অসম লাইভ২৪ঃ
কোটি কোটি লোকৰ বাবে ডাঙৰ খবৰ
লোকচানৰ ধন ঘূৰাই পাব আপুনি
ছাহাৰাত একাউণ্ট থকা সকলৰ বাবে বৃহৎ সিদ্ধান্ত
পৰ্টেলৰ জৰিয়তে আৱেদন কৰিলে একাউণ্টত সোমাব ধন
কেনেকৈ আৱেদন কৰিব ছাহাৰাত থকা ধনৰ বাবে?
আপুনি CRCS ছাহাৰা ৰিফাণ্ড পৰ্টেলত যাব লাগিব
৬টা বিশেষ পদ্ধতিৰে কৰিব পাৰিব আৱেদন
পঞ্জীয়নৰ বাবে লাগিব আধাৰ লিংক থকা মোবাইল নম্বৰ
আপোনাৰ বেংক একাউণ্ট আধাৰৰ সৈতে লিংক থাকিব লাগিব
ছাহাৰা ৰিফাণ্ড পৰ্টেলত গৈ LOGIN কৰিব লাগিব
আপোনাৰ আধাৰ নম্বৰৰ শেষ ৪টা নম্বৰ জমাকৰ্তা পঞ্জীকৰণত জমা দিয়ক
আধাৰৰ সৈতে সংযোগী মোবাইল নম্বৰ অন্তৰ্ভূক্ত কৰক
ইয়াৰ পাছতেই আপুনি লাভ কৰিব OTP
এই OTPটো আপুনি অন্তৰ্ভূক্ত কৰক
ইয়াৰ পাছতেই পঞ্জীয়ন হ’ব আপোনাৰ
পাছৰ পৰ্যায়ত জমাকৰ্তা LOGINত আপুনি ক্লিক কৰক
আকৌ আধাৰ নম্বৰ অন্তৰ্ভূক্ত কৰক
ইয়াৰ পাছতেই ACCEPT অপশ্ব্যনত ক্লিক কৰক
তাৰপাছতেই দেখিব আন এক অপশ্ব্যন
এই অপশ্ব্যনত OK কৰি পুৰণ কৰিব লাগিব এখন বিশেষ ফৰ্ম
৫০হাজাৰতকৈ অধিক টকা লাভ কৰিবলগা থাকিলে পান নম্বৰো কৰিব লাগিব অন্তৰ্ভূক্ত
ইয়াৰ পাছতেই চাবমিট অপশ্ব্যনত ক্লিক কৰক
এই বিশেষ ফৰ্মখন আপুনি কৰিব লাগিব ডাউনল’ড
ফৰ্মখনত লগাব লাগিব আপোনাৰ এখন ফটো
ফৰ্মৰ তলত লাগিব আপোনাৰ স্বাক্ষৰ
প্ৰপত্ৰ আপলোড কৰাৰ পাছতেই লাভ কৰিব SMS
৪৫ দিনৰ ভিতৰত লাভ কৰিব পাবলগীয়া ধন
২২ মাৰ্চ, ’২২ৰ পূৰ্বলৈ যদি ধন জমা আছে আপুনি যোগ্য হ’ব
ছাহাৰা ক্ৰেডিট ক’অপাৰেটিভ ছচাইটি লিমিটেড, লক্ষ্নৌত বিনিয়োগ কৰাসকলে ঘূৰাই পাব ধন
ছাহাৰা ইউনিভাৰ্ছেল মাল্টিপাৰপাছ ছচাইটি লিমিটেড ভূপাল বিনিয়োগ কৰাসকলে ঘূৰাই পাব ধন
হামাৰা ইণ্ডিয়া ক্ৰেডিট ক’অপাৰেটিভ ছচাইটি লিমিটেড কলকাতা
৫হাজাৰ কোটি টকা উভতাই দিয়া হ’ব জনতাক
২৯মাৰ্চ ২০২৩ৰ পূৰ্বে ষ্টাৰ্ছ মাল্টিপাৰপাছ ক’ অপাৰেটিভ ছচাইটি লিমিটেড হায়দাৰাবাদ
এইকেইটা ক্ষেত্ৰত বিনিয়োগ কৰা ধন উভতাই পাব গ্ৰাহকে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ