• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলীউডত ইনষ্টলমেণ্টত আমিৰ খানক পাৰিশ্ৰমিক

বলীউডত ইনষ্টলমেণ্টত আমিৰ খানক পাৰিশ্ৰমিক

6 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

12 hours ago
অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

12 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

13 hours ago
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

13 hours ago
ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

14 hours ago
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

15 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

15 hours ago
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

16 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

17 hours ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

18 hours ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

19 hours ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বলীউডত ইনষ্টলমেণ্টত আমিৰ খানক পাৰিশ্ৰমিক

এহেজাৰ টকাকৈ ১১ মাহত ১১ হাজাৰ টকা

editor by editor
August 25, 2020
in চিনেমা, ভাৰত
0
বলীউডত ইনষ্টলমেণ্টত আমিৰ খানক পাৰিশ্ৰমিক
0
SHARES
86
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খান। সময়ৰ পৰিক্ৰমাত নিজকে প্ৰতিষ্ঠা কৰিছে বলীউডৰ ৩ খানৰ অন্যতম এক খান হিচাপে। উপহাৰ দিছে অসংখ্য জনপ্ৰিয় চলচ্চিত্ৰ। প্ৰতিৰখন ছবিত আমিৰক দেখা যায় এটা নতুন চৰিত্ৰত। প্ৰতিখন ছবিত নিজৰ চৰিত্ৰক নিখুঁটভাৱে ফুটাই তুলিবলৈ সর্বোচ্চ চেষ্টা কৰে তেওঁ। সেই বাবে তেওঁক কোৱা হয় বলীউডৰ মিষ্টাৰ পার্ফেকচনিষ্ট। ৩ দশক ধৰি দর্শকৰ মন জয় কৰা এই অভিনেতা বলীউডৰ সর্বোচ্চ পাৰিশ্ৰমিক লাভ কৰা নায়কৰ ৰেকর্ডো গঢ়ি থৈছে। কিন্তু অভিনয়ৰ আৰম্ভণি সুখকৰ নাছিল আমিৰৰ। ধৈর্য আৰু পৰিশ্ৰমৰ বিনিময়ত বিনয়ী আমিৰে আজিৰ এই স্থান পাইছে। যদিও তেওঁৰ পিতৃ মহম্মদ তাহিৰ হুছেইন খান আছিল বলীউডৰ এজন সুপৰিচিত প্ৰযোজক আৰু পৰিচালক। কিন্তু পিতৃৰ সেই পৰিচয় এবাৰো নিজৰ কেৰিয়াৰত ব্যৱহাৰ কৰা নাই আমিৰ খানে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত আমিৰ খানে জনাইছে তেওঁৰ প্ৰথম চিনেমা আৰু আয়ৰ কথা। আমিৰ খানে কৈছে মই ‘ক্যামত চে ক্যায়মত টক’ ছবিখন কৰাৰ বাবে মাত্ৰ ১১ হাজাৰ টকা পাইছিলো। আৰু সেই ১১ হাজাৰ টকাও একেবাৰে মোক দিয়া নাছিল। ১১ মাহৰ কিস্তিত ১ হাজাৰ টকাকৈ সেই পাৰিশ্ৰমিক মই লাভ কৰিছিলো। ১৯৮৮ চনত মুক্তি পোৱা ‘ক্যামত চে ক্যামত তক’ ছবিৰে বলীউড যাত্ৰা কৰিছিল আমিৰ খানে। মনচুৰ খান পৰিচালিত সেই ছবিত আমিৰৰ নায়িকা আছিল জুহি চাওলা। ৰোমাণ্টিক আৰু গানৰ বাবে এতিয়াও বিখ্যাত ছবিখন। বলীউডৰ এই জনপ্ৰিয় অভিনেতা বর্তমান আছে তুৰস্কত। য’ত তেওঁৰ পৰৱর্তী ছবি ‘লাল সিং চাদ্দা’ৰ শ্বুটিং কৰি আছে। ৪০ দিনৰ শ্বুটিং শেষ কৰি ভাৰতলৈ ঘূৰি আহিব আমিৰ খান। এই ছবিখন মুক্তি পাব আগন্তুক বর্ষৰ বৰদিনৰ দিনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amir khanasom live 24assam live 24axom live 24Bollywood industry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?
বিনোদন

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

August 1, 2026
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?
ভাৰত

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

August 1, 2026
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ
বাণিজ্য

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

August 1, 2026
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ
বিনোদন

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

August 1, 2026
Next Post
খবৰ আৰু বিজ্ঞাপন

খবৰ আৰু বিজ্ঞাপন

নিজকে ‘মই হ’ম BTC চীফ্, হাগ্ৰামা এটা Joker’ কিয় ক’লে সাংসদ নৱ শৰণীয়াই?

নিজকে ‘মই হ’ম BTC চীফ্, হাগ্ৰামা এটা Joker’ কিয় ক’লে সাংসদ নৱ শৰণীয়াই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.