বোকাখাত আৰু কাজিৰঙাত উচ্ছেদ অভিযান। কাজিৰঙাৰ ৩ আৰু ৫নং সংযোজনত উচ্ছেদ। ৬৭২টা পৰিয়াললৈ ৰাজহুৱা শুনানি অবিহনে উচ্ছেদৰ জাননী।