• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ড্ৰাগছৰ জালত ৰিয়া চক্ৰৱর্তী

ড্ৰাগছৰ জালত ৰিয়া চক্ৰৱর্তী

6 years ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

5 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

6 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

6 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

7 hours ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

8 hours ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

8 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

9 hours ago
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

10 hours ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

11 hours ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

11 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

12 hours ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ড্ৰাগছৰ জালত ৰিয়া চক্ৰৱর্তী

সৌভিক আৰু চেমুৱেলক গ্ৰেপ্তাৰ NCBৰ

editor by editor
September 5, 2020
in অপৰাধ, চিনেমা
0
ড্ৰাগছৰ জালত ৰিয়া চক্ৰৱর্তী
0
SHARES
173
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘বাইদেউ ৰিয়া চক্ৰৱর্তীয়ে মোক ড্ৰাগছ আনিবলৈ কৈছিল। ড্ৰাগছ অনাৰ পাছত ৰিয়া আৰু সুশান্তৰ ঘৰৰ মেনেজাৰ চেমুৱেল মিৰাণ্ডাৰ সৈতে একেলগে বহি ড্ৰাগছ লৈছিলো। আনকি বাইদেৱে আৰু কিছু ড্ৰাগছ ব্যৱসায়ীৰ সৈতে মোক যোগাযোগ কৰিবলৈ কৈছিল।’ শুকুৰবাৰৰ পুৱা নার্কোটিকছ ক’ণ্ট্ৰল ব্যুৰ’ৰ জেৰাত এই কথা স্বীকাৰ কৰিলে ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱর্তীয়ে। সৌভিকে ক’লে বাইদেউৰ বাবেই বিভিন্ন ড্ৰাগছ ব্যৱসায়ীৰ সৈতে মই যোগাযোগ কৰিছিলো। চেমুৱেলো আছিল ড্ৰাগছ আসক্ত। ইয়াৰ পাছতে শুকুৰবাৰে সৌভিক চক্ৰৱর্তীক গ্ৰেপ্তাৰ কৰিলে NCBয়ে। সৌভিকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু ৫ জনৰ নাম NCBৰ হাতলৈ আহিছে। যিকেইজনে ড্ৰাগছৰ ব্যৱসায় কৰিছিল, তেওঁলোককো অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব। মিৰাণ্ডাৰ বিৰুদ্ধেও তদন্ত কৰা হ’ব। ৯ ছেপ্টেম্বৰ পর্যন্ত আৰক্ষীৰ জিম্মাত থাকিব সৌভিক। কৰা হ’ব তীব্ৰ জেৰা। সৌভিকক গ্ৰেপ্তাৰৰ পাছতে আনন্দ প্ৰকাশ কৰিলে সুশান্তৰ বায়েক শ্ৰেতা সিং কৃতীয়ে। ধন্যবাদ জনালে NCBক। এদিন পুৱাতে ৰিয়া চক্ৰৱর্তী আৰু চেমুৱেল মিৰাণ্ডাৰ ঘৰত তালাচী চলাইছিল NCBয়ে। আনকি ৰিয়াৰ গাড়ী, লেপটপ সকলোতে তালাচী চলাইছিল। অভিযান চলাইছিল বাণ্ড্ৰাৰ এটি ফুটবল ক্লাৱত। আৰু তাতেই জনা গৈছিল সৌভিকে ড্ৰাগছৰ বাবে সেই ক্লাৱলৈ গৈছিল। সেই ক্লাৱৰ পৰাই চোহেল নামৰ এজন ব্যৱসায়ীৰ সৈতে গাঞ্জা সৰবৰাহ কৰিছিল ৰিয়া আৰু সৌভিকে। ইতিমধ্যে NCBৰ তৰফৰ পৰা জাননী পঠোৱা হৈছে ৰিয়ালৈও। অতি শীঘ্ৰেই ৰিয়াকো তলব কৰিব NCBয়ে। সুশান্তৰ মৃত্যুত ড্ৰাগছৰ বেপাৰ সন্দর্ভত EDয়েও তদন্ত চলাই আছে। ২০১৭ৰ পৰাই নিয়মিত ড্ৰাগছ লয় ৰিয়াই। ৰিয়াৰ হোৱাটএপ চাটৰ সকলোখিনি তথ্য আৰক্ষীৰ হাতলৈ আহিছে। সেই হোৱাটছএপ চাটৰ পৰা জনা গৈছে সুশান্তৰ কফিৰ লগত কেনেকৈ ড্ৰাগছ মিহলাই দিয়া হৈছিল। EDয়ে সকলোখিনি তথ্য NCBক জনাইছে। জেৰাত সৌভিকে আৰু জনাইছে যে ৰিয়াৰ নির্দেশ অনুসৰি তেওঁ সুশান্তক কাঢ়া ঔষধ দিছিল। CBIয়ে ইতিমধ্যে সুশান্তৰ মৃত্যু সন্দর্ভত মুঠ ৫৬জনক জেৰা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24riya chakravarti
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!
বিনোদন

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

May 24, 2026
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!
বিনোদন

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

May 23, 2026
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা
অপৰাধ

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

May 19, 2026
উত্তৰ প্ৰদেশৰ এখন ট্ৰেইনত উদ্ধাৰ এটা গৰাকীবিহীন ট্ৰাংক, ট্ৰাংক খোলোতেই ওলাল মহিলাৰ দেহ, কেনেকৈ ট্ৰেইনত ঘটিল এই ঘটনা?
অপৰাধ

উত্তৰ প্ৰদেশৰ এখন ট্ৰেইনত উদ্ধাৰ এটা গৰাকীবিহীন ট্ৰাংক, ট্ৰাংক খোলোতেই ওলাল মহিলাৰ দেহ, কেনেকৈ ট্ৰেইনত ঘটিল এই ঘটনা?

May 18, 2026
Next Post
হৃদয় জোৰা লগাব বলীউডৰ খিলাড়ী কুমাৰ অক্ষয়ে

হৃদয় জোৰা লগাব বলীউডৰ খিলাড়ী কুমাৰ অক্ষয়ে

ক’ৰোনাকালৰ নিৰ্দেশনাক অংগুষ্ঠ আছাম ডনবস্ক’ ইউনিভাৰ্ছিটীৰ

ক’ৰোনাকালৰ নিৰ্দেশনাক অংগুষ্ঠ আছাম ডনবস্ক’ ইউনিভাৰ্ছিটীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.