• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামী-পৰিয়ালৰ বিৰুদ্ধে FIR অভিনেতা নৱাজুদ্দিনৰ পত্নীৰ

স্বামী-পৰিয়ালৰ বিৰুদ্ধে FIR অভিনেতা নৱাজুদ্দিনৰ পত্নীৰ

5 years ago
দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন! ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

2 days ago
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

2 days ago
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

2 days ago
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

2 days ago
৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

2 days ago
ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

2 days ago
১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

2 days ago
হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

2 days ago
এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

2 days ago
বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

3 days ago
পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

3 days ago
শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

স্বামী-পৰিয়ালৰ বিৰুদ্ধে FIR অভিনেতা নৱাজুদ্দিনৰ পত্নীৰ

editor by editor
July 31, 2020
in অপৰাধ, চিনেমা
0
স্বামী-পৰিয়ালৰ বিৰুদ্ধে FIR অভিনেতা নৱাজুদ্দিনৰ পত্নীৰ
0
SHARES
55
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিলউড অভিনেতা নৱাজুদ্দিন ছিদ্দীকীৰ পত্নী আলিয়াই প্ৰতি মুহূর্তত নৱাজুদ্দিনক আক্ৰমণ কৰি আহিছে। প্ৰথমে আলিয়াই নৱাজুদ্দিনলৈ বিবাহ-বিচ্ছেদৰ জাননী পঠিয়ায়। আৰু তাৰ পাছত এইবাৰ আলিয়াই নৱাজুদ্দিনৰ ভাতৃৰ বিৰুদ্ধে নিজৰ কন‍্যাক যৌন নির্যাতন চলোৱাৰ অভিযোগ তুলিছে। প্ৰাপ্ত তথ‍্য মতে নৱাজুদ্দিনৰ ভাতৃ মিনাজউদ্দিনে আলিয়াৰ ৯ বছৰীয়া কন‍্যাক যৌন নির্যাতন চলাইছিল। যাৰ বাবে আলিয়াই মুম্বাইত নৱাজুদ্দিনৰ লগতে তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এক FIR দাখিল কৰিছে। উল্লেখযোগ‍্য যে ২০১২ চনত যেতিয়া নৱাজুদ্দিন মুম্বাইত আছিল, সেই সময়ছোৱাত পত্নী আলিয়া সন্তানৰ সৈতে উত্তৰ প্ৰদেশত শহুৰৰ ঘৰত আছিল। সেই সময়ছোৱাত শহুৰ পৰিয়ালে আলিয়াৰ ওপৰত অত‍্যাচাৰ চলাইছিল বুলিও মন্তব‍্য কৰে আলিয়াই। কেৱল সেয়াই নহয়, নৱাজুদ্দিনৰ ভাতৃ মিনাজউদ্দিনে ৯ বছৰীয়া আলিয়াৰ কন‍্যাক যৌন নির্যাতন চলাইছিল। কিন্তু ইমানৰ পাছতো নৱাজুদ্দিন ছিদ্দীকীয়ে আলিয়াক সমর্থন নকৰি পৰিয়ালৰ পক্ষ লয়। উপায়হীন হৈ আলিয়াই মুম্বাই আৰক্ষী থানাত নৱাজুদ্দিন আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে FIR দাখিল কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywoodnawazuddin siddiqui
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য
অপৰাধ

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

November 10, 2025
অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি
অপৰাধ

অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি

October 30, 2025
সিদ্ধাৰ্থ, শ্যামকানু, সন্দীপনকে ধৰি ৫ অভিযুক্তৰ ঠিকনা বাক্সা জিলা কাৰাগাৰ, বাক্সা জিলা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি
অপৰাধ

সিদ্ধাৰ্থ, শ্যামকানু, সন্দীপনকে ধৰি ৫ অভিযুক্তৰ ঠিকনা বাক্সা জিলা কাৰাগাৰ, বাক্সা জিলা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

October 15, 2025
হেণ্ডকাফ লগাই গুৱাহাটীলৈ অনা হ’ল সিদ্ধাৰ্থ, শ্যামকানুক, ১৪ দিন CIDৰ জিম্মাত থাকিব অভিযুক্ত সিদ্ধাৰ্থ আৰু শ্যামকানু
অপৰাধ

হেণ্ডকাফ লগাই গুৱাহাটীলৈ অনা হ’ল সিদ্ধাৰ্থ, শ্যামকানুক, ১৪ দিন CIDৰ জিম্মাত থাকিব অভিযুক্ত সিদ্ধাৰ্থ আৰু শ্যামকানু

October 1, 2025
Next Post
নিমাতীঘাত-কমলাবাৰী সংযোগী দলঙৰ নিৰ্মাণ সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ

নিমাতীঘাত-কমলাবাৰী সংযোগী দলঙৰ নিৰ্মাণ সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ

বৰঝাৰ বিমানবন্দৰত শ্ৰদ্ধাঞ্জলি বীৰ শ্বহীদ প্ৰণয় কলিতাক

বৰঝাৰ বিমানবন্দৰত শ্ৰদ্ধাঞ্জলি বীৰ শ্বহীদ প্ৰণয় কলিতাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.