• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামী-পৰিয়ালৰ বিৰুদ্ধে FIR অভিনেতা নৱাজুদ্দিনৰ পত্নীৰ

স্বামী-পৰিয়ালৰ বিৰুদ্ধে FIR অভিনেতা নৱাজুদ্দিনৰ পত্নীৰ

6 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

6 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

7 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

7 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

8 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

9 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

9 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

10 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

11 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

12 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

12 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

13 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

স্বামী-পৰিয়ালৰ বিৰুদ্ধে FIR অভিনেতা নৱাজুদ্দিনৰ পত্নীৰ

editor by editor
July 31, 2020
in অপৰাধ, চিনেমা
0
স্বামী-পৰিয়ালৰ বিৰুদ্ধে FIR অভিনেতা নৱাজুদ্দিনৰ পত্নীৰ
0
SHARES
64
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিলউড অভিনেতা নৱাজুদ্দিন ছিদ্দীকীৰ পত্নী আলিয়াই প্ৰতি মুহূর্তত নৱাজুদ্দিনক আক্ৰমণ কৰি আহিছে। প্ৰথমে আলিয়াই নৱাজুদ্দিনলৈ বিবাহ-বিচ্ছেদৰ জাননী পঠিয়ায়। আৰু তাৰ পাছত এইবাৰ আলিয়াই নৱাজুদ্দিনৰ ভাতৃৰ বিৰুদ্ধে নিজৰ কন‍্যাক যৌন নির্যাতন চলোৱাৰ অভিযোগ তুলিছে। প্ৰাপ্ত তথ‍্য মতে নৱাজুদ্দিনৰ ভাতৃ মিনাজউদ্দিনে আলিয়াৰ ৯ বছৰীয়া কন‍্যাক যৌন নির্যাতন চলাইছিল। যাৰ বাবে আলিয়াই মুম্বাইত নৱাজুদ্দিনৰ লগতে তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এক FIR দাখিল কৰিছে। উল্লেখযোগ‍্য যে ২০১২ চনত যেতিয়া নৱাজুদ্দিন মুম্বাইত আছিল, সেই সময়ছোৱাত পত্নী আলিয়া সন্তানৰ সৈতে উত্তৰ প্ৰদেশত শহুৰৰ ঘৰত আছিল। সেই সময়ছোৱাত শহুৰ পৰিয়ালে আলিয়াৰ ওপৰত অত‍্যাচাৰ চলাইছিল বুলিও মন্তব‍্য কৰে আলিয়াই। কেৱল সেয়াই নহয়, নৱাজুদ্দিনৰ ভাতৃ মিনাজউদ্দিনে ৯ বছৰীয়া আলিয়াৰ কন‍্যাক যৌন নির্যাতন চলাইছিল। কিন্তু ইমানৰ পাছতো নৱাজুদ্দিন ছিদ্দীকীয়ে আলিয়াক সমর্থন নকৰি পৰিয়ালৰ পক্ষ লয়। উপায়হীন হৈ আলিয়াই মুম্বাই আৰক্ষী থানাত নৱাজুদ্দিন আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে FIR দাখিল কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywoodnawazuddin siddiqui
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ
বিনোদন

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

August 16, 2026
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত
বিনোদন

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

August 15, 2026
Next Post
নিমাতীঘাত-কমলাবাৰী সংযোগী দলঙৰ নিৰ্মাণ সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ

নিমাতীঘাত-কমলাবাৰী সংযোগী দলঙৰ নিৰ্মাণ সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ

বৰঝাৰ বিমানবন্দৰত শ্ৰদ্ধাঞ্জলি বীৰ শ্বহীদ প্ৰণয় কলিতাক

বৰঝাৰ বিমানবন্দৰত শ্ৰদ্ধাঞ্জলি বীৰ শ্বহীদ প্ৰণয় কলিতাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.