• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বজুৰি চলিছে কৃত্ৰিম বুদ্ধিমত্তাৰ চৰ্চা! সকলোৰে চাকৰি কাঢ়িলেও এটা ক্ষেত্ৰৰ লোক নিচিন্ত থাকক, AIয়ে কাহানিও চাকৰি কাঢ়িব নোৱাৰে এই ইণ্ডাষ্ট্ৰিৰ

বিশ্বজুৰি চলিছে কৃত্ৰিম বুদ্ধিমত্তাৰ চৰ্চা! সকলোৰে চাকৰি কাঢ়িলেও এটা ক্ষেত্ৰৰ লোক নিচিন্ত থাকক, AIয়ে কাহানিও চাকৰি কাঢ়িব নোৱাৰে এই ইণ্ডাষ্ট্ৰিৰ

3 years ago
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

2 minutes ago
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

34 minutes ago
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

1 hour ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

2 hours ago
বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

2 hours ago
শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

4 hours ago
ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

4 hours ago
নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

5 hours ago
বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

6 hours ago
নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

6 hours ago
মাহিলী ১০ হাজাৰ টকাৰ SIP কৰিছে? ২০ লাখ টকা জমা কৰিবলৈ কিমান সময় লাগিব?

মাহিলী ১০ হাজাৰ টকাৰ SIP কৰিছে? ২০ লাখ টকা জমা কৰিবলৈ কিমান সময় লাগিব?

7 hours ago
মোহিনীৰূপে আবিৰ্ভূত হৈছিল শ্ৰীবিষ্ণু, সেই নিশা সূৰ্যৰ নক্ষত্ৰৰ ঘৰত চন্দ্ৰ যোৱাৰ ফলত উপকৃত হ’ব কোন কোন ৰাশি?

মোহিনীৰূপে আবিৰ্ভূত হৈছিল শ্ৰীবিষ্ণু, সেই নিশা সূৰ্যৰ নক্ষত্ৰৰ ঘৰত চন্দ্ৰ যোৱাৰ ফলত উপকৃত হ’ব কোন কোন ৰাশি?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

বিশ্বজুৰি চলিছে কৃত্ৰিম বুদ্ধিমত্তাৰ চৰ্চা! সকলোৰে চাকৰি কাঢ়িলেও এটা ক্ষেত্ৰৰ লোক নিচিন্ত থাকক, AIয়ে কাহানিও চাকৰি কাঢ়িব নোৱাৰে এই ইণ্ডাষ্ট্ৰিৰ

editor by editor
August 2, 2023
in Uncategorized
0
বিশ্বজুৰি চলিছে কৃত্ৰিম বুদ্ধিমত্তাৰ চৰ্চা! সকলোৰে চাকৰি কাঢ়িলেও এটা ক্ষেত্ৰৰ লোক নিচিন্ত থাকক, AIয়ে কাহানিও চাকৰি কাঢ়িব নোৱাৰে এই ইণ্ডাষ্ট্ৰিৰ
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই মুহূৰ্তত কৃত্ৰিম বুদ্ধিমত্তাৰ(AI) দক্ষতাক লৈ সমগ্ৰ বিশ্বতে চৰ্চা চলিছে৷ বিজ্ঞানীয়ে দাবী কৰামতে শীঘ্ৰেই মানুহৰ ঠাই দখল কৰিব কৃত্ৰিম ৰবটে৷ কাম হেৰুৱাব লাখ লাখ মানুহে৷ এই প্ৰযুক্তিয়ে টোপনি কাঢ়িছে বহুলোকৰেই৷ বিশেষজ্ঞসকলৰ মতে AI অহাৰ পাছতেই অধিবক্তা, অৰ্থনীতিবিদ, লেখক, প্ৰশাসনিক কৰ্মীসকলৰ চাকৰিলৈ সংকট আহিব৷ এনে কোনো কাম নাই যি কাম AIয়ে কৰিব নোৱাৰে৷ কিন্তু এই সকলোবোৰ পাৰিলেও AIয়ে কৰিব নোৱাৰিক এটা কাম৷ এই ক্ষেত্ৰতেই ব্যৰ্থ হ’ব কৃত্ৰিম বুদ্ধিমত্তা৷ সেয়া হৈছে ধৰ্ম৷ এই ক্ষেত্ৰত নিযুক্ত হৈ থকা লোকসকলৰ চাকৰি খোৱাৰ ক্ষমতা AIৰ নাই৷ সাম্প্ৰতিক সময়ত চলা এক গৱেষণাত পোহৰলৈ আহিছে এই তথ্য৷

ধৰ্মক ইণ্ডাষ্ট্ৰী ক’লে ভুল হ’ব৷ কিন্তু প্ৰতিটো ধৰ্মীয় কাম কাজ পৰিচালনাৰ বাবেই বিশেষ সংস্থা থাকে৷ এই সংস্থাৰ অধীনত কাম কৰি থাকে বহুলোকে৷ মানুহৰ বাবে এই সেৱাত নিযুক্ত হৈ থাকে বহু ব্যক্তি৷ তেঁওলোকে এই কামৰ জৰিয়তেই পৰিয়াল পোহপাল দিয়ে৷ বিশ্বৰ একাধিক ইণ্ডাষ্ট্ৰী দখল কৰিলেও এই ক্ষেত্ৰ দখল কৰাৰ সাধ্য নাই AIৰ বুলি গৱেষণাত প্ৰকাশ পাইছে৷

ৰবট পুৰোহিত বা কৃত্ৰিম ধৰ্মীয় প্ৰচাৰক হ’ব নোৱাৰে!
AIয়ে যদি ধৰ্মীয় কামত অংশগ্ৰহণ কৰে তেন্তে মানুহে ধৰ্মৰ ওপৰতেই আস্থা হেৰুৱাই পেলাব৷ এই প্ৰশ্নকেই তুলিছে বিশেষজ্ঞসকলে৷ সম্প্ৰতি এটা ঘটনাত দেখা গৈছে যে য’ত পুৰোহিত নাথাকে তাত AIৰ পুৰোহিতৰ তত্ত্বাবধানত বিয়া কৰাব পাৰিব দম্পত্তিয়ে৷ এই বিষয়টোক লৈ তুমুল বিতৰ্কও চলিছিল৷ অধিকাংশৰেই মত, ধৰ্মত AIৰ ব্যৱহাৰে বিশ্বাসযোগ্যতা ভংগ কৰিব৷ জাপানৰ কিয়োটোত থকা জি-বৌদ্ধ মন্দিৰত মিণ্ডাৰ নামৰ এটা ৰবট আনিছে৷ সেই ৰবট দেখাত অবিকল মানুহ৷ ধৰ্ম প্ৰচাৰৰ বাবেই অনা হৈছে এই ৰবট৷ এই ৰবটে ধৰ্মৰ বাণী কেনেদৰে বিলাই তাকে চাবলৈকে বিশেষ বৌদ্ধ মন্দিৰটোত ভিৰ কৰে সাধাৰণ জনতাই৷ এই ৰবট তৈয়াৰৰ নামত প্ৰায় ১০ লাখ ডলাৰ খৰচ হৈছে৷

সকলোবোৰ ঠিকেঠাকে আগবাঢ়িলেও ৰবটক চাবলৈ আহিলেও কিন্তু ৰবটৰ সৈতে প্ৰাৰ্থনা কৰি সন্তুষ্ট নহয় একাংশ ভক্ত৷ তেওঁলোকে পূৰ্বৰ তুলনাত অনুদাৰো কমকৈ দিবলৈ লৈছে৷ ইতিমধ্যেই কৃত্ৰিম বুদ্ধিমত্তাই বিশ্বত খলকনি তুলিলেও ধৰ্মৰ নামত ইয়াক ব্যৱহাৰ কৰা ইমান সোনকালে সম্ভৱ হৈ নুঠিব বুলি জনাইছে বিশেষজ্ঞৰ দলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!
Uncategorized

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

April 19, 2026
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ
Uncategorized

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

April 16, 2026
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য
Uncategorized

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

April 9, 2026
Next Post
২০২৪ ত কেনেকৈ ভোট লাভ কৰিব? NDAৰ সাংসদক ভোট লাভৰ মন্ত্ৰণা দি মোদীয়ে ক’লে, আমাৰ টাৰ্গেট এইসকল লোকেই’ কিন্তু এইসকল কোন?

২০২৪ ত কেনেকৈ ভোট লাভ কৰিব? NDAৰ সাংসদক ভোট লাভৰ মন্ত্ৰণা দি মোদীয়ে ক’লে, আমাৰ টাৰ্গেট এইসকল লোকেই’ কিন্তু এইসকল কোন?

নাগপঞ্চমী কেতিয়া? নাগ পঞ্চমীৰ দিনা ভুলতো এইকেইটা কাম নকৰিব, এই কাম কৰিলে পূণ্যৰ সলনি পাপহে আৰ্জিব আপুনি

নাগপঞ্চমী কেতিয়া? নাগ পঞ্চমীৰ দিনা ভুলতো এইকেইটা কাম নকৰিব, এই কাম কৰিলে পূণ্যৰ সলনি পাপহে আৰ্জিব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.