দাঢ়ি-চুলি কটাবলৈ লাগিব জাতিৰ প্ৰমাণপত্ৰ। জাতিভেদে পৃথক পৃথক হ’ব চেলুন। নিম্ন জাতিৰ লোকে দাড়ি–চুলি কটোৱা চেলুনত নোসোমায় উচ্চ জাতিৰ লোক।