কেতিয়া মুকলি আকাশৰ তললৈ আহিব ‘ৰাইজৰ দল’ৰ সভাপতি অখিল গগৈ? মাওবাদী কাৰ্যকলাপৰ সৈতে জড়িত নেকি অখিল? হিমন্তই কিয় মাওবাদী সজালে অখিল গগৈক? সবিশেষ ক’ব অখিলৰ অধিবক্তাই।