মুছলমান ৰাষ্ট্ৰ হ’লেও পাকিস্তান কুটুম নহয় ছৌদি আৰৱৰ। ছৌদি আৰৱ পাকিস্তানৰ নহয়, ভাৰতৰ পক্ষতহে। পাকিস্তানৰে কূটনৈতিক সম্পৰ্ক ছেদৰ ইংগিত।