• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কথা মতেই কাম! কেতিয়াবা যদি কঠোৰ কেতিয়াবা সকলোৰে আদৰৰ মোমাইদেউ… হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰ, মুখ্যমন্ত্ৰীগৰাকী ডাইনেমিক কিয়? উত্তৰ দিছে সাধাৰণ জনতাই…

কথা মতেই কাম! কেতিয়াবা যদি কঠোৰ কেতিয়াবা সকলোৰে আদৰৰ মোমাইদেউ… হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰ, মুখ্যমন্ত্ৰীগৰাকী ডাইনেমিক কিয়? উত্তৰ দিছে সাধাৰণ জনতাই…

3 years ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

13 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

14 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

15 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

17 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

17 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

18 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

18 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

1 day ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

1 day ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

1 day ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

1 day ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কথা মতেই কাম! কেতিয়াবা যদি কঠোৰ কেতিয়াবা সকলোৰে আদৰৰ মোমাইদেউ… হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰ, মুখ্যমন্ত্ৰীগৰাকী ডাইনেমিক কিয়? উত্তৰ দিছে সাধাৰণ জনতাই…

editor by editor
May 10, 2023
in অসম, ৰাজনীতি
0
কথা মতেই কাম! কেতিয়াবা যদি কঠোৰ কেতিয়াবা সকলোৰে আদৰৰ মোমাইদেউ… হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰ, মুখ্যমন্ত্ৰীগৰাকী ডাইনেমিক কিয়? উত্তৰ দিছে সাধাৰণ জনতাই…
0
SHARES
705
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ডাইনেমিক শব্দটোৰ সঠিক প্ৰয়োগ কেৱল এটা নামৰ সৈতেই ভালধৰণে হয়। ২০২১চনৰ ১০মে’ৰ দিনটো অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ এক বৃহৎ পৰিৱৰ্তন আহিছিল। পদে পদেই প্ৰত্যাহ্বান। সকলোৰে মনত এটাই প্ৰশ্ন কোন হ’ব, কোন হ’ব? অসমৰ মুখ্যমন্ত্ৰী কোন হ’ব সৰ্বানন্দ সোনোৱাল নে হিমন্ত বিশ্ব শৰ্মা? সকলো কথাৰেই উত্তৰ দুবছৰ পূৰ্বে আজিৰ দিনটোতেই লাভ কৰিছিল অসমবাসীয়ে। মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ দায়িত্বভাৰ নিজৰ তুলি লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হোৱাৰ প্ৰক্ৰিয়াটোৰ পৰা আৰম্ভ কৰি কামকাজলৈ সকলোতেই আছে প্ৰত্যাহ্বান। কেতিয়াবা যদি সমালোচিত হৈছে, কেতিয়াবা সৰ্বশ্ৰেষ্ঠ বুলি আখ্যাও পাইছে। অসমবাসীয়ে সচৰাচৰ মুখ্যমন্ত্ৰীৰ চৰিত্ৰবোৰতকৈ পৃথক এক চৰিত্ৰৰ মুখামুখি হৈছে। কোনোৱে যদি এই পৃথক চৰিত্ৰটোৰ বাহ বাহ দিছে কোনোৱে আকৌ এয়া এজন মুখ্যমন্ত্ৰীৰ চৰিত্ৰ কেনেকৈ হ’ব পাৰে বুলি সমালোচনা কৰিছে।

এই বাক-বিতণ্ডা, প্ৰত্যাহ্বানৰ মাজেৰেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অতিক্ৰম কৰিলে দুবছৰ। ২ টা বছৰত ৰাজ্যখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত কি কি পৰিবৰ্তন ৰাইজে দেখিছে? দুবছৰৰ খতিয়ান শাসক দলে কেনেকৈ দাঙি ধৰিছে বা বিৰোধীয়ে কেনেদৰে সমালোচনা কৰিছে তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে সাধাৰণ জনতাই মুখ্যমন্ত্ৰীৰ কামকাজক কেনেদৰে লৈছে?

হিতাধিকাৰী সৃষ্টি, এটাৰ পাছত আনটো ঋণ, বিহুৰে বিশ্ব ৰেকৰ্ড বহুকেইটা নকৰিবলগীয়া কামেৰে মুখ্যমন্ত্ৰী হিচাপে বৃতিক্ৰম হৈ ধৰা দিছে হিমন্ত বিশ্ব শৰ্মাই। চতুৰ, বিচক্ষণ তথা কৰ্মঠ হিচাপে পূৰ্বৰে পৰাই হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পৰিচয় আছিল। সেই পৰিচয় কৰ্মপটুতাৰ মাজেৰেই দাঙি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলৰ বিশেষ চৰ্চা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পূৰ্বে হোৱা নাছিল যদিও বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদমাধ্যমেও উত্তৰ পূবৰ চানক্য আখ্যা দিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মক ৰাইজে সমালোচনা কৰিছে যদিও বহুসময়ত শলাগো লৈছে। কিন্তু এই দুবছৰৰ কাৰ্যকলাপক অসমৰ ৰাইজে কেনেকৈ লৈছে তাৰ উত্তৰ লাভ কৰিবলৈ এতিয়াও আৰু ৩ টা বছৰ অপেক্ষা কৰিব লাগিব হিমন্ত নেতৃত্বাধীন চৰকাৰখনে বুলি ৰাজনৈতিক বিশ্লেষকসকলে কোৱাও পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?
জীৱনশৈলী

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

February 3, 2026
মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ
জীৱনশৈলী

মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ

January 31, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
Next Post
বিবাহৰ পিছত এগৰাকী নাৰী কিয় স্বামীগৃহলৈ যাব লগা হয়?

বিবাহৰ পিছত এগৰাকী নাৰী কিয় স্বামীগৃহলৈ যাব লগা হয়?

৫টা অভ্যাসঃ বয়স বাঢ়িলেও আপোনাৰ ছালত একো প্ৰভাৱ নপৰে

৫টা অভ্যাসঃ বয়স বাঢ়িলেও আপোনাৰ ছালত একো প্ৰভাৱ নপৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.