰ বাবে আনিব পাৰে বিপদ

কমিব প্ৰতিপত্তি, হ’ব পাৰে ব্ৰেকআপো, সূৰ্যৰ গোচৰে এই ৪ৰাশিৰ বাবে আনিব পাৰে বিপদ

10 hours ago
শীতকালত খুবেই ভৰিৰ গোৰোহা ফাটে? কেৱল বাহ্যিক যত্ন নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি দূৰ কৰিলেহে কমিব এই সমস্যা

শীতকালত খুবেই ভৰিৰ গোৰোহা ফাটে? কেৱল বাহ্যিক যত্ন নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি দূৰ কৰিলেহে কমিব এই সমস্যা

11 hours ago
লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

11 hours ago
নতুন বছৰতেই পকেট গৰম হ’ব আপোনাৰ! নতুন বছৰ কাৰ কাৰ শুভ হ’ব?

নতুন বছৰতেই পকেট গৰম হ’ব আপোনাৰ! নতুন বছৰ কাৰ কাৰ শুভ হ’ব?

12 hours ago
আদিত্য মঙ্গল ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ৰাশিৰ, সাফল্য আহিব কোন কোন জাতকৰ জীৱনলৈ?

আদিত্য মঙ্গল ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ৰাশিৰ, সাফল্য আহিব কোন কোন জাতকৰ জীৱনলৈ?

13 hours ago
অমৃতপ্ৰভাই ছিংগাপুৰ ঘটনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল, সংবাদমেল পাতি বহুকেইটা ভয়ংকৰ তথ্য মুন্নাপ্ৰসাদ গুপ্তাৰ

অমৃতপ্ৰভাই ছিংগাপুৰ ঘটনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল, সংবাদমেল পাতি বহুকেইটা ভয়ংকৰ তথ্য মুন্নাপ্ৰসাদ গুপ্তাৰ

1 day ago
জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, December 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মলৰ পৰা তৈয়াৰ বিশ্বৰ আটাইতকৈ দামী কফি

শীঘ্ৰেই গাড়ীত তেলৰ সলনি কফি ব্যৱহাৰ হ’ব

editor by editor
October 2, 2020
in Uncategorized
0
মলৰ পৰা তৈয়াৰ বিশ্বৰ আটাইতকৈ দামী কফি
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ১ অক্টোবৰত আন্তৰ্জাতিক কফি দিৱস হিচাপে পালন কৰা হয়। কফি দিৱসৰ দিনাই কফি সম্পৰ্কত ১০ টা তথ্য। পৃথিৱীৰ আটাইতকৈ বয়সীয়া ৩৮ বছৰীয়া ‘ক্ৰীম পাফ’ নামৰ মেকুৰীটোৱে প্ৰতিদিনে পুৱা পান কৰে কফি। পৃথিৱীৰ সকলোতকৈ অধিক কফি উৎপাদিত হয় ব্ৰাজিলত। কিন্তু ফিনলেণ্ডবাসীয়ে সকলোতকৈ বেছি কফি পান কৰে। গ্ৰাউন কফি দি সফলভাৱে বায়’ ডিজেল তৈয়াৰ কৰিছে বিজ্ঞানীসকলে। অতি শীঘ্ৰেই হয়তো আপুনি গাড়ীত তেলৰ সলনি কফি ভৰাই চলাব পাৰিব। ১৯৩২ চনত অলিম্পিক ক্ৰীড়াবিদে ধনৰ অভাৱৰ বাবে কফি বিক্ৰী কৰি অলিম্পিকত যোৱাৰ অৰ্থ উপাৰ্জন কৰিছিল। প্ৰতিদিনে সমগ্ৰ বিশ্ববাসীয়ে গড়ে ২২৫ কোটি কাপ কফি পান কৰে। পুৱা ৯.৩০ বজাৰ পৰা ১১.৩০ ভিতৰত কফি পান কৰাটো সকলোতকৈ কাৰ্যকৰী। গৱেষণাত প্ৰকাশ –কফি খালে বিষণ্ণতা আৰু হতাশা দূৰ হয়। ‘কফি লুয়াক’ বিশ্বৰ সকলোতকৈ দামী কফি। একাপ কফি লুয়াকৰ দাম ৩২ৰ পৰা ১০০ ডলাৰ। উল্লেখযোগ্য যে ইণ্ডোনেছিয়াৰ ছিভেট নামৰ প্ৰাণীৰ মলৰ পৰা কফি লুয়াক  তৈয়াৰ কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24oofffee
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?
Uncategorized

মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?

November 18, 2025
পাৰ্লাৰেই অপশ্ব্যন নহয়, ঘৰতেই আছে চুলিৰ বাবে উপকাৰী ঔষধ, মাত্ৰ ৭ দিনতেই কমিব চুলি সৰা সমস্যা, কেনেকৈ ঘৰুৱাভাৱে তৈয়াৰ কৰিব হেয়াৰ পেক?
Uncategorized

পাৰ্লাৰেই অপশ্ব্যন নহয়, ঘৰতেই আছে চুলিৰ বাবে উপকাৰী ঔষধ, মাত্ৰ ৭ দিনতেই কমিব চুলি সৰা সমস্যা, কেনেকৈ ঘৰুৱাভাৱে তৈয়াৰ কৰিব হেয়াৰ পেক?

October 14, 2025
ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো – “বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)ঃ সৃজনী ভাস্ব মহন্ত
Uncategorized

ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো – “বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)ঃ সৃজনী ভাস্ব মহন্ত

September 25, 2025
ছিংগাপুৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেতিয়া অসমলৈ অনা হ’ল হাৰ্টথ্ৰৱৰ নশ্বৰ দেহ?
Uncategorized

ছিংগাপুৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেতিয়া অসমলৈ অনা হ’ল হাৰ্টথ্ৰৱৰ নশ্বৰ দেহ?

September 19, 2025
Next Post
কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০ সংগঠনৰ ৰাজনৈতিক দল গঠন

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০ সংগঠনৰ ৰাজনৈতিক দল গঠন

‘দালাল হ’লে দিবন ডেকাৰ দৰে হ’ব লাগে’

'দালাল হ'লে দিবন ডেকাৰ দৰে হ'ব লাগে'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.