• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুগলৰ সমীক্ষাত প্ৰকাশ পাইছে তথ্য, প্ৰকাশ্যে নকলেও এই বিষয়তেই মানুহৰ কৌতুহল বেছি

গুগলৰ সমীক্ষাত প্ৰকাশ পাইছে তথ্য, প্ৰকাশ্যে নকলেও এই বিষয়তেই মানুহৰ কৌতুহল বেছি

3 years ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

51 minutes ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

2 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

2 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

2 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

3 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

3 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

4 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

6 hours ago
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

6 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

7 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ

8 hours ago
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গুগলৰ সমীক্ষাত প্ৰকাশ পাইছে তথ্য, প্ৰকাশ্যে নকলেও এই বিষয়তেই মানুহৰ কৌতুহল বেছি

editor by editor
July 16, 2023
in জীৱনশৈলী, বিজ্ঞান, বিশ্ব, ভাৰত
0
গুগলৰ সমীক্ষাত প্ৰকাশ পাইছে তথ্য, প্ৰকাশ্যে নকলেও এই বিষয়তেই মানুহৰ কৌতুহল বেছি
0
SHARES
128
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যৌনতাক লৈ মুক্ত আলোচনা বহুতেই কৰিব নিবিচাৰে। ভাৰতৰ দৰে দেশত এয়া একেবাৰেই কৰিব নোৱাৰি। বহুতেই আলোচনা নকৰিলেও যৌনতাক লৈ সকলোৰে কৌতুহল আছে। সেয়ে এই বিষয় সন্দৰ্ভত জানিবলৈ একমাত্ৰ ভৰষা গুগল। যৌনতা বিষয়ক যাৱতীয় তথ্য গুগলতেই বিচাৰে প্ৰায়সংখ্যকেই। এই ধৰণৰ কি কি তথ্য বিচাৰি গুগল চাৰ্ছ কৰা হয় তাৰ এক তথ্য প্ৰকাশ কৰিছে গুগলে।

যৌনতাক লৈ সৰ্বাধিক গুগলক কৰা প্ৰশ্নটোৱেই হৈছে বিপৰীত সংগী কিমান তৃপ্ত! কি কি লক্ষণ দেখিলে বুজিব পাৰি যে বিপৰীতে থকা সংগী তৃপ্ত। প্ৰায়সংখ্যতেই গুগলত এই তথ্য চাৰ্ছ কৰে। কেনেকৈ সংগীক সুখী কৰিব পৰা যায় আদি বিষয় গুগলত চাৰ্ছ কৰে প্ৰায়সংখ্যক ভাৰতীয়ই।

বহুতৰেই যৌনতাক লৈ সপোন থাকে। সংগী থকা স্বত্ত্বেও বহুতেই অন্য সংগী কল্পনাত ৰাখি ভালপায়। সংগী থকা স্বত্ত্বেও কিয় মন এনেকৈ অন্য নাৰীৰ প্ৰতি দুৰ্বল হৈ পৰে আদি বিষয়ো চাৰ্ছ কৰে একাংশই। ইয়াৰোপৰি যৌন সংক্ৰমণ হ’লে কেনেকৈ নিৰাময় কৰিব আদি বিষয়ো চাৰ্ছ কৰে গুগলে। এনেদৰে গুগলত প্ৰশ্ন উত্থাপন কৰা অধিকাংশই পুৰুষ বুলিও সমীক্ষাত প্ৰকাশ পাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

July 21, 2026
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ
জীৱনশৈলী

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

July 21, 2026
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

July 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

July 21, 2026
Next Post
দাঁতৰ স্বাস্থ্য কেনেকৈ ভালে ৰাখিব? বিশেষজ্ঞই কি কয়?

দাঁতৰ স্বাস্থ্য কেনেকৈ ভালে ৰাখিব? বিশেষজ্ঞই কি কয়?

জুলাই মাহৰ শেষৰ ১৫ দিনতেই ঘূৰিব এইকেইটা ৰাশিৰ ভাগ্য, হাতলৈ আহিব প্ৰচুৰ পৰিমানৰ ধন

জুলাই মাহৰ শেষৰ ১৫ দিনতেই ঘূৰিব এইকেইটা ৰাশিৰ ভাগ্য, হাতলৈ আহিব প্ৰচুৰ পৰিমানৰ ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.