ক’ৰোনাকালৰ সামাজিক দূৰত্বৰ নীতি উলংঘন কৰি দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাত বৃহৎ গণ সমাৱেশ কমলা কলিতাৰ সভাত। নীতি উলংঘনৰ বিষয়ে কলিতাক প্ৰশ্ন মহিলা প্ৰশাসনিক বিষয়াৰ। জাঙোৰ খাই উঠি কমলাবাহিনীয়ে অপদস্থ কৰে বিষয়াগৰাকীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ