• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাইকেলো চলাব নজনা অৰ্চনা আজি বাছ চালক! মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী বাছ চালক হিচাপে নিযুক্তি লাভ অৰ্চনাৰ

চাইকেলো চলাব নজনা অৰ্চনা আজি বাছ চালক! মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী বাছ চালক হিচাপে নিযুক্তি লাভ অৰ্চনাৰ

3 years ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

24 minutes ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

40 minutes ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

2 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

2 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

4 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

6 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

7 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

9 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

10 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চাইকেলো চলাব নজনা অৰ্চনা আজি বাছ চালক! মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী বাছ চালক হিচাপে নিযুক্তি লাভ অৰ্চনাৰ

editor by editor
July 4, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
চাইকেলো চলাব নজনা অৰ্চনা আজি বাছ চালক! মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী বাছ চালক হিচাপে নিযুক্তি লাভ অৰ্চনাৰ
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এসময়ত তেওঁ চাইকেলো চলাব নোৱাৰিছিল৷ সেই অৰ্চনা এতিয়া এগৰাকী বাছ চালক৷ মহাৰাষ্ট্ৰ ৰাজ্যিক পৰিবহন দফতৰত প্ৰথমগৰাকী মহিলা বাছচালক তেওঁ৷ পুণে চৰকাৰী পৰিবহণ বিভাগত তেওঁ কৰ্মৰত৷ অৰ্চনাই দৈনিক প্ৰায় ৩৫ কিঃমিঃ ৰাস্তা বাছ চালক হিচাপে থাকে৷

মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা বাছচালক হিচাপে অৰ্চনাক অভিনন্দন জনাইছে উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণবীছেও৷ তেওঁ টুইটাৰত লিখিছে, ‘আৰু এখন কাঁচৰ দেৱাল ভাঙিল৷ মহাৰাষ্ট্ৰ চৰকাৰৰ পৰিবহন দপ্তৰত প্ৰথম মহিলা বাছচালক হিচাপে অৰ্চনাই ইতিহাস তৈয়াৰ কৰিছে৷ অৰ্চনাক দেখিয়েই বহু মহিলা যুৱতী এই কামৰ বাবে ওলাই আহিব৷’

বাছ চলাবৰ বাবে প্ৰায় ১০০ গৰাকী মহিলাক প্ৰাথমিকভাৱে বাছনি কৰা হৈছিল৷ ২০১৯ চনতেই এই বাছনি হৈছিল৷ কিন্তু কৰ’না মহামাৰীৰ বাবে তেওঁলোকৰ প্ৰশিক্ষণ দেৰীকৈ আৰম্ভ হয়৷ ১০০ মহিলাৰ ভিতৰত ১৮গৰাকী মহিলাক বাছ চলাবলৈ প্ৰশিক্ষণ দিয়ে৷ প্ৰশিক্ষণ শেষ কৰি ৬ মহিলাই এই কামত যোগ দিয়ে৷ কিন্তু এই ৬মহিলাৰ ভিতৰত অৰ্চনাইহে এই বৃত্তিত এতিয়ালৈ যোগদান কৰিছে৷ অৰ্চনাই এই কামত যোগ দিয়াৰ পাছত উচ্ছ্বাসিত হৈছে সহকৰ্মীসকলো৷

বহুতৰে মনত ধাৰণা আছিল যে ইমান ডাঙৰ এখন বাহন মহিলাই চলোৱা সহজ কথা নহয়৷ কিন্তু অৰ্চনাই সহজেই এই চেলেণ্ড গ্ৰহণ কৰিছে৷ অৰ্চনাৰ এগৰাকী সহকৰ্মীয়ে অৰ্চনা সন্দৰ্ভত কয়, ‘অৰ্চনাক সহকৰ্মী হিচাপে পোৱাটো আমাৰ সৌভাগ্য৷’ অৰ্চনাক সৈ মহাৰাষ্ট্ৰৰ মহিলা কমিছনাৰ ৰূপালী চাকানকাৰে সামাজিক মাধ্যমত অৰ্চনাৰ এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছে৷ অভিনন্দন জনাই মহিলা কমিছনাৰ ৰূপালীয়ে লিখিছে, ‘যাত্ৰীসকলক নিৰাপদভাৱে লৈ যোৱাৰ দায়িত্ব আপোনাৰ হাতত৷’

অৰ্চনাৰ বয়স ৩০ বছৰ৷ নান্দেড় জিলাৰ বাসিন্দা৷ পৰিয়াল বুলিবলৈ তেওঁৰ পিতৃ আৰু দুজন ভায়েক আৰু ভায়েকৰ পত্নী৷ অৰ্চনাই বাছচালক হিচাপে নিযুক্তি পায় প্ৰথমটো প্ৰতিক্ৰিয়াত কয়, ‘মাৰ মৃত্যুৰ পাছত মোক কোনেও ভাললগা কামবোৰত বাধা দিয়া নাছিল৷ মই বাছচালক হ’ব খোজোতেও ঘৰৰ কোনোৱে বাধা দিয়া নাছিল৷ প্ৰশিক্ষকৰ কাষত প্ৰশিক্ষণ লৈহে মই বাছ চলাবলৈ আৰম্ভ কৰিছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 7, 2026
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ
বিনোদন

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

October 7, 2026
Next Post
১২ কোটি মানুহৰ বাবে সুখবৰ! এই মাহতেই একাউণ্টত সোমাব চৰকাৰী যোজনাৰ ধন

১২ কোটি মানুহৰ বাবে সুখবৰ! এই মাহতেই একাউণ্টত সোমাব চৰকাৰী যোজনাৰ ধন

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে, কিন্তু এই ৫ মহাপাপ কি কি?

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে, কিন্তু এই ৫ মহাপাপ কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.