ক’ৰোনাৰ ভেকচিন ক’ভাক্সিন লোৱাৰ ৯ দিন পিছত মৃত্যু এজনৰ। মধ্যপ্ৰদেশৰ এগৰাকী বনুৱাই লৈছিল ভেকচিন। ভেকচিন প্ৰস্তুতকাৰী কোম্পানী ভাৰত বায়’টেকৰ কি স্থিতি?