মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিল সংসদ ভৱনতো। আজিৰে পৰা দাম বাঢ়িছে প্ৰতিটো খাদ্যবস্তুৰ। ২ টকীয়া ৰুটিৰ মূল্য এতিয়া হ’লগৈ ১০ টকা।