বৰ্বৰ পাকিস্তানীৰ নৃশংসতাত পিতৃহাৰা বিলাসীপাৰাৰ কণমানি। দুবছৰীয়া কণমানিটোৱে বুজিয়েই পোৱা নাই তাৰ পিতৃৰ বীৰত্বব্যঞ্জক মৃত্যুৰ কথা। উৰিত দেশমাতৃৰ হকে প্ৰাণ আহুতি দিলে হৰধন ৰয়ে।