অসম লাইভ ২৪ঃ বৰপেটা আৰক্ষী অধীক্ষক ৰবীন কুমাৰক উপ-ৰাষ্ট্ৰপতিৰ প্ৰশংসা। উল্লেখ্য, আৰক্ষী অধীক্ষক ৰবীন কুমাৰ এগৰাকী চিকিৎসকো। তেঁও নিজা প্ৰচেষ্টাত কেইদিনমান পূৰ্বে আৰক্ষী জোৱানসকলৰ স্বাস্থ্য পৰীক্ষা কৰিছিল।

এই খবৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ দৃষ্টিগোচৰ হোৱাৰ পাছত আজি টুইটাৰত ৰাষ্ট্ৰপতিগৰাকীয়ে এছ পি ৰবীন কুমাৰৰ ভূমিকাক প্ৰশংসা কৰে।
It is a great gesture of service. My appreciation to Shri Robin Kumar, Barpeta District SP in Assam for performing the dual role of a doctor & police officer to fight COVID-19 pandemic. @Barpeta_Police @IPS_Association pic.twitter.com/CeqIumuajv
— Vice President of India (@VPSecretariat) September 7, 2020
উল্লেখ্য, এই সম্পৰ্কীয় বাতৰি ইতিমধ্যে প্ৰচাৰ হৈছে ‘অসম লাইভ ২৪’ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ