• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাঘৰ আগতেল খোৱা যুৱক! চিতা বাঘ বাইকত বান্ধি যাত্ৰা যুৱকৰ, ক’ত এই ঘটনা?

বাঘৰ আগতেল খোৱা যুৱক! চিতা বাঘ বাইকত বান্ধি যাত্ৰা যুৱকৰ, ক’ত এই ঘটনা?

3 years ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

6 minutes ago
অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

41 minutes ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

1 hour ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

2 hours ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

3 hours ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

3 hours ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

4 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

5 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

6 hours ago
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

6 hours ago
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

6 hours ago
Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাঘৰ আগতেল খোৱা যুৱক! চিতা বাঘ বাইকত বান্ধি যাত্ৰা যুৱকৰ, ক’ত এই ঘটনা?

editor by editor
July 15, 2023
in জীৱনশৈলী, ভাৰত
0
বাঘৰ আগতেল খোৱা যুৱক! চিতা বাঘ বাইকত বান্ধি যাত্ৰা যুৱকৰ, ক’ত এই ঘটনা?
0
SHARES
225
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বাইকৰ পিছত চিতা বাঘ এটা লৈ বেগেৰে আগুৱাইছে এজন ব্যক্তি৷ এই দৃশ্যই পুৱাৰে পৰাই তোলপাৰ লগাইছে সামাজিক মাধ্যমত৷ কিয় বাইকত চিতা বাঘক লৈ মৰণকো নেওচি এনেদৰে যাত্ৰা কৰিছে ব্যক্তিজনে?

এক সূত্ৰই জনোৱা অনুসৰি ঘটনাটো কৰ্ণাটকৰ৷ নিশা অতৰ্কিতে চিতাটোৱে ব্যক্তিজনৰ পশু ফাৰ্মত সোমাই৷ কেইবাটাও পশুক চিতাটোৱে আক্ৰমণো কৰে৷ তাৰপাছতেই ব্যক্তিজনে চিতাটোক আৱদ্ধ কৰিবলৈ যত্ন কৰে৷ বহু কষ্টৰ অন্তত চিতাটোক ধৰিবলৈ সক্ষম হয় ব্যক্তিজন৷ চিতাটোক ধৰিবৰ বাবেই তাক আঘাতো কৰে ব্যক্তিজনে৷ আঘাতপ্ৰাপ্ত চিতাটোক বাইকত বান্ধি তেঁঁও বনবিভাগৰ কাৰ্যালয়লৈ যায়৷

ব্যক্তিগৰাকী কৰ্ণাটকৰ হাছান জিলাৰ৷ মুথু নামৰ ব্যক্তিজনে এনেদৰে চিতাটোক বান্ধি লৈ যোৱাক লৈ প্ৰশ্ন উত্থাপিত হওঁতেই বহুতেই বন্যপ্ৰাণীক কষ্ট দিয়া বুলি ক্ষোভিতও হৈ পৰিছে৷ মুথুৱে এই সন্দৰ্ভত দিয়া মন্তব্যত কয় যে, তেওঁ চিতাটোৰ কোনো অনিষ্ট কৰিব খোজা নাই৷ কেৱল আত্মৰক্ষাৰ বাবেহে চিতাটোক তেঁও বান্ধিব লগা হ’ল৷ ইয়াৰ আঁৰত তেওঁৰ কোনো অসৎ উদ্দেশ্য নাই৷ বৰ্তমান আহত চিতা বাঘটোক চিকিৎসাৰ ব্যৱস্থা কৰিছে বনবিভাগৰ বিষয়ববীয়াই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?
জীৱনশৈলী

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

July 29, 2026
অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!
অসম

অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

July 29, 2026
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?
ভাৰত

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

July 29, 2026
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা
বিনোদন

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

July 29, 2026
Next Post
সৰ্বত্ৰতে চলিছে কেটৰীণা মাতৃ হোৱাৰ জল্পনা! অভিনেত্ৰীৰ পৰিকল্পনা কি?

সৰ্বত্ৰতে চলিছে কেটৰীণা মাতৃ হোৱাৰ জল্পনা! অভিনেত্ৰীৰ পৰিকল্পনা কি?

গুগলৰ সমীক্ষাত প্ৰকাশ পাইছে তথ্য, প্ৰকাশ্যে নকলেও এই বিষয়তেই মানুহৰ কৌতুহল বেছি

গুগলৰ সমীক্ষাত প্ৰকাশ পাইছে তথ্য, প্ৰকাশ্যে নকলেও এই বিষয়তেই মানুহৰ কৌতুহল বেছি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.