• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৪ ত কেনেকৈ ভোট লাভ কৰিব? NDAৰ সাংসদক ভোট লাভৰ মন্ত্ৰণা দি মোদীয়ে ক’লে, আমাৰ টাৰ্গেট এইসকল লোকেই’ কিন্তু এইসকল কোন?

২০২৪ ত কেনেকৈ ভোট লাভ কৰিব? NDAৰ সাংসদক ভোট লাভৰ মন্ত্ৰণা দি মোদীয়ে ক’লে, আমাৰ টাৰ্গেট এইসকল লোকেই’ কিন্তু এইসকল কোন?

3 years ago
এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

19 minutes ago
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

1 hour ago
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

2 hours ago
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

2 hours ago
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

3 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

4 hours ago
বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

4 hours ago
শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

6 hours ago
ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

6 hours ago
নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

7 hours ago
বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

8 hours ago
নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২০২৪ ত কেনেকৈ ভোট লাভ কৰিব? NDAৰ সাংসদক ভোট লাভৰ মন্ত্ৰণা দি মোদীয়ে ক’লে, আমাৰ টাৰ্গেট এইসকল লোকেই’ কিন্তু এইসকল কোন?

editor by editor
August 3, 2023
in বিবিধ, ভাৰত, ৰাজনীতি
0
২০২৪ ত কেনেকৈ ভোট লাভ কৰিব? NDAৰ সাংসদক ভোট লাভৰ মন্ত্ৰণা দি মোদীয়ে ক’লে, আমাৰ টাৰ্গেট এইসকল লোকেই’ কিন্তু এইসকল কোন?
0
SHARES
86
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এখনৰ পাছত আনখন বৈঠক। সন্মুখত লোকসভা নিৰ্বাচন। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সকলোৱেই নিজা নিজা ৰণনীতি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীয়েও আয়োজন কৰিছে এখনৰ পাছত আনখন বৈঠক। বুধবাৰে মাজনিশাও বৈঠকৰ আয়োজন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। লোকসভা নিৰ্বাচনত এইবাৰ বিজয় সাব্যস্ত কৰা সহজো নহ’ব সেয়ে এইবাৰ আগতীয়াকৈ সাংসদসকলক মোদীয়ে দিছে বিজয় লাভৰ মন্ত্ৰণা। প্ৰধানমন্ত্ৰী মোদীয়ে এই সভাৰ পূৰ্বে নিউ মহাৰাষ্ট্ৰ সদনত উত্তৰপ্ৰদেশ আৰু মধ্য, পূৱ অঞ্চলৰ ৪৫ জনতকৈ অধিক সাংসদক মাতি বৈঠকৰ আয়োজন কৰিছিল। ইয়াৰ পাছতেই দ্বিতীয় লানি বৈঠকৰ আয়োজন কৰিছিল দক্ষিণৰ সাংসদসকলৰ সৈতে। বুধবাৰে নিশা তৃতীয় লানি বৈঠকে এতিয়া দৃষ্টি কাঢ়িছে দেশৰ ৰাজনীতিৰ সৈতে জড়িত প্ৰায়সংখ্যক লোকৰেই।

বৈঠকত মোদীয়ে ১৮-২০ মিনিটৰ এটা ভাষণ আগবঢ়ায়। ভাষণত মোদীয়ে সাংসদসকলক দিছে নিৰ্বাচনত জয়ী হোৱাৰ কেইবাটাও টিপছ। মোদীয়ে ভাষণত কয়, দৰিদ্ৰ লোকসকলৰ বাবে কাম কৰক তেতিয়া জনতাই ভোট দিবই। ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে কয়, সকলো সাংসদে জনসাধাৰণৰ মাজত সক্ৰিয় হওক, তৃণমূল পৰ্যায়লৈ যাওক। আঁচনিসমূহো দৰিদ্ৰলোকৰ মাজলৈ লৈ যাওক। অকল গ’লেই নহ’ব তেওঁলোকৰ মতামত ল’বলৈকো চেষ্টা কৰক।

বিৰোধীৰ চৰকাৰ থকা ঠাইত বেলেগ ৰণনীতি
প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ সাংসদসকলক দিছে বিশেষ উপদেশ। বিৰোধী শাসিত ৰাজ্যসমূহৰ বাবে পৃথক ৰণনীতি তৈয়াৰ কৰিছে মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, যিকেইখন ৰাজ্যত বিজেপিৰ চৰকাৰ নাই সেই ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰীয় আঁচনিসমূহ ৰূপায়ণত বিশেষ সাহায্য লাভ নকৰে সেয়ে এন ডিএৰ সাংসদসকলে সেই ৰাজ্যসমূহৰ সাধাৰণ লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ লাভালাভত গুৰুত্ব প্ৰদান কৰা উচিত।

তৃণমূল পৰ্যায়ত গৈ সাংসদে উৎসৱ পাৰ্বনত অংশ লওক

এন ডি এৰ সাংসদসকলক প্ৰধানমন্ত্ৰী মোদীয়ে জনতাৰ সৈতে উৎসৱ পাৰ্বন পালন কৰিবলৈ পৰামৰ্শ দিছে। নিজা সমষ্টিৰ লোকসকলক উৎসৱ পাৰ্বনত নিমন্ত্ৰণ কৰক। ইয়াৰ জৰিয়তে সাধাৰণ লোকসকলৰ মাজত তেওঁৰ প্ৰভাৱ বিস্তাৰিত হ’ব। জনতাৰ আপোনাৰ প্ৰতি ভাল ভাৱ আনিবলৈকে এনে কৰা উচিত।

মোদীয়ে এন ডি এৰ সাংসদসকলক ১১ টা গোটত বিভক্ত কৰিছে

বিজেপিয়ে এন ডি এৰ সাংসদসকলক ১১ টা গোটত বিভক্ত কৰিছে। প্ৰধানমন্ত্ৰীয়ে সোমবাৰে দুটা গোটৰ সাংসদসকলৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল। প্ৰথম গোটৰ মিটিঙত উত্তৰ প্ৰদেশৰ পশ্চিম আৰু কানপুৰ-বুন্দেলখণ্ডৰ সাংসদসকলে অংশগ্ৰহণ কৰিছিল, আনহাতে দ্বিতীয় মিটিঙত পশ্চিমবংগ, ওড়িশা আৰু ঝাৰখণ্ডৰ সাংসদসকলে অংশগ্ৰহণ কৰিছিল।
এন ডি এৰ সাংসদসকলৰ তৃতীয় বৈঠক মহাৰাষ্ট্ৰ সদনত অনুষ্ঠিত হৈছিল। য’ত গোৰখপুৰ, কাশী আৰু আৱাধ প্ৰদেশৰ ৪৮ জন সাংসদ উপস্থিত আছিল। বিশেষ বৈঠকখন কেন্দ্ৰীয় মন্ত্ৰী অনুপ্ৰিয়া পেটেল আৰু মহেন্দ্ৰ পাণ্ডেই আয়োজন কৰিছিল। গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ মুখ্য অতিথি হিচাপে বৈঠকত উপস্থিত আছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনত একতাৰ আহ্বান জনাইছে

সূত্ৰৰ ৰিপৰ্ট অনুসৰি, বৈঠকত প্ৰধানমন্ত্ৰীয়ে এন ডি এৰ সাংসদসকলক নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিবলৈ উপদেশ দিছে। সকলো সাংসদে তেওঁলোকৰ নিজ নিজ এলেকাত এটাকৈ কল চেণ্টাৰ স্থাপন কৰিব লাগে। ইয়াৰ জৰিয়তে, তেওঁলোকে কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু তেওঁলোকৰ দ্বাৰা কৰা কামৰ তীব্ৰ প্ৰচাৰ কৰা উচিত।

বিৰোধী দলসমূহৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ আক্ৰমণাত্মকসূচক মন্তব্য

প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকৰ সময়ত বিৰোধীক আক্ৰমণ কৰি কেইবাটাও মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে, বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰচাৰ আৰম্ভ কৰিছে। ন ন কৌশলেৰে প্ৰচাৰ চলাই আছে। এই প্ৰচাৰক প্ৰতিৰোধ কৰিবলৈ এন ডি এৰ সাংসদসকলে পেছাদাৰী সামাজিক মাধ্যম বিশেষজ্ঞৰ পৰা সামাজিক মাধ্যমৰ জ্ঞান লওক। লোকসভা নিৰ্বাচনলৈ যিহেতু বেছিদিন নাই, সেয়েহে এতিয়া নতুন নতুন কৌশলেৰে প্ৰচাৰ অভিযান আৰম্ভ কৰক। অধিক কাম কৰাৰ পৰিৱৰ্তে আপুনি কৰা পুৰণি কামবিলাকৰ বিষয়ে জনতাক অৱগত কৰাওক।

প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদক শিকালে ভোট লাভৰ কৌশল

প্ৰধানমন্ত্ৰীয়ে সাংসদসকলৰ সৈতে আয়োজিত বৈঠকত কয়, ‘আমি দৰিদ্ৰসকলৰ বাবে কাম কৰি ভোট লাভ কৰিম। বিৰোধীসকলক জাতিগত ৰাজনীতি কৰিবলৈ দিয়ক, কিন্তু আমাৰ বাবে মাত্ৰ এটা জাতি আছে আৰু সেয়া হৈছে দৰিদ্ৰসকল। আমি দৰিদ্ৰসকলৰ কল্যাণৰ বাবে কাম কৰিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!
প্ৰযুক্তি

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

April 25, 2026
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!
জীৱনশৈলী

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

April 25, 2026
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ
ভাৰত

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

April 25, 2026
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?
জীৱনশৈলী

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

April 25, 2026
Next Post
নাগপঞ্চমী কেতিয়া? নাগ পঞ্চমীৰ দিনা ভুলতো এইকেইটা কাম নকৰিব, এই কাম কৰিলে পূণ্যৰ সলনি পাপহে আৰ্জিব আপুনি

নাগপঞ্চমী কেতিয়া? নাগ পঞ্চমীৰ দিনা ভুলতো এইকেইটা কাম নকৰিব, এই কাম কৰিলে পূণ্যৰ সলনি পাপহে আৰ্জিব আপুনি

৭৮ বছৰ বয়সত আকৌ স্কুলত নামভৰ্তি বৃদ্ধৰ! এই বয়সত পঢ়িবলৈ কিয় আগ্ৰহী হৈ উঠিছে বৃদ্ধ জনালে সবিশেষ…

৭৮ বছৰ বয়সত আকৌ স্কুলত নামভৰ্তি বৃদ্ধৰ! এই বয়সত পঢ়িবলৈ কিয় আগ্ৰহী হৈ উঠিছে বৃদ্ধ জনালে সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.