অসম লাইভ ২৪ঃ ই-বাইকৰ পাছত এইবাৰ বজাৰলৈ আহিব উৰন্ত চাইকেল। এই উৰন্ত চাইকেল আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে। চাইকেলখনৰ সফল পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে। তথাপিও চাইকেলখন বজাৰলৈ আহিবলৈ সময় লাগিব। জনা গৈছে আৰু কেইটামান বছৰ লাগিব এই উৰন্ত চাইকেল বজাৰত উপলব্ধ হ’বলৈ। কাৰণ কিছু সৰু সৰু পৰীক্ষা-নিৰীক্ষা কৰা হ’ব। আৰু সেইসমূহত সফল হ’লেই বজাৰলৈ আহিব উৰন্ত চাইকেলখন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ