• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ শেষত COLD MOONৰ সাক্ষী হ’ব পৃথিৱীবাসী

বছৰৰ শেষত COLD MOONৰ সাক্ষী হ’ব পৃথিৱীবাসী

5 years ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

24 minutes ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

55 minutes ago
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

2 hours ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

2 hours ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

3 hours ago
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

3 hours ago
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

4 hours ago
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

5 hours ago
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

5 hours ago
বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

5 hours ago
কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

7 hours ago
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

বছৰৰ শেষত COLD MOONৰ সাক্ষী হ’ব পৃথিৱীবাসী

কেতিয়া দেখা যাব এই COLD MOON?

editor by editor
December 29, 2020
in বিজ্ঞান, বিশ্ব, ভাৰত
0
বছৰৰ শেষত COLD MOONৰ সাক্ষী হ’ব পৃথিৱীবাসী
0
SHARES
240
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ২০২০ বৰ্ষতো অন্ত পৰিবলৈ মাজত মাত্ৰ দুটা দিন। বৰ্ষটোৰ শেষত আৰু এক মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব পৃথিৱীবাসী। ইউৰোপত বৰদিনৰ পিছদিনাই প্ৰত্যক্ষ কৰা যায় COLD MOON। এইবাৰ COLD MOON চলিত বছৰৰ ১৩তম পূৰ্ণিমা। উত্তৰ আমেৰিকাত ২৯ তাৰিখে অৰ্থাৎ আজি পূৰ্ণিমা। ভাৰতত ৩০ তাৰিখে COLD MOON প্ৰত্যক্ষ কৰিব পাৰিব। সেই সময়ত পশ্চিমত সূৰ্য অস্ত যাব আৰু পূব আকাশত চন্দ্ৰ ওলাব। চন্দ্ৰ ওলোৱাৰ পাছত প্ৰায় ১৫-২০ মিনিট সময় COLD MOON দেখা যাব। আমেৰিকাত এই পূৰ্ণিমাত long night moon বোলা হয়। ইউৰোপত এই ঘটনাক yule বোলে। পূৰ্ণিমাৰ এই তিথিত পূব আকাশত চন্দ্ৰ ওলোৱাৰ সময়ত পৃথিৱীৰ এই উপগ্ৰহৰ ৰং হ’ব কমলা। এইক্ষেত্ৰত উত্তৰ গোলাৰ্ধত শীতকাল আৰম্ভ হওতে ডিচেম্বৰৰ এই পূৰ্ণ চন্দ্ৰৰ নাম দিয়া হৈছ COLD MOON। কিছুদিন পূৰ্বে সৌৰজগতৰ দুই গ্ৰহ বৃহস্পতি আৰু শনি সকলোতকৈ ওচৰ চাপিছিল। এই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈছিল পৃথিৱীবাসী। এইবাৰ ২৯, ৩০ ডিচেম্বৰৰ নিশা দেখা যাব COLD MOON of 2020।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24COLD MOON
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?
বাণিজ্য

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

May 3, 2026
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

May 3, 2026
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?
ক্ৰীড়া

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

May 3, 2026
Next Post
চাব্বাছ চৰকাৰ! ৮০ হাজাৰ কোটিৰ ধাৰ

চাব্বাছ চৰকাৰ! ৮০ হাজাৰ কোটিৰ ধাৰ

নলবাৰীৰ এগৰাকী দুৰ্ভগীয়া কণমানি

নলবাৰীৰ এগৰাকী দুৰ্ভগীয়া কণমানি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.