• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আশাত চেঁচাপানী! কেজৰীৱালক নৈশভোজলৈ আমন্ত্ৰণ জনোৱা অটোচালক মোদীৰহে অনুৰাগী

4 years ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

10 minutes ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

40 minutes ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

1 hour ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

2 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

3 hours ago
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

12 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

13 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

14 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আশাত চেঁচাপানী! কেজৰীৱালক নৈশভোজলৈ আমন্ত্ৰণ জনোৱা অটোচালক মোদীৰহে অনুৰাগী

editor by editor
October 1, 2022
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
আশাত চেঁচাপানী! কেজৰীৱালক নৈশভোজলৈ আমন্ত্ৰণ জনোৱা অটোচালক মোদীৰহে অনুৰাগী
0
SHARES
287
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সময়, এইয়াই সময়! অৰবিন্দ কেজৰীৱালৰ সময় এইয়া বুলি সৰ্বত্ৰতে চৰ্চা। আহমেদাবাদৰ অটোৰিক্সা চালকেও দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালক খাদ্যগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাই। কথাবোৰ ঠিকেই আগবাঢ়িছিল। কেজৰীৱালেও অটোৰিক্সা চালকৰ কথা মানি তেওঁৰ গৃহত নৈশভোজ কৰে। কেজৰীৱালৰ সমৰ্থকে দেশজুৰি চৰ্চা চলালে, প্ৰধানমন্ত্ৰী নহয় দিল্লীৰ মুখ্যমন্ত্ৰীৰহে বাঢ়িছে জনপ্ৰিয়তা।

পিছে সকলো চৰ্চাত চেঁচা পানী ঢালি অটোৰিক্সা চালতে প্ৰকাশ কৰিছে মত। অটোচালক বিক্ৰম দান্তনীয়ে শুকুৰবাবে প্ৰধানমন্ত্ৰী মোদীৰ এখন ৰাজহুৱা সভাত মত প্ৰকাশ কৰি কয় যে তেওঁ আপৰ সমৰ্থক নহয়। প্ৰধানমন্ত্ৰীৰ হে তেওঁ এজন অনুৰাগী। লগতে এগৰাকী কট্টৰ বিজেপি সমৰ্থক।

উল্লেখ্য যে অটোচালক বিক্ৰম দন্তানীয়ে চেপ্টেম্বৰ মাহৰ ১৩ তাৰিখে নৈশভোজৰ বাবে আমন্ত্ৰণ জনাইছিল মুখ্যমন্ত্ৰী কেজৰীৱালক। মুখ্যমন্ত্ৰী কেজৰীৱালে আহমেদাবাদৰ অটোচালক সকলৰ মাজত এটা ইউনিয়নো গঢ়ি তুলিছে। সেই ইউনিয়নৰ মিটিঙত ভাগ লোৱা মুখ্যমন্ত্ৰীগৰাকীক নিজৰ গৃহলৈ আহাৰৰ বাবে নিমন্ত্ৰণ জনোৱাৰ কথা উল্লেখ কৰি বিক্ৰমে কয়,’আমাৰ ইউনিয়নৰ নেতাসকলৰ কথা ৰাখিহে মই আপ প্ৰধান কেজৰীৱালক ঘৰলৈ ভোজনৰ বাবে মাতিছিলো। আৰু এই আমন্ত্ৰণ কেজৰীৱালে লগে লগেই ৰক্ষা কৰিলে। মই ভৱাই নাছিলো তেওঁ এনেদৰে খাদ্য গ্ৰহণ কৰাটো ইমান ডাঙৰ এটা বিষয় হৈ পৰিব। মই আপৰ কৰ্মী নহয়।’

ইয়াৰোপৰি আপৰ কৰ্মী নহয় সেই বাখ্যা দিবলৈ গৈ অটোচালক বিক্ৰমে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ এজন ডাঙৰ অনুৰাগী হোৱাৰ ওপৰিও সদায়ে তেওঁ বিজেপি দলকেই ভোট দি আহিছে বুলি প্ৰকাশ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aapasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

April 10, 2026
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ
জীৱনশৈলী

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

April 10, 2026
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?
জীৱনশৈলী

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

April 10, 2026
Next Post
সলনি হ’ব কেইবাখনো ট্ৰেইনৰ সময়! কোন কেইখন এক্সপ্ৰেছৰ সময় সলনি হ’ব?

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ চন্দ্ৰচূড়ে ভাঙিলে পূৰ্বৰ ৰেকৰ্ড! ১০.৪০ ঘণ্টাত ৭৫ টা কেছৰ শুনানি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন