থলুৱাৰ ম্যাদী ভূমিত চৰকাৰৰ চকু। ক্ষতিপূৰণ নিদিয়াকৈ থলুৱাক উচ্ছেদ বন বিভাগৰ। ম্যাদী পট্টাৰ ভূমি অন্তৰ্ভুক্ত হ’ল কাজিৰঙাত। তীব্ৰ প্ৰতিবাদৰ হুংকাৰ আটছাৰ।