• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উজ্জ্বল পাওগামঃ জনপ্ৰিয় তথা সমাদৃত কবিয়ে নহয় এগৰাকী আদৰ্শ কৃষকো

উজ্জ্বল পাওগামঃ জনপ্ৰিয় তথা সমাদৃত কবিয়ে নহয় এগৰাকী আদৰ্শ কৃষকো

6 years ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

10 minutes ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

39 minutes ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

1 hour ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

2 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

2 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

3 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

4 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

5 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

5 hours ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

7 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

7 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

উজ্জ্বল পাওগামঃ জনপ্ৰিয় তথা সমাদৃত কবিয়ে নহয় এগৰাকী আদৰ্শ কৃষকো

editor by editor
September 23, 2020
in লেখা
0
উজ্জ্বল পাওগামঃ জনপ্ৰিয় তথা সমাদৃত কবিয়ে নহয় এগৰাকী আদৰ্শ কৃষকো
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

—অভিজিত গগৈ

অসম লাইভ ২৪ঃ যোৰহাট জিলাৰ নকছাৰি মিলি গাঁৱত ১৯৭৬ চনৰ ২১ আগষ্টত জন্মলাভ কৰা উজ্জ্বল পাওগাম অসম তথা ভাৰতবৰ্ষৰ কাব্য সাহিত্যৰ এক চিনাকি নাম। নিৰলসভাৱে সাহিত্য সাধনাত ব্ৰতী হৈ থকা উজ্জ্বল পাওগামে অসমীয়া কাব্য সাহিত্যত ভুমুকি মাৰে নব্বৈ দশকত । জনপ্ৰিয় তথা সমাদৃত কবি উজ্জ্বল পাওগামৰ সৃষ্টিৰাজি  অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন বাতৰি কাকত-আলোচনীত প্ৰকাশ পাইছে। এতিয়ালৈকে তেখেতৰ ৯ খন কাব্য-গ্ৰন্থ প্ৰকাশ পাইছে।  অসমীয়া কাব্য সাহিত্যৰ সোণালী ক্ষেত্ৰখনত তেখেতৰ অবদান লেখত ল’বলগীয়া।  বিশেষকৈ, ‘ভুলতে হ’লেও তুমি মোক এবাৰ ভাল পাওঁ বুলি কোৱা’ , ‘আই আৰু পিতাইৰ দৰে হওক আমাৰ ভালপোৱা চিৰসেউজীয়া’ আৰু ‘স্ব-নিৰ্বাচিত’ কাব্য-গ্ৰন্থৰ জৰিয়তে পাঠক তথা অসমীয়া কাব্য সাহিত্যৰ স্বনামধন্য ব্যক্তিসকলৰ পৰা অফুৰন্ত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা উজ্জ্বল পাওগামৰ কবিতা বৰ্তমানলৈ ইংৰাজী, হিন্দী, উৰিষ্যা, বাংলা ইত্যাদি ভিন্ন ভাষাত অনুবাদ হৈছে। মুম্বাই, গুজৰাট, ৰাজস্থান, দিল্লী, উৰিষ্যা, মণিপুৰ, অৰুণাচল ইত্যাদি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় কবি সন্মিলনত অংশগ্ৰহণ কৰা জনপ্ৰিয় তথা সমাদৃত কবি উজ্জ্বল পাওগাম বৰ্তমান সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক।

যোৰহাটত অৱস্থিত ‘শব্দ প্ৰকাশন’ ছপা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী উজ্জ্বল পাওগাম এতিয়া ব্যস্ত হৈ পৰিছে জৈৱিক কৃষিকৰ্মত । যোৱা বৰ্ষৰ পৰা প্ৰায় ২০ বিঘা মাটিত সমন্বিত জৈৱিক কৃষি পদ্ধতিৰে চাহ, কল, তামোল, জালুক ইত্যাদি ভিন্ন খেতি কৰাৰ উপৰিও মৌ-পালন,  মীন পালন, কুকুৰা পালন, গাহৰি পালনত নিজকে নিয়োজিত কৰি যুৱ প্ৰজন্মৰ বাবে এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। বহু-তৰপীয়া তথা সমন্বিত জৈৱিক এই কৃষিস্থলীত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক তথা ৩০ টাতকৈ অধিক  ছাত্ৰ-ছাত্ৰীৰ দলে গৱেষণাত ব্যস্ত হৈ পৰাৰ  খবৰ  সামাজিক মাধ্যমৰ জৰিয়তে  বিয়পি পৰাৰ লগে লগে  অসমৰ বিভিন্ন প্ৰান্তৰ  বহুসংখ্যক  ব্যক্তিৰ আগমন ঘটিছে। আনহাতে,  ছাত্ৰ- ছাত্ৰী তথা পাঠক সকলৰ সুবিধাৰ্থে  উজ্জ্বল পাওগামে মুকলিকৈ তথ্যসমৃদ্ধ  এটি পুথিভঁৰাল স্থাপন কৰিছে। উল্লেখনীয় কথাটো হ’ল, এই কৃষিকৰ্মৰ যোগেদি তেখেতে নিবনুৱা যুৱক- যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ এটা নতুন  বাট মুকলি কৰিছে। বৰ্তমান এই কৃষিকৰ্মৰ লগত ৫ টাতকৈ অধিক  পৰিয়াল জড়িত হৈ আছে। উজ্জ্বল পাওগামৰ এনে কৰ্ম আদৰণীয় আৰু প্ৰশংসনীয়। মুঠৰ ওপৰত, উজ্জ্বল পাওগাম কেৱল এগৰাকী জনপ্ৰিয় তথা সমাদৃত  কবিয়ে নহয় তেখেত এগৰাকী আদৰ্শবান কৃষকো।

লেখকৰ ঠিকনা—

ডিমৌ, শিৱসাগৰ, ম’বাইলঃ ৭০৮৬৩৭৮৩৮৪

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি
জীৱনশৈলী

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

July 27, 2026
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

July 27, 2026
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?
ৰাজনীতি

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

July 27, 2026
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ
অপৰাধ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

July 27, 2026
Next Post
সোণোৱাল মন্ত্ৰীসভাৰ শীঘ্ৰেই হ’ব ৰদ-বদল!

সোণোৱাল মন্ত্ৰীসভাৰ শীঘ্ৰেই হ’ব ৰদ-বদল!

এতিয়াৰে পৰা চাউল-দাইল-আলু নহয় অত্যাৱশ্যকীয় সামগ্ৰী

এতিয়াৰে পৰা চাউল-দাইল-আলু নহয় অত্যাৱশ্যকীয় সামগ্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.