• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওন মাহত এইকেইটা সপোন দেখা অত্যন্ত শুভ! প্ৰচুৰ অৰ্থলাভৰ ইংগিত বহন কৰে এইকেইটা সপোনে

শাওন মাহত এইকেইটা সপোন দেখা অত্যন্ত শুভ! প্ৰচুৰ অৰ্থলাভৰ ইংগিত বহন কৰে এইকেইটা সপোনে

3 years ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

11 minutes ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

28 minutes ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

1 hour ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

2 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

4 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

6 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

7 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

9 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

10 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওন মাহত এইকেইটা সপোন দেখা অত্যন্ত শুভ! প্ৰচুৰ অৰ্থলাভৰ ইংগিত বহন কৰে এইকেইটা সপোনে

editor by editor
August 2, 2023
in জীৱনশৈলী
0
শাওন মাহত এইকেইটা সপোন দেখা অত্যন্ত শুভ! প্ৰচুৰ অৰ্থলাভৰ ইংগিত বহন কৰে এইকেইটা সপোনে
0
SHARES
458
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শাওন হ’ল দেৱাদিদেব মহাদেৱৰ সকলোতকৈ প্ৰিয় মাহ৷ পুৰাণ অনুসৰি এই মাহত দেৱতা আৰু আৰু অশুৰে মিলি সমুদ্ৰ মন্থন কৰিছিল৷ সমুদ্ৰ মন্থনৰ ফলত ওলোৱা অমৃত দেৱতাসকলে পান কৰে আৰু সেই মন্থনত বিষো ওলাইছিল৷ সেই ভয়াৱহ বিষ হলাহল পান কৰে মহাদেৱে৷ বিষৰ ফলতেই তেওঁৰ ডিঙি নীলা হৈ পৰে৷ সেইবাবেই তেওঁৰ নাম নীলকণ্ঠ হৈ পৰে৷ মহাদেৱে শাওন মাহত যথেষ্ট কষ্ট কৰাৰ বাবে এই মাহটো শিৱৰ নামত সমৰ্পিত৷ শাওন মাহত শিৱৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰিয়েই ভক্তসকলে এই মাহত তেওঁক পূজা অৰ্চনা কৰে৷ শাওন মাহত শিৱ প্ৰসন্ন হ’লে ভক্তক আশীৰ্বাদো প্ৰদান কৰে৷ শাওন মাহত সপোনতো ভগৱান শিৱৰ দৰ্শন পোৱাটো অত্যন্ত শুভ৷ মহাদেৱৰ ওপৰিও কেইবিধমান সামগ্ৰী সপোনত দেথিলে অৰ্থলাভ হয় বুলিও জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে৷

সপোনত ক’লা শিৱলিংগ দেখা
শাওন মাহত সপোনত ক’লা শিৱলিংগ দেখাটো অত্যন্ত মঙ্গলজনক৷ শিৱৰ প্ৰিয় শাওনত ক’লা শিৱলিংগৰ দৰ্শন পোৱা মানে স্বয়ং মহাদেৱৰ দৰ্শন পোৱা৷ ইয়াৰ ফলত কোনো শুভ সংবাদো পাব পাৰে৷ কোনো বিবাহযোগ্য কুমাৰীয়ে সপোনত ক’লা শিৱলিংগ দেখিলেই বুজিব যে তেওঁ অচিৰেই জীৱনসংগী লাভ কৰিবলৈ গৈ আছে৷

সপোনত ডম্বৰু দেখিলে কি ভাল খবৰ পাব?

মহাদেৱৰ হাতত প্ৰতিসময়তে থকা এবিধ বাদ্য হৈছে ডম্বৰু৷ ডম্বৰুক শুভ শক্তিৰ প্ৰতীক বুলিও কোৱা হয়৷ শাওন মাহত সপোনত যদি ডম্বৰু দেখে তেন্তে আপুনি আৰ্থিক দিশত ভাল খবৰ পাব৷ পুৰাণ অনুসৰি বিশ্ব সৃষ্টিৰ সময়ত মহাদেৱে ডম্বৰু বজাই ১৪টা সুৰ সৃষ্টি কৰিছিল৷ সেয়ে সপোনত ডম্বৰু দেখাৰ বিশেষ তাৎপৰ্য আছে৷

সপোনত ত্ৰিশূল দেখা
ত্ৰিশূলো মহাদেৱৰ প্ৰতীক৷ আমাৰ তিনিগুণ, স্বত্ত্ব গুণ, তমো গুণ আৰু ৰজঃ গুণৰ প্ৰতীকেই হৈছে ত্ৰিশূল৷ সপোনত ত্ৰিশূল দেখিলেই বুজিব যে আপোনাৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ আছে৷ ইয়াৰ ফলত আপোনাৰ সকলো বিপদ কাটি যাব আৰু সকলো কামতেই আপুনি সফল হ’বই৷

সপোনত সাপ দেখা
শাওন মাহত সপোনত সাপ দেখাটো অত্যন্ত শুভ৷ মহাদেৱৰ ডিঙিত সাপ থাকে৷ শাওন মাহত সপোন দেখিলে প্ৰচুৰ অৰ্থলাভ কৰাৰ সম্ভাৱনা থাকে৷

নন্দীৰ দৰ্শন
ধৰ্মীয় বিশ্বাস অনুসৰি নন্দী নামৰ ষাঁড়টো হৈছে শিৱৰ বাহন৷ শাওন মাহত সপোনত ষাঁড়ৰ দৰ্শন লাভ কৰাটো অত্যন্ত শুভ৷ মহাদেৱৰ নিৰ্দেশতেই সপোনত নন্দীয়ে দৰ্শন দিবলৈ আহে৷ অৰ্থাৎ শিৱৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 7, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
Next Post
বিশ্বজুৰি চলিছে কৃত্ৰিম বুদ্ধিমত্তাৰ চৰ্চা! সকলোৰে চাকৰি কাঢ়িলেও এটা ক্ষেত্ৰৰ লোক নিচিন্ত থাকক, AIয়ে কাহানিও চাকৰি কাঢ়িব নোৱাৰে এই ইণ্ডাষ্ট্ৰিৰ

বিশ্বজুৰি চলিছে কৃত্ৰিম বুদ্ধিমত্তাৰ চৰ্চা! সকলোৰে চাকৰি কাঢ়িলেও এটা ক্ষেত্ৰৰ লোক নিচিন্ত থাকক, AIয়ে কাহানিও চাকৰি কাঢ়িব নোৱাৰে এই ইণ্ডাষ্ট্ৰিৰ

২০২৪ ত কেনেকৈ ভোট লাভ কৰিব? NDAৰ সাংসদক ভোট লাভৰ মন্ত্ৰণা দি মোদীয়ে ক’লে, আমাৰ টাৰ্গেট এইসকল লোকেই’ কিন্তু এইসকল কোন?

২০২৪ ত কেনেকৈ ভোট লাভ কৰিব? NDAৰ সাংসদক ভোট লাভৰ মন্ত্ৰণা দি মোদীয়ে ক’লে, আমাৰ টাৰ্গেট এইসকল লোকেই’ কিন্তু এইসকল কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.