• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাপ্ৰলয়ৰ দিশে উত্তৰ-পূৰ্ব! ক্ৰমান্বয়ে ইউৰাছিয়ান প্লেটৰ দিশে আগবাঢ়িছে টেকটনিক প্লেট

মহাপ্ৰলয়ৰ দিশে উত্তৰ-পূৰ্ব! ক্ৰমান্বয়ে ইউৰাছিয়ান প্লেটৰ দিশে আগবাঢ়িছে টেকটনিক প্লেট

3 years ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

52 minutes ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 hour ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

20 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

21 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

22 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

22 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

23 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

23 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

24 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

1 day ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মহাপ্ৰলয়ৰ দিশে উত্তৰ-পূৰ্ব! ক্ৰমান্বয়ে ইউৰাছিয়ান প্লেটৰ দিশে আগবাঢ়িছে টেকটনিক প্লেট

editor by editor
May 1, 2023
in বিবিধ, বিশ্ব, ভাৰত
0
মহাপ্ৰলয়ৰ দিশে উত্তৰ-পূৰ্ব! ক্ৰমান্বয়ে ইউৰাছিয়ান প্লেটৰ দিশে আগবাঢ়িছে টেকটনিক প্লেট
0
SHARES
10.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
ক্ৰমাত অস্থিৰ হৈ পৰিছে পৃথিৱী। অস্থিৰ পৃথিৱীত দৈনিক ঘটিব ধৰিছে নানা মহাজাগতিক ঘটনাৰ লগতে প্ৰাকৃতিক দুৰ্ঘটনা। প্ৰাকৃতিক দুৰ্ঘটনাৰ ভিতৰত প্ৰধানত প্ৰায় এটা দশকৰ পৰা ভয়ংকৰ ৰূপ লৈছে ভূমিকম্পই। বিশ্ব বিভিন্ন প্ৰান্তত বিগত কিছু বছৰৰ পৰা দেখা পোৱা হৈছে ভূমিকম্পৰ ভয়ংকৰ কাল ৰূপ। এনে বৃহৎ বৃহৎ ভূমিকম্পৰ ফলত একো একোতা বৃহৎ অঞ্চল নিমিখতে চাৰখাৰ হৈ পৰিছে। যাৰ ফলত চকুৰ প্ৰচাৰতে মৃত্যু হৈছে হাজাৰ হাজাৰ লোকৰ। তেনে এক ভয়াবহ ভূমিকম্পৰ শেহতীয়া উদাহৰণ হৈছে তুৰ্কী। তুৰ্কীৰ ভূমিকম্পৰ ফলত হোৱা ধ্বংসলীলা সকলোৱে দেখিছো। পিছে তুৰ্কীয়েই অন্তিম নহয়। তুৰ্কীৰ ভূমিকম্পৰ পিছতো বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনতে চেগা- চোৰোগাকৈ সৰু বৰ বিভিন্ন ভূমিকম্প জোকাৰণী হৈয়ে আছে। ভূমিকম্পৰ এনে শেহতীয়া উদাহৰণৰ ক্ষেত্ৰত আমাৰ উত্তৰ পূৰ্বাঞ্চলো কোনো কম নহয়। আচলতে উত্তৰ পূৰ্বাঞ্চলেই নহয় ভূ-ভাগত থকা ইণ্ডিয়ান টেকতনিক প্লেটৰ ওপৰত ভাৰতৰ যিমানবোৰ ৰাজ্য বা আঞ্চল আছে সেই সমগ্ৰ অঞ্চলসমূহক যিকোনো সময়তে এক ডাঙৰ বিপদ ঘটাব এই ইণ্ডিয়ান টেকতনিক প্লেটে। কিয়নো আমাৰ ভূ-ভাগত থকা এই টেকটনিক প্লেটে ক্ৰমান্বয়ে আগৱাঢ়ি আছে ইউৰাছিয়ান প্লেটৰ দিশে। কোনোৱা এটা পৰ্যায়ত ক্ৰমাগতভাৱে আগৱঢ়া আমাৰ ভূ-ভাগৰ ইণ্ডিয়ান টেকতনিক প্লেটে ইউৰাছিয়ান প্লেটৰ সৈতে মুখামুখি সংঘষৰ ফলত ভূমিকম্পৰ এক মহাপ্ৰলয় সৃষ্টি হ’ব উত্তৰ-পূৰ্বত। এইবাৰ আহিছো ভূমিকম্প সংক্ৰান্তিৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্যলৈ। বিগত এটা শতিকাত ভাৰতত কিমানটা বৰভূইকপে কঁপাই গ’ল আৰু ইয়াৰ ৰিখটাৰস্কেল কিমান আছিল তাৰ তথ্য এইবাৰ আমি জনাব বিচাৰিছো

উনৈশ শতিকাৰ প্ৰথমটো বৰভূইকপ

চনত ১৯০৫, ৪ এপ্ৰিল

উৎপত্তি স্থল হিমাচল প্ৰদেশ

এই ভূইকম্পৰ ৰিখটাৰ আছিল ৮

চন ১৯১৮, ৮ জুলাই

এই ভূমিকম্পৰ উৎপত্তিস্থল অসম

ভূমিকম্পৰ ৰিখটাৰ স্কেল আছিল ৭.৬

চন ১৯৩০, ৩ জুলাই

এই ভূমিকম্পৰ উৎপত্তিস্থল আকৌ অসম

এই ভূমিকম্পৰ ৰিখটাৰ স্কেল আছিল ৭.১

চন ১৯৩৪, ১৫ জানুৱাৰী

এই ভূমিকম্পৰ উৎপত্তি স্থল বিহাৰ নেপাল সীমা

এই ভূমিকম্পৰ ৰিখটাৰ স্কেল ৮.৩

চন ১৯৪১, ২৬ জুন

ভূমিকম্পৰ উৎপত্তি স্থল আন্দামান নিকুবৰ দ্বীপপুঞ্জ

এই ভূমিকম্পৰ ৰিখটাৰ স্কেল ৮.১

চন ১৯৪৩, ২৩ অক্টোবৰ

এই ভূমিকম্পৰ উৎপত্তিস্থল অসম

এই ভূমিকম্পৰ ৰিখটাৰ স্কেল ৭.২

চন ১৯৫০ , ১৫ আগষ্ট

এই ভূমিকম্পৰ উৎপত্তি স্থল আৰুনাচল প্ৰদেশ আৰু চীন সীমান্ত

এই ভূমিকম্পৰ ৰিখটাৰ স্কেল ৮.৫

আৰু এই ভূমিকম্পই হৈছে ভাৰতৰ ইতিহাসত বৰ্তমান সময়লৈ হোৱা সৰ্ববৃহৎ বৰ ভূইকপ

চন ১৯৫৬, ২১ জুলাই

এই ভূমিকম্পৰ উৎপত্তি স্থল গুজৰাট

এই ভূইকম্পৰ ৰিখাৰ স্কেল ৭

চন ১৯৬৭, ১১ জুলাই

এই ভূমিকম্পৰ উৎপত্তি স্থল মহাৰাষ্ট্ৰ

এই ভূইকপৰ ৰিখটাৰ স্কেল ৬.৫

চন ১৯৭৫, ১৯ জানুৱাৰী

এই ভূমিকম্পৰ উৎপত্তিস্থল হিমাচল প্ৰদেশ

ৰিখটাৰ স্কেল ৬.২

চন ১৯৮৮, ৬ আগষ্ট

এই ভূমিকম্পৰ উৎপত্তি স্থল মণিপুৰ-ম্যানমাৰ সীমা

এই ভূমিকম্পৰ ৰিখাটাৰ স্কেল ৬.৬

চন ১৯৯১, ২০ অক্টোবৰ

এই ভূমিকম্পৰ উৎপত্তি স্থল উত্তৰাখণ্ড

এই ভূমিকম্পৰ ৰিখটাৰ স্কেল ৬.৬

চন ১৯৯৩, ১৩ ছেপ্টেম্বৰ

এই ভূমিকমপৰ উৎপত্তি স্থল মহাৰাষ্ট্ৰ

এই ভুমিকম্পৰ ৰিখাৰ স্কেল ৬.৩

চন ১৯৯৯, ২৯ মাৰ্চ

এই ভূমিকম্পৰ উৎপত্তি স্থল পুনৰ উত্তৰাখণ্ড

ৰিখটাৰ স্কেল ৬.৮

চন ২০০১, ২৬ জানুৱাৰী

ভূমিকম্পৰ উৎপত্তি স্থল গুজৰাট

ভূমিকম্পৰ ৰিখটাৰ স্কেল ৭.৭

চন ২০০৫, ৮ অক্টোবৰ

ভূমিকম্পৰ উৎপত্তি স্থল মুজাফাৰাবাদ

ৰিখটাৰ স্কেল ৭.৬

চন ২০১১,১৮ ছেপ্টেম্বৰ

ছিক্কিম- নেপাল সীমা

ৰিখটাৰ স্কেল ৬.৯

চন ২০১৫, ২৫ এপ্ৰিল

ভূমিকম্পৰ উৎপত্তি স্থল নেপাল

ৰিখাটাৰ স্কেল আছিল ৭.৮

এইয়া আছিল ১৯ শতিকাৰ আৰম্ভনীৰ পৰা ২০১৫ লৈ ভাৰতত হোৱা বৰভূইকপৰ সম্পূৰ্ণ তথ্য। কিন্তু এটা কথা প্ৰায় নিশ্চত যে উত্তৰ পূবত আহি থকা সঘন ভূইকপে যে আহিব লগা এটা ডাঙৰ ভুইকপৰ আগজাননী দি আছে সেয়া নিশ্চিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

February 21, 2026
Next Post
‘আণ্ডাৰৱৰ্ল্ড’ পৃথিৱীৰ পৰাই মা কালীৰ উত্থান! হিন্দুৰ উপাস্য দেৱী কালীক লৈ বিশেষ পোষ্ট কৰি বিতৰ্কত যুৱক

'আণ্ডাৰৱৰ্ল্ড’ পৃথিৱীৰ পৰাই মা কালীৰ উত্থান! হিন্দুৰ উপাস্য দেৱী কালীক লৈ বিশেষ পোষ্ট কৰি বিতৰ্কত যুৱক

মে’ দিৱসৰ দিনাই প্ৰশ্ন, যৌ*তাক শ্ৰমৰ স্বীকৃতি উচ্চতম ন্যায়ালয়ৰ, এই ৰায়দানৰ দুবছৰ পাছতো পৰিত্যক্ত কিয় এইসকল কৰ্মী?

মে’ দিৱসৰ দিনাই প্ৰশ্ন, যৌ*তাক শ্ৰমৰ স্বীকৃতি উচ্চতম ন্যায়ালয়ৰ, এই ৰায়দানৰ দুবছৰ পাছতো পৰিত্যক্ত কিয় এইসকল কৰ্মী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.